• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ দিনত মিঠাতেল ভেজাল, ভুলতো নাখাব; উদ্ভট মন্তব্য বিজেপিৰ জ্যেষ্ঠ বিধায়কৰ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
October 31, 2021 6:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিঠাতেল নাখাব; ভুলতো আপুনি নাখাব মিঠাতেল ।

বিজেপি চৰকাৰৰ দিনত মিঠাতেল ৯০ শতাংশই ভেজাল।

Apply Now

এই দাবী কৰিছে দিছপুৰৰ বিজেপিৰ জ্যেষ্ঠ বিধায়ক অতুল বৰাই।

মিঠাতেলৰ পৰিৱৰ্তে হেনো সিদ্ধ খায় অতুল বৰাই।

বৰাৰ মতে “মিঠাতেল আপুনি নাখালে মৰি যাব মিঠাতেলৰ বেপাৰী।

নিজ দলৰে চৰকাৰখনৰ বিয়াগোম যোগান বিভাগটোৰ চৰম ব্যৰ্থতা ঢাকিবলৈ এনেধৰণৰ তুলুঙা মন্তব্য বিজেপি বিধায়ক অতুল বৰাৰ।

ইতিমধ্যে, ২০০ টকাৰ ঘৰ অতিক্ৰম কৰি ২৩০ টকা পৰ্য্যন্ত হৈছে প্ৰতি লিটাৰ মিঠাতেলৰ দাম। যাক লৈ জীয়াতু ভুগিছে সাধাৰণ জনতাই।

বিৰোধীয়েও ইয়াক লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে।

কিন্তু তাৰ বিপৰীতে বাৰে বিংকৰা কিছুমান মন্তব্যৰে জনতাক বিপথে পৰিচালিত কৰিব বিচাৰিছে একাংশ বিজেপি নেতাই।

শেহতীয়াকৈ এই জালত ভৰি থৈ সেইসকল নেতাৰ যে ব্যতিক্ৰম নহয়, তাৰ প্ৰমাণ দাঙি ধৰিলে বিজেপি বিধায়ক অতুল বৰাই।

অৱশ্যে, অতুল বৰাই বিৰোধীত থকাহেঁতেন কি কৰিলেহেঁতেন?

বিৰোধীত থকাহেঁতেন মিঠাতেলৰ দাম বৃদ্ধিক লৈ প্ৰতিবাদ কৰিলেহেঁতেন নে বৰাই?

এই প্ৰশ্নৰ উত্তৰত বৰাই কয় “বিৰোধীত থকাহেঁতেন যিকোনো কথা কৈ চিঞৰি থাকিলোহেঁতেন। এতিয়া দলত কিছু বাধ্য বাধকতা থকাৰ বাবেহে মাত মতা নাই।”

এয়াই হৈছে অসম দেশৰ বিষম নেতা। জনতাই যেন এওঁলোকক ভোট দিছিল এনেধৰণৰ বাৰে বিংকৰা কথা ক’ব বাবেহে।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd