• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩০ বছৰ কংগ্ৰেছ কৰি যোৱা হিমন্ত বিশ্ব শৰ্মাই CAA কেতিয়াও মানি নলয়: মীৰা বৰঠাকুৰ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
November 11, 2021 8:33 pm
kkk-2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি টাইমছ নাওৰ এক সাক্ষাৎকাৰত কা মানি লৈছো বুলি কৰা মন্তব্যৰ বিৰোধিতা কৰি মীৰা বৰঠাকুৰৰ মন্তব্য ‘৩০ বছৰ ধৰ্ম নিৰপেক্ষ কংগ্ৰেছ কৰি যোৱা হিমন্ত বিশ্ব শৰ্মাই কা কেতিয়াও মানি নলয়। RSS ক সন্তুষ্ট কৰিবলৈ তেওঁ তেনেকৈ ক’ব পাৰে।‘

হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাবোৰ কেতিয়াও ৰূপায়ণ নহয় তথা তাৰ ওলোটাটোহে কৰে বুলি উল্লেখ কৰি বৰঠাকুৰে কয়, ‘মাইক্ৰ’ফাইনেন্সৰ ঋণ সম্পূৰ্ণৰূপে মাফ হ’ল নেকি? গৰুখুঁটিৰ উচ্ছেদিতক ৬ বিঘা মাটি, পকীঘৰ, বিদ্যুৎ সংযোগ দিম বুলি কৈছিল সেয়া হৈ উঠিল নে?’

বৰঠাকুৰৰ মতে ‘হিমন্ত বিশ্ব শৰ্মাই সাপ হৈ খুঁটে বেজ হৈ জাৰে।‘

ইপিনে, কা কোনো কাৰণতে অসমত বলবৎ হ’বলৈ দিয়া নহ’ব বুলি দাবী কৰি বৰঠাকুৰে কয়, ‘হিন্দু-মুছলমান সকলো যিদৰে ধৰ্মীয় সমিল-মিলৰে আছিল সেইদৰে থাকিব। কাৰ নামত আৰু হিন্দুৰ নামত ভণ্ডামি বন্ধ কৰা উচিত। হিন্দু সভ্যতা ইমান সংকীৰ্ণ সভ্যতা নাছিল। এওঁলোকৰ হাতত হিন্দু সভ্যতা সংস্কৃতি ভু-লুন্ঠিত হ’ল।‘

ইপিনে, ‘আমি নৰেন্দ্ৰ মোদীৰ দৰে ভুৱা চকীদাৰ নহয় বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘আমি প্ৰকৃতাৰ্থত কা বিৰোধ কৰি বলবৎ হ’বলৈ নিদিওঁ। সঁচা অৰ্থত আমি সষ্টম হৈ থাকিম।‘

তেওঁ লগতে হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয়, ‘লাখ লাখ হিন্দু অসমত অসুৰক্ষিত হৈ আছে। নিৱনুৱা যুৱকক সংস্থাপন দিব পৰা নাই, হিন্দু নাৰী সুৰক্ষিত নহয়। সংবিধান, ভাৰতবৰ্ষৰ অখণ্ডতা, ধৰ্ম নিৰপেক্ষতাৰ নামত শপত লৈ কেনেকৈ টাইমছ নাওৰ চাম্মিটত ক’ব পাৰিলে যে তেওঁ কা সমৰ্থন কৰে।‘ 

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

August 18, 2025 3:52 pm
প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

August 18, 2025 3:33 pm
শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

August 18, 2025 3:15 pm
শোকাবহ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিচনাৰ পৰা পৰি মৃত্যু নৱজাতকৰ

শোকাবহ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিচনাৰ পৰা পৰি মৃত্যু নৱজাতকৰ

August 18, 2025 2:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

August 18, 2025 3:52 pm
প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

August 18, 2025 3:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd