• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

দহ বছৰলৈ আইচিচি টুৰ্নামেণ্টৰ সূচী প্ৰকাশ, দীৰ্ঘ দিনৰ বিৰতিৰ মূৰত আন্তঃৰাষ্ট্ৰীয় টুৰ্নামেণ্ট অনুষ্ঠিত হ’ব পাকিস্তানত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2021 8:03 pm
ICC tournament schedule released for ten years
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ, চমুকৈ ICC -এ প্ৰকাশ কৰিছে অহা দৰ বছৰৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট টুৰ্নামেণ্টৰ সময়সূচী। আইচিচিয়ে মঙলবাৰে ২০৩১ চনলৈকে টি-২০ আৰু এদিনীয়া বিশ্বকাপ আৰু চেম্পিয়নছ ট্ৰফীৰ আয়োজক দেশসমূহৰ নাম ঘোষণা কৰিছে।

এই দহ বছৰত অনুষ্ঠিত হ’বলগীয়া ৯ খন টুৰ্নামেণ্টৰে চাৰিটা ৪ খন টুৰ্নামেণ্ট আয়োজনৰ স্বত্ব লাভ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে। বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্চ পৰিচালনা সমিতি আইচিচি-এ আন এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত টি-২০ বিশ্বকাপ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে আইচিচি- এ।

উল্লেখ্য যে বিচিচিআই ২০২০ টি-২০ বিশ্বকাপ আয়োজনৰ দায়িত্বত আছিল। কিন্তু ক’ভিদ মহামাৰীৰ পৰিপ্ৰেক্ষিতত এই বিশ্বকাপ ইউ.এ.ই লৈ স্থানান্তৰ কৰা হৈছিল। ইতিমধ্যে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ আয়োজনৰ স্বত্ব লাভ কৰিছিল ভাৰতে।

Apply Now

ভাৰতে শ্ৰীলঙ্কাৰ সৈতে যুটীয়াভাৱে ২০২৬ চনৰ টি-২০ বিশ্বকাপ আয়োজন কৰিব। ইয়াৰ পিছতে ২০২৯ চনত চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব ভাৰতত। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) বাংলাদেশৰ সৈতে যুটীয়াভাৱে ২০৩১ চনৰ এদিনীয়া বিশ্বকাপ আয়োজন কৰিব।

 

Are you ready for the best-ever decade of men’s white-ball cricket?

Eight new tournaments announced 🔥
14 different host nations confirmed 🌏
Champions Trophy officially returns 🙌https://t.co/OkZ2vOpvVQ pic.twitter.com/uwQHnna92F

— ICC (@ICC) November 16, 2021

আনহাতে দীৰ্ঘ সময়ৰ বিৰতিৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট টুৰ্নামেণ্ট আয়োজনৰ স্বত্ব লাভ কৰিছে পাকিস্তানে। ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী পাকিস্তানত অনুষ্ঠিত হ’ব। আইচিচিয়ে ক্ৰিকেটক জনপ্ৰিয় কৰাৰ বাবেই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে।

২০২৪ চনৰ পৰা ২০৩১ চনলৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট টুৰ্নামেণ্ট ক’ত অনুষ্ঠিত হ’ব সেয়া চাওঁ আহক-

১. টি-২০ বিশ্বকাপ জুন ২০২৪ ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’ব।
২. চেম্পিয়নছ ট্ৰফী ২০২৫ চনৰ ফেব্ৰুৱাৰীত পাকিস্তানত অনুষ্ঠিত হ’ব।
৩. ২০২৬ চনৰ ফেব্ৰুৱাৰীত ভাৰত আৰু শ্ৰীলংকাত টি-২০ বিশ্বকাপ অনুষ্ঠিত হ’ব।
৪. অক্টোবৰ-নৱেম্বৰ ২০২৭ চনত দক্ষিণ আফ্ৰিকা, জিম্বাবোৱে আৰু নামিবিয়াত এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’ব।
৫. অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে ২০২৮ চনৰ অক্টোবৰত টি-২০ বিশ্বকাপ আয়োজন কৰিব।
৬. ২০২৯ চনৰ অক্টোবৰত ভাৰতত চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব।
৭. ইংলেণ্ড-আয়াৰলেণ্ড আৰু স্কটলেণ্ডে ২০৩০ চনৰ জুনমাহত টি-২০ বিশ্বকাপ আয়োজন কৰিব।
৮. ভাৰত আৰু বাংলাদেশে ২০৩১ চনৰ এদিনীয়া বিশ্বকাপ আয়োজন কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd