• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত নিউজিলেণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 11, 2021 7:08 am
T-20 World Cup
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত টি-২০ বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে নিউজিলেণ্ডে। কালি শ্বেইখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমিত নিউজিলেণ্ড ৫ উইকেটত বিজয়ী হয়।

খেলখনত টছত জয়ী হৈ নিউজিলেণ্ডে ইংলেণ্ডক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। ইংলেণ্ডৰ অপেনাৰদ্বয় বাটলাৰ আৰু বেৰিষ্ট’ৱে প্ৰথম উইকেটত ৩৭ ৰান যোগ দিয়াৰ পাছত ব্যক্তিগত ১৩ ৰানত বেৰিষ্ট’ আউট হয়। কিছু সময়ৰ পাছতে দলীয় স্ক’ৰ ৫৩ ৰানত আনজন অপেনাৰ বাটলাৰেও ২৯ ৰান কৰি আউট হয়।

অৱশ্যে তৃতীয় উইকেটত মালান আৰু মঈন আলীয়ে ৬৩ ৰান যোগ দি দলক এক সবল স্থিতি প্ৰদান কৰে। ৪১ ৰান সংগ্ৰহ কৰি মালান ছাউদীৰ বলত আউট হয়। মঈন আলীয়ে সৰ্বাধিক ৫১ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে। শেষলৈ লিভিংষ্টনে ১০ বলত ১৭ ৰান সংগ্ৰহ কৰি দলৰ স্ক’ৰ ১৬০ ৰ পাৰ কৰাত সহায় কৰে।

নিউজিলেণ্ডৰ হৈ ছাউদী, মিলনে, সুধী আৰু নিচামে এটাকৈ উইকেট দখল কৰে।

Apply Now

আনহাতে ১৬৭ ৰানৰ জয়ৰ লক্ষ্য আগত লৈ ইনিংছ আৰম্ভ কৰা নিউজিলেণ্ডে ইনিংছৰ আৰম্ভণিতেই উজুটি খায়। প্ৰথম অভাৰৰ তৃতীয় বলতেই ৱকছৰ বলত নিউজিলেণ্ডৰ অপেনাৰ গুপ্টিল আউট হয়। দলীয় স্ক’ৰ ১৩ ৰানতে অধিনায়ক উইলিয়ামচনো ৱকছৰ চিকাৰ হয়।

তাৰ পাছতেই ডেৰিল মিচেল আৰু ডেভন কনৱেই তৃতীয় উইকেটৰ যুটিত ৮২ ৰান যোগ দি নিউজিলেণ্ডৰ জয়ৰ আশা সঞ্চাৰ কৰে।

কিন্তু কনৱেই ৪৬ ৰান কৰি বিদায় লোৱাৰ পিছতেই ফিলিপছৰ উইকেট হেৰুৱাই পুনৰ বিপদত পৰে নিউজিলেণ্ড। অৱশ্যে ফিলিপছৰ উইকেট পতনৰ পাছত ক্ৰীজলৈ অহা নিচামে আক্ৰমণাত্মক ভংগীৰে বেটিং কৰি ১১ টা বলতে ২৭ ৰান সংগ্ৰহ কৰি পুনৰ নিউজিলেণ্ডক মেচখনলৈ ঘূৰাই আনে।

ইনিংছৰ আৰম্ভণিৰে পৰা ধৈৰ্যশীল বেটিঙেৰে ইনিংছ আগবঢ়াই নিয়া মিচেলেও দলৰ ত্ৰানকৰ্তাৰ ৰূপত অৱতীৰ্ণ শেষলৈ আক্ৰমণাত্মক শৈলী গ্ৰহণ কৰে।

অন্তিম দুটা অভাৰত নিউজিলেণ্ডক জয়ৰ বাবে ২০ ৰানৰ প্ৰয়োজন হৈছিল। কিন্তু ১৯ তম অভাৰত ৱকছৰ বলতেই দলে প্ৰয়োজনীয় ৰান সংগ্ৰহ কৰে। অভাৰৰ অন্তিমটো বলত চাৰি কোবাই মিচেলে নিউজিলেণ্ডক আকাঙ্খিত জয় প্ৰদান কৰে।

এই জয়েৰে নিউজিলেণ্ডে ২০১৯ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে হোৱা পৰাজয়ৰো পোতক তুলিলে।

দৰ্শনীয় বেটিঙেৰে নিউজিলেণ্ডৰ জয়ত মুখ্য ভূমিকা লোৱা ডেৰিল মিচেল মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়।

এতিয়া ফাইনেলত নিউজিলেণ্ড অষ্ট্ৰেলিয়া আৰু পাকিস্তানৰ মাজত হ’বলগীয়া দ্বিতীয় ছেমিত বিজয়ী দলটোৰ মুখামুখি হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd