• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিমাতী ঘাটৰ দুৰ্ঘটনাৰ পাছতেই পাণ্ডু প’ৰ্টত অত্যাধুনিক প্ৰযুক্তিৰ জাহাজ সেৱা মুকলি মুখ্যমন্ত্ৰীৰ

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
November 8, 2021 1:12 pm
CM Inaugurated
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে পাণ্ডু প’ৰ্টত অত্যাধুনিক প্ৰযুক্তিৰ জাহাজ সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ১০০ গৰাকী যাত্ৰী কঢ়িয়াব পৰা এই  জাহাজকেইখনত থাকিব লাইফ জেকেট।

এই ৪ খন জাহাজৰ ভিতৰত ২ খন জাহাজ মাজুলীলৈ প্ৰেৰণ কৰা হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাসৰ দিনকেইটাত মাজুলীত যাতায়তৰ বাবে জাহাজ দুখন ব্যৱহাৰ কৰিব পাৰিব মাজুলীবাসী ৰাইজে। এই জাহাজকেইখনৰ নাম হৈছে MV মেঘনা, MV সুদৰ্শন, MV পদ্মা আৰু MV ইন্দ্ৰ।

Also read : Covid-19 Update দেশত কৰ’নাৰ দৈনিক সুস্থতাৰ হাৰে জগাইছে আশা; কমিছে মৃত্যু

Apply Now

মুখ্যমন্ত্ৰীয়ে লগতে এই অনুষ্ঠানতে উমানন্দ ফেৰী সেৱাৰ ই-টিকট ব্যৱস্থাও মুকলি কৰে।

অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “আমি অসমখনক সলনি কৰিব লাগিব। Technology আৰু কৰ্তব্যনিষ্ঠা এই দুয়োটাৰ সহযোগত বহু দূৰ আগুৱাই যাব পাৰিম। টিয়ুবৰ সহায়ত এই জাহাজ কেইখন পানীলৈ নিয়া হৈছে। চেন্নাই পৰা techology আনি জাহাজকেইখন সাজু কৰা হৈছে। জাহাজ কেইখনৰ  বৈশিষ্ট হ’ল যে বহুত পানী নহ’লেও ই negotiate কৰি যাব পাৰে।‘’

WhatsApp Image 2021-11-08 at 12.45.25 PM

তেওঁ লগতে কয়, ‘’মাজুলীৰ ৰাসৰ সময়ত ১৫ টা ৰাউণ্ড ট্ৰীপ কৰা হ’ব। লগতে মাজুলীৰ নাওঁ কেইখনত marine ইঞ্জিন লগোৱাৰ ব্যৱস্থা কৰা হৈছে। এতিয়াৰে পৰা গুৱাহাটীৰ পৰা উমানন্দলৈ ৰাইজে  জাহাজৰ অনলাইন টিকট কাটিব পাৰিব। সেইদৰে, ৭ দিনৰ ভিতৰতে গুৱাহাটী-উত্তৰ গুৱাহাটী ৰাইজে digital টিকট ল’ব পাৰিব।”

এই জাহাজ মুকলি অনুষ্ঠানতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে। বিশ্ব বেংকৰ পুঁজিৰে ১০খন নতুন জাহাজৰ নিৰ্মাণৰ কাম হাতত লোৱা হৈছিল আৰু তাৰে ভিতৰত এই চাৰিখন জাহাজ মুকলিৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Also read : CM Vigilance ৰ গোচৰত বিধায়ক শ্বেৰমান আলীৰ জামিন লাভ

ইতিমধ্যে মাজুলী ফেৰী দুৰ্ঘটনাৰ পিছত নতুন জাহাজৰ ব্যৱস্থা কৰাৰ পাছতেই তাৰ পৰা ২৬ লাখ টকাৰ ৰাজহ সংগ্ৰহৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। 

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd