• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উদুলি মুদুলি শিৱসাগৰৰ পদূলি; উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তী

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
November 6, 2021 5:23 pm
Sibsagar College

ফটো: নৰ্থইষ্ট নাও।

1.1k
VIEWS
Share on FacebookShare on Twitter

অসমৰ উচ্চ শিক্ষাৰ এক অন্যতম প্ৰাণকেন্দ্ৰ শিৱসাগৰ কলেজ। এচিয়াৰ ভিতৰত সৰ্ববৃহৎ পুখুৰী জয়সাগৰ পুখুৰী পাৰত অৱস্থিত এই শিৱসাগৰ মহাবিদ্যালয়।

২ নৱেম্বৰ ২০২১ তাৰিখে এই মহাবিদ্যালয়ে ৭৫ বছৰত ভৰি দিয়ে। সেই উপলক্ষে  অনুষ্ঠিত হয় শিৱসাগৰ মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী।

আজি এই মহাৰজত জয়ন্তী অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অৱশ্যে এই মহাৰজত জয়ন্তী ২ নৱেম্বৰ ২০২১ তাৰিখে অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বিশেষ কাৰণত এই অনুষ্ঠান ৬ নৱেম্বৰ অৰ্থাৎ আজি অনুষ্ঠিত হয়।

অনুষ্ঠানত এই মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক ফুলনিৰ কবি পদ্মধৰ চলিহা আৰু তেওঁৰ পুত্ৰ পৰাগধৰ চলিহাৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। এই প্ৰতিমূৰ্তি উন্মোচন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে লগতে প্ৰাক্তন অধ্যাপক শৰৎ মহন্ত সোঁৱৰণি মুকলি মঞ্চৰ আধাৰশিলাও স্থাপন কৰে।

মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত মুখ্যমন্ত্ৰীয়ে শিৱসাগৰ কলেজৰ আন্তঃগাঁথনি উন্নয়ণৰ বাবে পাঁচ কোটি টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

ফুলনি কবি পদ্মধৰ চলিহা আৰু সেউজ কোঁৱৰ পৰাগ চলিহাৰ লগতে বহু বিদ্যানুৰাগী লোকৰ সবল নেতৃত্বত ১৯৪৭ চনৰ ২ নৱেম্বৰত প্ৰতিষ্ঠা হয় শিৱসাগৰ মহাবিদ্যালয়। প্ৰথম অৱস্থাত শিৱসাগৰ চহৰৰ কালিপ্ৰসাদ মেম’ৰিয়েল হলত পাঠদান আৰম্ভ হৈছিল।

১৯৫০ চনৰ নৱেম্বৰ মাহত তেতিয়াৰ বিত্ত মন্ত্ৰী মতিৰাম বৰাই বুৰঞ্জী প্ৰসিদ্ধ জয়সাগৰ পুখুৰী পাৰৰ অটব্য অৰণ্যৰ মাজত শিৱসাগৰ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে আৰু ১৯৫২ চনৰ ছেপ্তেম্বৰ মাহত অসমৰ ভূতপূৰ্ব ৰাজ্যপাল মহামান্য জয়ৰাম দাস দৌলতৰামে শিৱসাগৰ কলেজ চৌহদৰ দুৱাৰ মুকলি কৰে।

তেতিয়াৰ পৰাই অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত শিৱসাগৰ কলেজে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি আহিছে।

শিৱসাগৰ মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষজোৰা কাৰ্যসূচীৰে আৰম্ভ হয় আৰু মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান ২ নৱেম্বৰ ২০২২ ত অন্ত পৰিব। 

Recent News

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd