• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Sharbat Gula তালিবানৰ সন্ত্ৰাস! দেশ এৰিলে বিশ্বৰ পৰিচিত সেউজীয়া চকুৰ সেই আফগান নাৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 27, 2021 8:50 am
sharbat-Gula
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Sharbat Gula সমগ্ৰ বিশ্বৰে পৰিচিত এই মুখ। ৱাৰ ফটোগ্ৰাফাৰ ষ্টিভ মেককেৰীয়ে তোলা সেউজীয়া চকুৰ আফগান কিশোৰীৰ সেই ফটোখন চৰ্চিত হৈ পৰিছিল। বিশ্বত আফগান নাৰীৰ প্ৰতীক হিচাপে তুলি ধৰা হৈছিল সেই মুখ। নাম তেওঁৰ ছৰবত গুলা।

সেই ছৰবত গুলাই এইবাৰ তালিবানী শাসনত বিধ্বস্ত হৈ পৰা আফগানিস্তান এৰি গুচি গ’ল ইটালীলৈ। তাতেই বসবাস কৰিবলৈ সাজু ছৰবতক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ইটালীৰ প্ৰশাসন।

১৯৮৪ চনত নেশ্যনেল ডিঅ’গ্ৰাফিক আলোচনীৰ প্ৰচ্ছদত প্ৰকাশ পাইছিল আফগান কিশোৰী ছৰবতৰ অবুজ চিন্তাৰে ভৰা সবুজ মুখৰ ছবি। তাৰ পাছতেই বিশ্বত ব্যাপক পৰিচিতি লাভ কৰে ছৰবতে।

Apply Now

Also Read: ১৫ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সেৱা, ১৪ ৰাষ্ট্ৰলৈ চলাচল কৰিব বিমান

ফটোগ্ৰাফাৰ মেককেৰীয়ে ২০০২ চনত ছৰবতক পুনৰ বিচাৰি উলিয়ায়। ২০১৪চনত দেশ এৰি পাকিস্তানলৈ গৈছিল ছৰবত। কিন্তু তাতো সমস্যাৰ সন্মুখীন হয় আৰু ভুৱা পৰিচয়পত্ৰ ৰখাৰ অভিযোগ উঠাৰ পাছত পাকিস্তান ত্যাগ কৰি পুনৰ নিজ দেশলৈ প্ৰত্যাৱৰ্তন কৰে।

দেশলৈ ঘুৰি অহাৰ পাছত আফগানিস্তানৰ তদানীত্বন ৰাষ্ট্ৰপতিয়ে তেওঁৰ বাসভৱনত এক অনুষ্ঠানত ছৰবতক আদৰণি জনাইছিল আৰু থাকিবলৈ তেওঁক নতুন এটা ফ্লেট উপহাৰ দিছিল।

যোৱা আগষ্টত তালিবানে আফগানিস্তান দখল কৰাৰ পাছৰে পৰা দেশখনৰ অৰ্থনীতি প্ৰায় বিধ্বস্ত হোৱাৰ পথত আগবাঢ়িছে। লগতে বাঢ়িছে তালিবানী সন্ত্ৰাস। দেশখনত নাৰীসকল অসুৰক্ষিত হৈ পৰিছে আৰু দেশ ত্যাগ কৰাৰ বাবে উন্মুখ হৈ পৰিছে।

Also Read:২১ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ বাবে ৬ ডিচেম্বৰত ভাৰত ভ্ৰমণ কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে

আফগান নাগৰিকসকলক আশ্ৰয় দিয়াৰ ক্ষেত্ৰত আমেৰিকাৰ লগতে পাশ্চাত্যৰ দেশসমূহৰ ভিতৰত ইটালীও আছে। দেশখনে ছৰবতক ৰোমলৈ অহাৰ সকলো বন্দবস্ত কৰি দিছে।

যুদ্ধ বিধ্বস্ত আফগানিস্তানৰ ইতিহাসৰ অসহায় পৰিস্থিতিৰ মূৰ্ত প্ৰতীক ৰূপত ধৰা দিয়া এই সেউজীয়া চকুৰ নাৰীগৰাকীক বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ জৰিয়তে লাভ কৰা আবেদনৰ ভিত্তিত দেশখনলৈ আদৰণি জনাইছে ইটালীয়ে।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd