• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০১৭-১৮ বৰ্ষৰ অসম আৰক্ষীৰ কনিষ্টবল পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2018 6:24 pm
assam-police-22-1508634687
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৭-১৮ বৰ্ষৰ অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। এই পৰীক্ষাৰ ফলাফল অসম আৰক্ষীৰ নিজা ৱেবছাইট assampolice.gov.inত চাব পাৰিব।

অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে উক্ত ৱেবছাইটত তেওঁলোকৰ ফলাফলসমূহ প্ৰত্যক্ষ কৰিব পাৰিব।

Apply Now

২০১৭-১৮ বৰ্ষৰ অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰীক্ষা কেন্দ্ৰসমূহত পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। ২০১৭ চনৰ ২৯ জুনত কনিষ্টবল পদৰ পৰীক্ষা অনুষ্ঠিত হৈছিল।

পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীসকলে ফলাফলসমূহ কেনেকৈ চাব :

# ২০১৭-১৮ বৰ্ষৰ অসম আৰক্ষীৰ কনিষ্টবল পদৰ পৰীক্ষাৰ ফলাফল চাবলৈ অসম আৰক্ষীৰ বিভাগীয় ৱেবছাইট assampolice.gov.in টো খোলক।

# বিভাগীয় ৱেবছাইটোৰ হোমপেজত অসম আৰক্ষী কনিষ্টবল ২০১৭-১৮ পৰীক্ষাৰ ফলাফলৰ লিংকটো দেখা পাব। লিংকটোত ক্লিক কৰক।

# লিংকটোত ক্লিক কৰাৰ পিছত এটা নতুন পেজ ওলাব য’ত আপুনি অসম আৰক্ষী কনিষ্টবল ২০১৭-১৮’ পৰীক্ষাৰ পঞ্জীয়ন নম্বৰৰ লগতে অন্যান্য প্ৰয়োজনীয় তথ্য দিব লাগিব।

# চাবমিট কী’ত ক্লিক কৰক।

# আপোনাৰ অসম আৰক্ষী কনিষ্টবল ২০১৭-১৮ বৰ্ষৰ ফলাফল স্কীণত দেখা পাব। এইটো ডাউনলোড কৰাৰ লগতে প্ৰিন্ট কৰি পৰৱৰ্তী সময়ত ব্যৱহাৰৰ বাবে লগত ৰাখক।

উল্লেখযোগ্য যে কনিষ্টবল পৰীক্ষাৰ ফলাফলক লৈ প্ৰাৰ্থীসকলৰ মাজত উৎকণ্ঠা চলি থকাৰ মাজতে অসম আৰক্ষীয়ে ঘোষণা কৰা ফলাফলে যোগ্য প্ৰাৰ্থীসকলৰ মাজত উৎসাহ বৃদ্ধি কৰিব বুলি আশা কৰিব পাৰি।

ৰাজ্যখনত খালী হৈ থকা কনিষ্টবল পদ পূৰণৰ বাবে বিভিন্ন সময়ত দাবী উত্থাপন হৈ আহিছিল আৰু ৰাজ্যখনৰ আইন-শৃংখলাৰ লগতে সাম্প্ৰতিক সময়ত দেখা দিয়া বিভিন্ন সামাজিক সমস্যাসমূহ মোকাবিলা কৰাৰ বাবেও অসম আৰক্ষীৰ শক্তি বৃদ্ধি কৰাটো জৰুৰী হৈ পৰিছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd