• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Manipur Ambush মণিপুৰৰ সন্ত্ৰাসবাদীৰ ভয়ংকৰ এম্বুশ্বত শ্বহীদ অসমৰ বাক্সা জিলাৰ সুমন স্বৰ্গীয়াৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2021 10:42 am
Manipur Ambush Final
180
VIEWS
Share on FacebookShare on Twitter

Manipur Ambush শনিবাৰে মণিপুৰৰ চূড়াচান্দপুৰ জিলাত আসাম ৰাইফলছৰ কনভয়ত সন্ত্ৰাসবাদীৰ ভয়ংকৰ এম্বুশ্বত নিহত পৰিয়ালসহ কামাণ্ডিং অফিচাৰৰ লগতে জোৱান কেইজনকো চিনাক্ত কৰা হৈছে।

৪৬ AR ৰ কামাণ্ডিং অফিচাৰ কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী, তেওঁৰ পত্নী শ্ৰীমতী অনুজা ত্ৰিপাঠী আৰু ছয় বছৰীয়া পুত্ৰ সন্তান অবীৰ ত্ৰিপাঠীৰ এই ভয়ংকৰ এম্বুশ্বত মৃত্যু হোৱাৰ লগতে নিহত আন চাৰিজন আসাম ৰাইফলছৰ জোৱান হৈছে সুমন স্বৰ্গীয়াৰী, খাটনেই কন্যাক, আৰ পি মিনা আৰু শ্যামল দাস।

সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ হয় অসমৰ বীৰ জোৱান সুমন স্বৰ্গীয়াৰী।

শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ ঘৰ বাক্সা জিলাৰ থৈকাৰাকুছিত বুলি জানিব পৰা গৈছে।

Also Read: Colonel Viplav Tripathi শ্বহীদ কৰ্ণেলৰ ভাতৃও আসাম ৰাইফলছত; মণিপুৰৰ পৰা দুদিনমান পূৰ্বে উভতিছিলহে পিতৃ-মাতৃ

প্ৰায় ৮বঠছৰৰ পূৰ্বে আসাম ৰাইফলছত যোগদান কৰা সুমনে বৃদ্ধা মাতৃ, পত্নী আৰু একমাত্ৰ দুবছৰীয়া ল’ৰা সন্তানক এৰি থৈ গৈছে।

সুমন স্বৰ্গীয়াৰী পিতৃ প্ৰয়াত কনক স্বৰ্গীয়াৰীক পূৰ্বতে উগ্ৰপন্থীয়ে হত্যা কৰিছিল।

বীৰ জোৱান সুমানৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে স্বৰ্গীয়াৰীৰ ঘৰত শোকাকূল পৰিৱেশ সৃষ্টি হোৱাৰ লগতে অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

Also Read: Encounter মহাৰাষ্ট্ৰৰ গড়চিৰোলিত আৰক্ষী-মাওবাদীৰ সংঘৰ্ষত কমেও ২৬জন মাওবাদী নিহত

উল্লেখ্য যে শনিবাৰে পুৱা প্রায় ১০ বজাত মণিপুৰৰ চূড়াচান্দপুৰ জিলাৰ সিংঘাত মহকুমাৰ ছেহকান গাঁৱত সন্ত্রাসবাদীৰ এক অতর্কিত এম্বুশ্বত সেনাৰ এজন কর্নেল বিপ্লৱ ত্ৰিপাঠী, তেওঁৰ পত্নী আৰু তেওঁলোকৰ আঠ বছৰীয়া পুত্রৰ লগতে অসম ৰাইফলছৰ চাৰিজন জোৱান নিহত হয়।

সূত্রসমূহে জানিবলৈ দিয়া মতে কর্নেল ত্রিপাঠীয়ে এটা ফৰৱার্ড কেম্পলৈ গৈছিল আৰু উভতি অহাৰ পথত তেওঁৰ কনভয়টোত সন্ত্রাসবাদীয়ে অতর্কিতে আক্রমণ চলায়৷

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd