• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাস্থ্য বিভাগৰ ভুৱা নিযুক্তি কেলেংকাৰি : আইনৰ কাষ চাপিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
April 4, 2018 3:14 pm
IMG-20180404-WA0043
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সময় চমু চাপি অহাৰ মাজতে স্বাস্থ্য বিভাগত হোৱা ভুৱা নিযুক্তিক লৈ তোল পাৰ হৈ উঠিছে ৰাজ্য। এইবাৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে গৰজি উঠিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসম নামৰ সংগঠনটো।

ৰাজ্যখনত নতুনকৈ গঢ় লৈ উঠা সংগঠনটোৱে স্বাস্থ্য বিভাগৰ নিযুক্তিৰ ক্ষেত্ৰত হোৱা ব্যাপক কেলেংকাৰীৰ বিষয়ে সৰৱ হৈ পৰিছে |

Apply Now

স্বাস্থ্য বিভাগত নিযুক্তি দিয়া ৫১৩ গৰাকী ব্যক্তিক আঁতৰোৱা হৈছে আৰু আইনগত ব্যৱস্থা ল’বলৈ সংশ্লিষ্ট যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক সকলক নিৰ্দেশ দিয়া হৈছে। কিন্তু শেহতীয়াকৈ চাকৰিৰ পৰা আঁতৰোৱা ব্যক্তিসকলৰ সংখ্যাৰ খেলি মেলি আছে বুলি অভিযোগ উঠিছে।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত ৫১৩ গৰাকী ব্যক্তিক চাকৰিৰ পৰা আঁতৰোৱা হৈছে বুলি সদনত উল্লেখ কৰাৰ বিপৰীতে বিভাগীয়ভাৱে ৫৫৪ গৰাকী ব্যক্তিক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে বুলি ইতিমধ্যে সংবাদ মাধম্যত প্ৰকাশ পাইছে ৷

উক্ত ভুৱা নিযুক্তি লাভ কৰা সকলক নিলম্বিত কৰাৰ ক্ষেত্ৰতো স্বজন প্ৰীতিৰ অভিযোগ উঠিছে ৷ নিলম্বিত কৰা সকলৰ তালিকাত বিশেষ অঞ্চলত নিযুক্তি লাভ কৰা সকলক নিলম্বিত কৰা হৈছে যদিও তালিকাত নাম নাই নিৰ্বাচিত অঞ্চলত ভুৱা নিযুক্তি লাভ কৰি চাকৰি কৰি থকা সকলৰ নাম।

ভুৱা নিযুক্তি দিয়াত সহায় কৰা দালালক চিনাক্ত কৰি আৰক্ষী থানাত গোচৰ দিয়াৰ পিছতো ৰহস্যজনকভাৱে আৰক্ষীয়ে দালাল পক্ষক সহায় কৰাৰ অভিযোগ উত্থাপন হৈছে।

বিশ্বনাথত দেওবাৰে  আয়োজন কৰা সংবাদমেলত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে এই বিষয়ে কেতবোৰ তথ্য সংবাদ মাধ্যমৰ আগত দাঙি ধৰে। উক্ত সংবাদ মেলত সংগঠনটোৰ বিষয়ববীয়াসকলে  ইয়াৰ পূৰ্বে নিযুক্তিৰ ক্ষেত্ৰত হোৱা কেলেংকাৰী সন্দৰ্ভত তথ্য ফাদিলৰ পৰা বিৰত থাকি উৎকোচ দিয়াৰ প্ৰচেষ্টা চলোৱাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি দি অহাৰ কথাও সদৰি কৰে।

তদুপৰি সংগঠনটোৱে অতি সোনকালে এই সন্দৰ্ভত আদালতত ৰাজহুৱা স্বাৰ্থজনিত আৱেদন দাখিল কৰাৰ সিদ্ধান্তৰ কথাও প্ৰকাশ কৰে  |

 

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd