• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিকলাঙ্গ সৈনিকৰ বাবে পুঁজি সংগ্ৰহৰ উদ্দেশ্যে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ দৌৰৰ লক্ষ্য ৬১ বছৰীয়া দৌৰবিদৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 23, 2021 7:15 pm
Kumar Ajwani
273
VIEWS
Share on FacebookShare on Twitter

৭৬ দিনৰ ভিতৰত জম্মু আৰু কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ মুঠ ৪,৪৪৪ কিলোমিটাৰ দূৰত্ব অতিক্ৰমৰ লক্ষ্যৰে কুমাৰ আজৱানি নামৰ এগৰাকী ৬১ বছৰীয়া দৌৰবিদে আৰম্ভ কৰিছে দৌৰ।

জম্মু-ভিত্তিক প্ৰতিৰক্ষা মুখপাত্ৰ এজনে কয় যে এই দীৰ্ঘ দূৰত্বৰ দৌৰৰ মাজেৰে আজৱানিয়ে সজাগতা বৃদ্ধি আৰু বিকলাঙ্গ সৈনিকসকলৰ বাবে পুঁজি সংগ্ৰহৰ প্ৰচেষ্টা চলাব। লগতে বয়স্ক ভাৰতীয়ৰ দ্বাৰা দীৰ্ঘ দূৰত্বৰ দৌৰৰ বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যও লৈছে আজৱানিয়ে।

মুখপাত্ৰ জনে লগতে কয় যে ১৯ নৱেম্বৰত উধমপুৰ জিলাৰ পাটনিটপ পাহাৰীয়া ৰিজৰ্টৰ পৰা আৰম্ভ হোৱা অভিযানৰ তৃতীয় দিনা সৈনিক কল্যাণ বিভাগ, জম্বু-কাশ্মীৰত উপস্থিত হোৱাৰ লগে লগে সৈনিক ভৱনত আজৱানীক উষ্ম আদৰণি জনায়।

ৰাজ্য সৈনিক বোৰ্ডৰ কাৰ্যালয়ৰ পৰা সঞ্চালক ব্ৰিগেডিয়াৰ গুৰমিত সিং শানে বৃহৎ সংখ্যক প্ৰাক্তন সৈনিকৰ উপস্থিতিত কুমাৰ আজৱানিৰ অভিযানৰ ফ্লেগ অফ কৰিছিল।

উল্লেখ্য যে, আজৱানী হৈছে টিম এফএবি ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক-সঞ্চালক। কিছুসংখ্যক দৌৰবিদৰ দ্বাৰা গঠিত এই সংস্থাটোৱে ফিটনেছৰ সজাগতা বৃদ্ধিৰ উদ্দেশ্যে কাম কৰে।

‘আত্মনিৰ্ভৰ ভাৰত ৰাণ’ নামৰ এই প্ৰচেষ্টাত গুণগত শিক্ষাৰ প্ৰয়োজনীয়তা, জনজাতীয় বিদ্যালয়সমূহৰ উন্নীতকৰণ আৰু “এক ভাৰত আৰু ঐক্যবদ্ধ ভাৰত”ৰ বাৰ্তা প্ৰচাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হ’ব।

আজৱানিএজন মাৰাথনাৰ যি সামাজিক কাৰণত বহুতো আন্তঃ-চহৰ আৰু আন্তঃৰাজ্যিক দৌৰ সামৰি লৈছে আৰু সংগ্ৰহ কৰা পুঁজিৰ জৰিয়তে দৰিদ্ৰ লোকসকলক সহায় কৰি আহিছে।

Recent News

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd