• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মানৱীয়তা ! এজন ৰিক্সা চালকক এক কোটি টকাৰ সম্পত্তি উপহাৰ দিলে বৃদ্ধাই!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2021 9:23 pm
Odisha woman hands over property worth Rs 1 crore to rickshaw-puller
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৃথিৱীত মানুহৰ স্বাৰ্থপৰতাৰ উদাহৰণ অনেক পোৱা যাব। বাস্তৱ পৃথিৱীত মানুহে ন্যস্ত স্বাৰ্থৰ বাবে আনৰ সুখ-দুখৰ মূল্যাংকন নকৰে জীৱনে আমাক এইটোৱেই শিকায়। আমাৰ লোভী মনটো কেৱল নিজ স্বাৰ্থ সুৰক্ষাত ব্যস্ত।

তথাপিও পৃথিৱীখন এতিয়াও চলি আছে কাৰণ তাত ব্যতিক্ৰম আছে। এনে কিছু ব্যতিক্ৰমে এতিয়াও মানৱতাৰ জয়গান গাই আছে। তেনে এক ব্যতিক্ৰম হৈছে উৰিষ্যাৰ ৬৩ বছৰীয়া মিনতি পাটনায়ক।

এজন সাধাৰণ ৰিক্সাচালক বুধা শ্বামাল দুটা দশকৰো অধিক সময় ধৰি মিনতি পাটনায়কৰ পৰিয়ালৰ কৰ্তব্যৰত হৈ আছে। তাৰ বিনিময়তে এইগৰাকী বৃদ্ধাই বুধাৰ পৰিয়ালৰ নামত তেওঁৰ সকলো স্থাৱৰ সম্পত্তি তুলি দিছে।

Apply Now

যোৱা বছৰ বৃক্ক বিকল হোৱাৰ ফলত মিনতি পাটনায়কৰ স্বামীৰ মৃত্যু হৈছিল। স্বামীৰ মৃত্যুৰ পিছত মিনতি তেওঁৰ জীয়েকৰ সৈতে বাস কৰিছিল। অলপতে হৃদৰোগত আক্ৰান্ত হোৱা একমাত্ৰ ছোৱালীজনীৰ মৃত্যু হোৱাৰ লগে লগে অকলশৰীয়া হৈ পৰে মিনতি পাটনায়ক। তেওঁ আনকি জীয়াই থকাৰ ইচ্ছাও হেৰুৱাই পেলায়।

সেই কঠিন পৰিস্থিতিত পৰিয়াল আৰু আত্মীয়সকলৰ কোনো মিনতিৰ কাষত থিয় হোৱা নাছিল। মিনতিৰ অকলশৰীয়া জীৱনত সাৰথি হিচাপে থিয় দিছিল ৰিক্সাচালক বুধা। বুধাৰ পৰিয়ালো তেওঁৰ কাষত আছিল।

যোৱা দুটা দশকধৰি মিনতি পাটনায়কে তেওঁৰ কাষত চৰ্তহীন বিশ্বাসেৰে থিয় দিয়া বুধাৰ পৰিয়ালক প্ৰেম আৰু সন্মান প্ৰদান কৰিব বিচাৰে। উল্লেখ্য যে মিনতিৰ ঘৰ, সোণৰ গহনা আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ মুঠ ১ কোটি টকা। বুধা আৰু বুধাৰ পৰিয়ালৰ মৰমৰ চিন স্বৰূপে এই বৃহৎ সম্পত্তি বুধাক উপহাৰ হিচাপে আগবঢ়াইছে মিনতি পাটনায়কে।

মিনতিৰ নিজৰ তিনিগৰাকী ভগ্নী আছে। তেওঁলোকে মিনতিৰ এই সিদ্ধান্তত তীব্ৰ আপত্তি কৰিছিল। কিন্তু মিনতিদেৱীয়ে সেই সকলোবোৰ আপত্তি অগ্ৰাহ্য কৰে।

সকলো আইনী দস্তাবেজ মিনতি পাটনায়কে এনেদৰে প্ৰস্তুত কৰিছে যাতে বুধাৰ মৃত্যুৰ পিছতো কোনো সমস্যা নহয়। মিনতি পাটনায়কে ভাৱে যে এইটো বুধাৰ পৰিয়ালৰ বাবে কেৱল এটা পুৰস্কাৰ।

অৱশ্যে এই বৃহৎ সম্পত্তি লাভ নকৰিলেও চিন্তিত নহয় বুধা। তেওঁ কয় যে দুটা দশকৰো অধিক সময় ধৰি মই এই পৰিয়াল আৰু মাতৃৰ যত্ন লৈছো আৰু মৃত্যুবৰণ কৰিম।

যেতিয়া তেওঁলোকে বাতৰি কাকত চাই মিনতিদেৱী আৰু বুধাই এখন বেলেগ পৃথিৱীৰ সপোন দেখে য’ত হত্যা আৰু বিশ্বাসঘাতকতা শূন্য এখন সমাজত মানুহে বাস কৰে। তেওঁলোকে বিশ্বাস কৰিব বিচাৰে, “কৰবাত আজিও ভাল মানুহ আছে আৰু সেইটোৱেই মানৱতাৰ বিশ্বাস।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd