• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Covid New variant কিমান ভয়াবহ কৰ’নাৰ নতুন ভেৰিয়েন্ট Omicron; কি জনালে WHOই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 27, 2021 10:30 am
coronavirus71-1622016981
158
VIEWS
Share on FacebookShare on Twitter

Covid New variant Omicron: পুনৰ কৰ’নাৰ আতংকৰ খৱৰে উদ্বেগ বৃদ্ধি কৰিছে জনসাধাৰণৰ। ডেল্টা প্ৰজাতিৰ পাছত এইবাৰ কৰ’নাৰ নতুন প্ৰজাতিক লৈ বৃদ্ধি পাইছে আশংকা। দক্ষিণ আফ্ৰিকাত সন্ধান পোৱা কোভিড-১৯ৰ এই নতুন ভেৰিয়েন্টক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা।

কৰ’নাৰ এই নতুন ভেৰিয়েন্ট B.1.1 529 ৰ WHOই নাম ৰাখিছে Omicron। বিশ্ব স্বাস্থ্য সংস্থাই এই নতুন ভেৰিয়েন্টক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ এক বিবৃতিত কোৱা হৈছে যে এই ভাইৰাছৰ প্ৰাথমিক গৱেষণাত ভাইৰাছটো বহু বাৰ মিউটেট হোৱা দেখা গৈছে অৰ্থাৎ বিৱৰ্তন ঘটি ই আৰু অধিক সংক্ৰামক হৈ পৰিছে। আন ভেৰিয়েন্টৰ তুলনাত নতুন কৰ’না B.1.1 529 ভেৰিয়েন্ট অধিক দ্ৰুতভাৱে সংক্ৰমণ ঘটাৰ লগতে ই বাৰে বাৰে সংক্ৰমিত কৰাৰ আশংকা আছে।

Also Read: Sharbat Gula তালিবানৰ সন্ত্ৰাস! দেশ এৰিলে বিশ্বৰ পৰিচিত সেউজীয়া চকুৰ সেই আফগান নাৰীয়ে

দক্ষিণ আফ্ৰিকাৰ সকলো দিশে এই নতুন ভেৰিয়েন্ট বিয়পি পৰিছে। বৰ্তমানলৈ কোভিড পিচিআৰ টেষ্টতে এই ভাইৰাছটোক চিহ্নিত কৰিব পৰা গৈছে। কিন্তু ক্ষিপ্ৰতাৰে ইয়াৰ জিনগত পৰিৱৰ্তন ঘটোৱা প্ৰৱণতাৰ বাবে চিন্তিত হৈ পৰিছে গৱেষকসকল।

বিশ্ব স্বাস্থ্য সংস্থাৰ শুকুৰবাৰে অনুষ্ঠিত টেকনিকেল এডভাইছাৰী বৈঠকত নতুন ভেৰিয়েন্টৰ চৰিত্ৰগত দিশৰ ওপৰত আলোচনা কৰা হয়।

Also Read:Inter-State Border Disputes সীমা বিবাদ মীমাংসাৰ বাবে অসম আৰু মিজোৰাম চৰকাৰে গঠন কৰিব কমিটি

দক্ষিণ আফ্ৰিকাত এই নতুন ভেৰিয়েন্টৰ সংক্ৰমণ আৰম্ভ হৈছে আৰু দেশখনৰ বিভিন্ন প্ৰান্তত সংক্ৰমণ বৃদ্ধি পাইছে। গৱেষকসকল চিন্তিত হোৱাৰ আন এটা কাৰণ হৈছে এই ভেৰিয়েন্টে ভেকচিনৰ কাৰ্যকৰিতাকো প্ৰত্যাহ্বান জনোৱাৰ সম্ভাৱনা আছে।         

Recent News

২০ বছৰীয়া সমস্যা সমাধানৰ বাবে নতুন পদক্ষেপ গ্ৰহণ নিৰ্বাচন আয়োগৰ

২০ বছৰীয়া সমস্যা সমাধানৰ বাবে নতুন পদক্ষেপ গ্ৰহণ নিৰ্বাচন আয়োগৰ

বিতৰ্কৰ মাজতেই চাকৰিৰ পৰা অপসাৰণ কৰা হ’ল সৌৰ শক্তি নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰামেশ্বৰ প্ৰসাদ গুপ্তাক

বিতৰ্কৰ মাজতেই চাকৰিৰ পৰা অপসাৰণ কৰা হ’ল সৌৰ শক্তি নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰামেশ্বৰ প্ৰসাদ গুপ্তাক

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd