• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Colonel Viplav Tripathi শ্বহীদ কৰ্ণেলৰ ভাতৃও আসাম ৰাইফলছত; মণিপুৰৰ পৰা দুদিনমান পূৰ্বে উভতিছিলহে পিতৃ-মাতৃ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2021 9:44 am
Biplab Tripathi

ফটো সৌজন্য: ইণ্ডিয়া টুডে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Colonel Viplav Tripathi মণিপুৰত শনিবাৰে সংঘটিত আসাম ৰাইফলছৰ কনভয়ত সন্ত্ৰাসবাদীৰ ভয়ংকৰ এম্বুশ্বত নিহত হৈছিল ৪৬ AR ৰ কামাণ্ডিং অফিচাৰ কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী, তেওঁৰ পত্নী শ্ৰীমতী অনুজা ত্ৰিপাঠী আৰু ছয় বছৰীয়া পুত্ৰ সন্তান অবীৰ ত্ৰিপাঠীৰ।

আনহাতে, এই এম্বুশ্বত নিহত আন চাৰিজন আসাম ৰাইফলছৰ জোৱান হৈছে সুমন স্বৰ্গীয়াৰী, খাটনেই কন্যাক, আৰ পি মিনা আৰু শ্যামল দাস।

শ্বহীদ কৰ্ণেল বিপ্লৱ ত্ৰিপাঠীৰ পিতৃ-মাতৃ মাত্ৰ কেইদিমান পূৰ্বে মণিপুৰৰ পৰা ঘৰলৈ উভতিছিল। ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰিত এই কথা প্ৰকাশ পাইছে।     

Apply Now

সুভাষ ত্ৰিপাঠী (৮০) আৰু পত্নী আশা ত্ৰিপাঠী (৭০)য়ে পূব চত্তীশগড়ৰ তেওঁলোকৰ গৃহ চহৰ ৰাইগড়ৰ পৰা কৰ্ণেল পুত্ৰ আৰু পৰিয়ালৰ সৈতে দেৱালী উদযাপন কৰি যোৱা ৭ নৱেম্বৰত উভতি আহিছিল।

Also Read: Encounter মহাৰাষ্ট্ৰৰ গড়চিৰোলিত আৰক্ষী-মাওবাদীৰ সংঘৰ্ষত কমেও ২৬জন মাওবাদী নিহত

ৰাইগড় চহৰখনৰ এই অঞ্চলটোত বিপ্লৱ এগৰাকী অতি বিনম্ৰ তথা সন্মানিত ব্যক্তি হিচাপে জনাজাত আছিল।

তেওঁলোকৰ অঞ্চলটোত ত্ৰিপাঠী পৰিয়াল অতি সুপৰিচিত। বিপ্লৱৰ ককাদেউতাক কিশোৰী লাল ত্ৰিপাঠী ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ অংশ আছিল। সেইদৰে সুভাষ ত্ৰিপাঠী এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু ৰাইগড়ৰ এখন আঞ্চলিক সাপ্তাহিক কাকতৰ সম্পাদক। আশা ত্ৰিপাঠীও এগৰাকী সমাজকৰ্মী।

বিপ্লৱৰ মোমায়েক ৰাজেশ পাটনায়কে জানিবলৈ দিয়ে যে আসাম ৰাইফলছৰ বিষয়াগৰাকীয়ে দেৱালীৰ বাবে ছুটী পোৱা নাছিল। তেওঁৰ কনিষ্ঠ ভাতৃ অনয় মণিপুৰত আসাম ৰাইফলছৰ লে: কৰ্ণেল হিচাপে নিযুক্ত হৈ থকাত পিতৃ-মাতৃ সুভাষ ত্ৰিপাঠী আৰু আশা ত্ৰিপাঠীয়ে মণিপুৰলৈকে যোৱাটোকে ঠিৰাং কৰিছিল।

Also Read: T20 World Cup Final বৈৰী বন্ধু! স্কুলীয়া দলৰ দুই সতীৰ্থ এইবাৰ প্ৰতিপক্ষ; মুখামুখি হ’ব ফাইনেলত

বাতৰি অনুসৰি, মণিপুৰৰ পৰা প্ৰশিক্ষণৰ বাবে যোৱাৰ মাজতে শুকুৰবাৰে নিশা অনয় ৰাইগড়ত উপস্থিত হয়।

‘’নিজৰ সেনা গোটৰ বন্ধুৰ পৰা নিজৰ ভাতৃ তথা পৰিয়াল নিহত হোৱাৰ খৱৰ পোৱা শনিবাৰে দুপৰীয়ালৈকে তেওঁ মোৰ সৈতে আছিল,’’-পাটনায়কে জানিবলৈ দিয়ে।

অনয়ে মণিপুৰলৈ উভতি যাব আৰু আৰু কৰ্ণেল ভাতৃ তথা তেওঁৰ পত্নী আৰু পুত্ৰৰ মৃতদেহ লৈ উভতি আহিব। দেওবাৰে পুৱাই মৃতদেহ আহি ঘৰ পোৱাৰ সম্ভাৱনা আছে।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd