• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বাস্থ্য বিভাগৰ ভুৱা নিযুক্তি কেলেংকাৰি : আইনৰ কাষ চাপিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
April 4, 2018 3:14 pm
IMG-20180404-WA0043
150
VIEWS
Share on FacebookShare on Twitter

অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সময় চমু চাপি অহাৰ মাজতে স্বাস্থ্য বিভাগত হোৱা ভুৱা নিযুক্তিক লৈ তোল পাৰ হৈ উঠিছে ৰাজ্য। এইবাৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে গৰজি উঠিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসম নামৰ সংগঠনটো।

ৰাজ্যখনত নতুনকৈ গঢ় লৈ উঠা সংগঠনটোৱে স্বাস্থ্য বিভাগৰ নিযুক্তিৰ ক্ষেত্ৰত হোৱা ব্যাপক কেলেংকাৰীৰ বিষয়ে সৰৱ হৈ পৰিছে |

স্বাস্থ্য বিভাগত নিযুক্তি দিয়া ৫১৩ গৰাকী ব্যক্তিক আঁতৰোৱা হৈছে আৰু আইনগত ব্যৱস্থা ল’বলৈ সংশ্লিষ্ট যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক সকলক নিৰ্দেশ দিয়া হৈছে। কিন্তু শেহতীয়াকৈ চাকৰিৰ পৰা আঁতৰোৱা ব্যক্তিসকলৰ সংখ্যাৰ খেলি মেলি আছে বুলি অভিযোগ উঠিছে।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত ৫১৩ গৰাকী ব্যক্তিক চাকৰিৰ পৰা আঁতৰোৱা হৈছে বুলি সদনত উল্লেখ কৰাৰ বিপৰীতে বিভাগীয়ভাৱে ৫৫৪ গৰাকী ব্যক্তিক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে বুলি ইতিমধ্যে সংবাদ মাধম্যত প্ৰকাশ পাইছে ৷

উক্ত ভুৱা নিযুক্তি লাভ কৰা সকলক নিলম্বিত কৰাৰ ক্ষেত্ৰতো স্বজন প্ৰীতিৰ অভিযোগ উঠিছে ৷ নিলম্বিত কৰা সকলৰ তালিকাত বিশেষ অঞ্চলত নিযুক্তি লাভ কৰা সকলক নিলম্বিত কৰা হৈছে যদিও তালিকাত নাম নাই নিৰ্বাচিত অঞ্চলত ভুৱা নিযুক্তি লাভ কৰি চাকৰি কৰি থকা সকলৰ নাম।

ভুৱা নিযুক্তি দিয়াত সহায় কৰা দালালক চিনাক্ত কৰি আৰক্ষী থানাত গোচৰ দিয়াৰ পিছতো ৰহস্যজনকভাৱে আৰক্ষীয়ে দালাল পক্ষক সহায় কৰাৰ অভিযোগ উত্থাপন হৈছে।

বিশ্বনাথত দেওবাৰে  আয়োজন কৰা সংবাদমেলত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে এই বিষয়ে কেতবোৰ তথ্য সংবাদ মাধ্যমৰ আগত দাঙি ধৰে। উক্ত সংবাদ মেলত সংগঠনটোৰ বিষয়ববীয়াসকলে  ইয়াৰ পূৰ্বে নিযুক্তিৰ ক্ষেত্ৰত হোৱা কেলেংকাৰী সন্দৰ্ভত তথ্য ফাদিলৰ পৰা বিৰত থাকি উৎকোচ দিয়াৰ প্ৰচেষ্টা চলোৱাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি দি অহাৰ কথাও সদৰি কৰে।

তদুপৰি সংগঠনটোৱে অতি সোনকালে এই সন্দৰ্ভত আদালতত ৰাজহুৱা স্বাৰ্থজনিত আৱেদন দাখিল কৰাৰ সিদ্ধান্তৰ কথাও প্ৰকাশ কৰে  |

 

Recent News

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd