• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্যৱহাৰৰ অনুমোদনৰ দিশে ভাৰতত নিৰ্মিত ক’ভিদ প্ৰতিৰোধক এণ্টিভাইৰেল টেবলেট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 11, 2021 1:03 pm
Made-In-India Anti-Covid Pills Could Be Cleared For Use In Days
203
VIEWS
Share on FacebookShare on Twitter

কোভিড-19 ৰ চিকিৎসাৰ বাবে ভাৰতত নিৰ্মিত মৌখিক এণ্টিভাইৰেল ঔষধ ম’লনুপিৰাভিৰৰ জৰুৰীকালীন ব্যৱহাৰৰ বাবে অতি সোনকালেই অনুমোদিত হোৱাৰ সম্ভাৱনা আছে। এই কথা সদৰী কৰিছে কোভিড ষ্ট্ৰেটেজী গ্ৰুপ CSIR ৰ অধ্যক্ষ ড০ ৰাম বিশ্বকৰ্মাই।

বুধবাৰে ৰাম বিশ্বকৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে এই ঔষধটো প্ৰাপ্তবয়স্কসকলৰ বাবে, যিসকলে গুৰুতৰ কোভিড-19 লৈ আগবাঢ়ি যোৱা বা চিকিৎসালয়ত ভৰ্তি হোৱাৰ আশংকা থাকে। ফাইজাৰ, পেক্সলোভিডৰ আন এটা টেবলেটত আৰু কিছু সময় লাগিব পাৰে বুলি তেওঁ লগতে কয়।

তেওঁ কয় যে এই ঔষধ দুটায়ে এক পৰিৱৰ্তন আনিব আৰু মহামাৰীৰ পৰা পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ গতি কৰাৰ পিছত এই টেবলেট টিকাকৰণতকৈ অধিক গুৰুত্বপূৰ্ণ হ’ব।

ঔষধক বিজ্ঞানৰ দ্বাৰা ভাইৰাছৰ বিৰুদ্ধে অন্তিম যুঁজাৰু বুলি অভিহিত কৰি তেওঁ কয়, “মই ভাবো মোলনুপিৰাভিৰ ইতিমধ্যে আমাৰ বাবে উপলব্ধ হ’ব। মই ভাবো যিকোনো সময়তে মোলনুপিৰাভিৰৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিব।”

ইতিমধ্যে গ্ৰেট বৃটেইনত ম’লনুপিৰাভিৰৰ ব্যৱহাৰৰ অনুমোদনৰ ভাৰতেও অনুমোদন জনাব বুলি আশাবাদী বিশ্বকৰ্মাই কয়, “ইতিমধ্যে SEC এ ইয়াক পৰীক্ষা কৰি আছে। মই ভাবো তেওঁলোকে দ্ৰুত অনুমোদন প্ৰদান কৰিব। অহা এমাহৰ ভিতৰত মাৰ্ক ঔষধৰ অনুমোদনৰ বিষয়ে সিদ্ধান্ত লোৱা হ’ব।”

ঔষধ নিৰ্মাতা কোম্পানী ফাইজাৰে সদৰী কৰা অনুসৰি ক্লিনিকেল পৰীক্ষণে প্ৰমাণ কৰিছে যে পেক্সলোভিডে দুৰ্বল প্ৰাপ্তবয়স্কলোকৰ চিকিৎসালয়ত ভৰ্তি হোৱা বা মৃত্যুৰ আশংকা ৮৯ শতাংশ হ্ৰাস কৰে।

মাৰ্কে ইতিমধ্যে পাঁচটা কোম্পানীৰ সৈতে চুক্তি কৰিছে আৰু মাৰ্কে যিদৰে কেইবাটাও কোম্পানীক এই অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে সেইদৰে ফাইজাৰেও অনুমতি প্ৰদান কৰিব কিয়নো ফাইজাৰে বিশ্বব্যাপী ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় ঔষধ নিৰ্মাণৰ বাবে ভাৰতীয় ক্ষমতা ব্যৱহাৰ কৰিব লাগিব।

ফাইজাৰৰ ফালৰ পৰা কোৱা হৈছে যে মাৰ্ক টেবলেটৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত বিবেচনা কৰা ৭০০ ডলাৰৰ তুলনাত ভাৰতত ব্যয় যথেষ্ট কম হ’ব। 

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd