• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৫ সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ; মৰিয়নিত EVM বিকলৰ ঘটনা, ক’ত কিমান শতাংশ হ’ল ভোটদান?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 30, 2021 10:58 am
By-Election polling

তামুলপুৰত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ভোটদান (বাওফালে) আৰু গোসাইগাওঁত বিপিএফৰ ধ্ৰুৱ ব্ৰহ্ম নাৰ্জাৰীয়ে ভোটদান কৰি ওলাই অহা দৃশ্য। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Polling for By-Election in progress আজি ৰাজ্যখনৰ পাঁচটা বিধানসভা সমষ্টিত উপ নিৰ্বাচনৰ ভোটগ্ৰহণ পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে। বিয়লি ৫বজালৈকে চলিব ভোটগ্ৰহণ।

তামুলপুৰ বিধান সভা সমষ্টিৰ ৩২২টা ভোট গ্ৰহণ কেন্দ্ৰত আজি নিৰ্ধাৰিত সময়ৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া।

ইতিমধ্যে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৫ নং সুৱাগপুৰ প্ৰাথমিক বিদ্যালয়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

ভোটাধিকাৰ সাব্যস্ত কৰি তামুলপুৰ বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰে। তেওঁ ৰাইজক শান্তিপূৰ্ণভাবে ভোট দিবলৈ আহ্বান জনায়।

Also Read: By-Election-2021 অসমৰ পাঁচটা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ আৰম্ভ

ইপিনে মৰিয়নী সমষ্টিত EVM বিকল হোৱাৰ ঘটনা ঘটিছে ৷ ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে ভোটদান কৰা ভোটগ্ৰহণ কেন্দ্ৰটোতে বিকল হয় EVM। ১২৮ নং মৰিয়নীৰ চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰত সংঘটিত হৈছে এই EVM বিকলৰ ঘটনা।

আনহাতে, ১০০ নং নাগিনীজান বাগান প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰতো ই ভি এম বিকলৰ ঘটনা ঘটিছে। এই ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া স্থগিত ৰখা হৈছে।

Also Read: Supreme Court on banned firecrackers কঠোৰ উচ্চতম ন্যায়ালয়; নিষিদ্ধ আতচবাজী ফুটিলে দায়বদ্ধ হ’ব আৰক্ষী, প্ৰশাসন

ভৱানীপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী ফণী তালুকদাৰে নিজৰ জয় নিশ্চিত বুলি সদৰী কৰি জ্যেতিষীৰ কথা মতেই পুৱা ৮-৯বজাৰ ভিতৰত ভোটদান কৰে।

শেহতীয়া খৱৰ অনুসৰি, তামুলপুৰত ১২ শতাংশ, মৰিয়নিত ১৫ শতাংশ, থাওৰাত ১৫ শতাংশ, ভৱানীপুৰত ১৪শতাংশ আৰু গোসাইগাঁৱত ১৪শতাংশ ভোটদান হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত উৰণসেতু নিৰ্মাণৰ নামত পাতিছে মৰণ ফাণ্ড! পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থাৰ অভাৱত মৃত্যু তিনিবছৰীয়া শিশুৰ

গুৱাহাটীত উৰণসেতু নিৰ্মাণৰ নামত পাতিছে মৰণ ফাণ্ড! পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থাৰ অভাৱত মৃত্যু তিনিবছৰীয়া শিশুৰ

September 13, 2025 5:35 pm
এছিয়া কাপত ভাৰত-পাকিস্তানৰ মেচৰ সময়ত মহিলাই মোদীলৈ প্ৰেৰণ কৰিব সেন্দুৰঃ উদ্ধৱ থাকৰেৰ দাবী

এছিয়া কাপত ভাৰত-পাকিস্তানৰ মেচৰ সময়ত মহিলাই মোদীলৈ প্ৰেৰণ কৰিব সেন্দুৰঃ উদ্ধৱ থাকৰেৰ দাবী

September 13, 2025 5:19 pm
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আৰ্হি নিৰ্মাণ আৰু উদ্ভাৱনৰ ওপৰত এদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আৰ্হি নিৰ্মাণ আৰু উদ্ভাৱনৰ ওপৰত এদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন

September 13, 2025 4:55 pm
সমগ্ৰ দেশতে ভোটাৰ তালিকা নবীকৰনৰ পৰিকল্পনা নিৰ্বাচন আয়োগৰ! প্ৰস্তুতি আৰম্ভ কৰিবলৈ নিৰ্দেশ…

সমগ্ৰ দেশতে ভোটাৰ তালিকা নবীকৰনৰ পৰিকল্পনা নিৰ্বাচন আয়োগৰ! প্ৰস্তুতি আৰম্ভ কৰিবলৈ নিৰ্দেশ…

September 13, 2025 4:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত উৰণসেতু নিৰ্মাণৰ নামত পাতিছে মৰণ ফাণ্ড! পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থাৰ অভাৱত মৃত্যু তিনিবছৰীয়া শিশুৰ

গুৱাহাটীত উৰণসেতু নিৰ্মাণৰ নামত পাতিছে মৰণ ফাণ্ড! পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থাৰ অভাৱত মৃত্যু তিনিবছৰীয়া শিশুৰ

September 13, 2025 5:35 pm
এছিয়া কাপত ভাৰত-পাকিস্তানৰ মেচৰ সময়ত মহিলাই মোদীলৈ প্ৰেৰণ কৰিব সেন্দুৰঃ উদ্ধৱ থাকৰেৰ দাবী

এছিয়া কাপত ভাৰত-পাকিস্তানৰ মেচৰ সময়ত মহিলাই মোদীলৈ প্ৰেৰণ কৰিব সেন্দুৰঃ উদ্ধৱ থাকৰেৰ দাবী

September 13, 2025 5:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd