• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গৌৰী লঙ্কেশ হত্যাকাণ্ড: অভিযুক্ত ১৮ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 1, 2021 7:28 pm
Gauri Lankesh murder case
110
VIEWS
Share on FacebookShare on Twitter

বেংগালুৰুৰ এখন আদালতে সাংবাদিক গৌৰী লঙ্কেশৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ গোচৰত ১৮ জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে।

আটাইকেইজন অভিযুক্তক বেংগালুৰু কেন্দ্ৰীয় কাৰাগাৰ, মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰ আৰু পুনেৰ য়েৰৱাড়া কাৰাগাৰৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বেংগালুৰুৰ বিচাৰ আদালতত হাজিৰ কৰোৱা হৈছিল।

প্ৰখ্যাত সাংবাদিক তথা মানৱ অধিকাৰকৰ্মী গৌৰী লঙ্কেশক ২০১৭ চনৰ ৫ ছেপ্টেম্বৰত বাংগালুৰুত তেওঁৰ বাসগৃহৰ সন্মুখত গুলীয়াই হত্যা কৰা হৈছিল।

চাঞ্চল্যকৰ হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ কৰা ১৮ জন অভিযুক্তৰ আটাইকেইজন কট্টৰ হিন্দু পন্থী গোটৰ সৈতে জড়িত আছিল।

অভিযুক্তসকলক ভাৰতীয় দণ্ডবিধিৰ ৩০২, ১২০বি, ১১৪, ১১৮, ১০৯, ২০১, ২০৩, ২০৪, ৩৫ ধাৰাৰ অধীনত অভিযুক্ত কৰা হৈছে। আনহাতে কৰ্ণাটক অস্ত্ৰ আইনৰ ধাৰা ২৫ (১), ২৫ (১বি), ২৭ (১) আৰু কৰ্ণাটক সংগঠিত অপৰাধ আইনৰ ধাৰা ৩(১) (আই), ৩(২), ৩(৩), ৩(৪) ৰ অধীনত অভিযোগ দাখিল কৰিছে আদালতে।

গোচৰটোৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্ত কমিটিয়ে গৌৰী লঙ্কেশক হত্যা কৰা শ্বুটাৰজনক পৰশুৰাম ৱাঘমাৰে বুলি চিনাক্ত কৰিছিল।

অমল কালেক অভিযুক্ত মূল অভিযুক্ত হিচাপে নামাকৰণ কৰা হৈছে। অমিত দেগৱেকাৰ আৰু সুজিত কুমাৰক হত্যাৰ পৰিকল্পনা কৰা মুখ্য ষড়যন্ত্ৰকাৰী হিচাপে নামাকৰণ কৰা হৈছে।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd