• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Mahatma Gandhi ভাৰতে উপহাৰ দিয়া গান্ধীৰ মূৰ্তি ভাঙি চূৰমাৰ; ঘটনাৰ গৰিহনা অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2021 10:47 am
WhatsApp Image 2021-11-16 at 10.04.41 AM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Mahatma Gandhi অষ্ট্ৰেলিয়াত ভাৰতে উপহাৰ দিয়া গান্ধীৰ মূৰ্তি ভাঙি চূৰমাৰ কৰা হৈছে। এই ঘটনাত দুখ প্ৰকাশ কৰাৰ লগতে তীব্ৰ গৰিহনা দি দেশখনৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে এয়া অতি অসন্মাজনক বুলি অভিহিত কৰিছে।

দেশখনৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে এনেধৰণৰ ঘটনা অত্যন্ত নিম্নৰুচিৰ, লজ্জাজনক তথা হতাশাজনক বুলি অভিহিতত কৰি এই ঘটনাৰ আঁৰত কোন আছে সেয়া তদন্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ঘটনাৰ সৈতে জড়িত দুস্কৃতিকাৰীসকলে ভাৰতীয়সকলৰ লগতে অষ্ট্ৰেলিয়াবাসীকো অপমানিত কৰিছে বুলি প্ৰকাশ কৰে।

উল্লেখ্য যে ভাৰতৰ স্বাধীনতাৰ ৭৫বছৰ উদযাপনৰ অংশ হিচাপে দেশখনৰ প্ৰধানমন্ত্ৰী মৰিছনে ভাৰতৰ কনছুল জেনেৰেল ৰাজকুমাৰ আৰু আন অষ্ট্ৰেলিয়াৰ নেতাসকলৰ উপস্থিতিত ৰ’ভিলৰ অষ্ট্ৰলিয়ান-ইণ্ডিয়ান কমিউনিটি চেন্টাৰত গান্ধী মূৰ্তিটো উন্মোচন কৰিছিল।

Also Read: Inspiration for Life ১০৪বছৰ বয়সত পৰীক্ষা দি ১০০ৰ ভিতৰত ৮৯ নম্বৰেৰে চমক দিলে এইগৰাকী আইতাই

বাতৰি মতে, উন্মোচনৰ কেইঘন্টামান পাছতে গান্ধী মূৰ্তিটো ভাঙি পেলোৱা হয় বুলি কোৱা হৈছে। শুকুৰবাৰে বিয়লিৰ পৰা শনিবাৰে বিয়লিৰ ভিতৰত এই মুৰ্তি ভহাৰ ঘটনা সংঘটিত হৈছে বুলি জানিব দিয়ে ভিক্টোৰিয়া আৰক্ষীয়ে।

স্থানীয় প্ৰশাসনে জানিবলৈ দিয়া মতে অজ্ঞাত দুস্কৃতিকাৰী দলে মূৰ্তিটো ভাঙি চূৰমাৰ কৰে। পাৱাৰটুল ব্যৱহাৰ কৰি মূৰ্তিটোৰ শিৰচ্ছেদ কৰি দিয়া হৈছে। নক্স ক্ৰাইম ইনভেষ্টিগেশ্যন ইউনিটৰ বিষয়াসকলে ঘটনাটোৰ তদন্ত কৰিছে।

Also Read: Hardik Pandya বিমানবন্দৰত হাৰ্দিক পাণ্ডিয়াৰ ৫কোটি টকাৰ দুটা বিলাসী ঘড়ী জব্দ কৰিলে কাষ্টমছে

ভিক্টোৰিয়াত বসবাস কৰা ভাৰতীয়সকলৰ ৩০বছৰীয়া প্ৰচেষ্টাৰ অন্তত গান্ধী মূৰ্তিটো তাত স্থাপন কৰা হৈছিল। ভিক্টোৰিয়াত বসবাস কৰা প্ৰায় ৩ লাখ  ভাৰতীয়ৰ বাবে এয়া এক অপ্ৰত্যাশিতই নহয়, লগতে এক হতাশাজনক ঘটনা হিচাপপেও বিবেচিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

September 14, 2025 12:46 pm
ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

September 14, 2025 12:27 pm
অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

September 14, 2025 12:03 pm
‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

September 14, 2025 12:46 pm
ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

September 14, 2025 12:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd