• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোচ ৰাজবংশী জাতীয় পৰিষদৰ বিজনী আৰু উত্তৰ শালমাৰা জিলা সমিতি গঠন

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
November 1, 2021 6:45 pm
233
VIEWS
Share on FacebookShare on Twitter

চিৰাং জিলাৰ বিজনী চহৰৰ ভেটাগাঁওস্থিত ঐতিহাসিক বুঢ়ী ঠাকুৰাণী থানত বিশিষ্ট শিক্ষাবিদ মানিক দত্ত আৰু অভয়াপুৰী চহৰৰ বিশ্ব মহাবীৰ চিলাৰায় ভৱনত জনপ্ৰিয় কোচ ৰাজবংশী গায়ক ভগীৰথ ৰায়ৰ সভাপতিত্বত ক্ৰমে বিজনী জিলা কোচ ৰাজবংশী জাতীয় পৰিষদ আৰু উত্তৰ শালমাৰা জিলা কোচ ৰাজবংশী জাতীয় পৰিষদৰ দুখন জিলা সমিতি গঠন কৰা হয়।

পৰিষদৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক নিখিল ৰায়ে এই কথা জনাইছে । কোচ ৰাজবংশী জাতীয় পৰিষদৰ প্ৰচাৰ সম্পাদক নিখিল ৰায়ে প্ৰেছ বিবৃতিটোত কয় যে ৰাজেন বৰ্মন (সুপাৰিগুৰি)ক সভাপতি আৰু সোনাইকোলাৰ শিক্ষক ভৃগু ৰায়ক সাধাৰণ সম্পাদক হিচাবে লৈ ৩১ জনীয়া বিজনী জিলা কোচ ৰাজবংশী জাতীয় পৰিষদ গঠন কৰাৰ উপৰিও ধীৰাজ ৰায় (বইটামাৰী)ক সভাপতি আৰু ৰোহিনী ৰায় (সিদলসতী)ক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া উত্তৰ শালমাৰা জিলা কোচ ৰাজবংশী জাতীয় পৰিষদ গঠন কৰা হয় ।

দুয়োখন সমিতি গঠনৰ সময়ত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথ কোচ ৰাজবংশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায় উপস্থিত থাকে ।

বিশ্বজিৎ ৰায়ে সমিতি দুখনৰ কৰ্মকৰ্তা সকলক দীপাৱলীৰ শুভেচ্ছা জনাই আগন্তুক দিনত কোচ ৰাজবংশী জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰৰ অধিকাৰ প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম আৰু জনজাতিকৰণৰ গণতান্ত্ৰিক আন্দোলনৰ সংগ্ৰামত জঁপিয়াই পৰিবলৈ উদাত্ত আহ্বান জনায় বুলি প্ৰচাৰ সম্পাদক নিখল ৰায়ে উল্লেখ কৰে ।

দুয়োখন সাধাৰণ সভাৰ আৰাম্ভণিতে কোচ ৰাজবংশী জাতীয় পৰিষদৰ উপদেষ্টা দীপক বৰ্মনৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মাতৃৰ বিয়োগত আত্মাৰ সদ্গতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ লগতে শোক সন্তোপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি শোক বাৰ্তা প্ৰেৰণ কৰে।

দীপক বৰ্মনৰ মাতৃৰ বিয়োগত কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন আৰু কাৰ্যকৰী সভাপতি হৰমোহন মেধিয়েও গভীৰ শোক প্ৰকাশ কৰে।

Recent News

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd