• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১২ সাংসদৰ নিলম্বন: প্ৰতিবাদত সদন ত্যাগ বিৰোধী দলৰ সাংসদৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 30, 2021 2:15 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়তে কৰা সৌজ্যতামূলক আচৰণৰ শাস্তি হিচাবে সংসদৰ শীতকালীন অধিৱেশনত বিভিন্ন দলৰ ১২ গৰাকীকৈ সাংসদক নিলম্বিত কৰাৰ বিষয়টোকলৈ আজি উত্তপ্ত হৈ পৰে ৰাজ্যসভাৰ মজিয়া।

কংগ্ৰেছ, ডিএমকেকে ধৰি বিৰোধী দলৰ সাংসদসকলে ১২ সাংসদৰ নিলম্বন প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰে যদিও ৰাজ্যসভাৰ অধ্যক্ষ ভেংকয়া নাইডুৱে সেই দাবী মানি ল’বলৈ অস্বীকাৰ কৰে।

নাইডুৱে কয় যে সাংসদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ অধিকাৰ ৰাজ্যসভাৰ অধ্যক্ষৰ আছে। সেই অধিকাৰৰ আলমতে ১২ সাংসদক ৰাজ্যসভাৰ শীতকালীন অধিৱেশনৰ বাকী দিন কেইটাৰ বাবে নিলম্বন কৰা বুলি তেওঁ উল্লেখ কৰে।

নাইডুৰ পৰা এনে উত্তৰ পোৱাৰ পিছতে বিৰোধী দলৰ সাংসদসকলে আজি ৰাজ্যসভাৰ মজিয়া ত্যাগ কৰে। ৰাজ্যসভাৰ অধ্যক্ষ ভেংকয়া নাইডুৱে দিনৰ দুই বজালৈ ৰাজ্যসভা স্থগিত ৰখাৰ কথা ঘোষণা কৰে।

Apply Now

উল্লেখ্য বৰ্ষাকালীন অধিৱেশনতে সংঘটিক একাধিক ঘটনাৰ পৰিপ্ৰেক্ষিতত ১২ গৰাকী সাংসদক নিলম্বিত কৰা ৰ সিদ্ধান্ত লোৱা হৈছিল । কালী শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে ৰাজ্যসভাৰ উক্ত ১২ গৰাকী সাংসদক নিলম্বিত কৰা হয়।

নিলম্বিত সাংসদ কেইগৰাকী হ’ল ক্ৰমে শিৱ সেনাৰ প্ৰিয়ংকা চতুৰ্বেদী,তৃণমূলৰ দোলা সেন, চিপিএমৰ ইলামাৰাম কৰিম,কৃগ্ৰেছৰ ফুলো দেৱী নেটাম,ছায়া বাৰ্মা,ৰিপুন বৰা,ৰাজামণি পেটেল,ছৈয়দ নাছিৰ হুছেইন,অখিলেশ প্ৰসাদ সিং,চিপিআইৰ বিনয় বিশ্বম,তৃণমূল কংগ্ৰেছৰ শান্তা ছেত্ৰী,শিৱসেনাৰ অনিল দেশাই।

১২ গৰাকীকৈ সাংসদক নিলম্বন কৰাৰ প্ৰসংগত কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে বৰ্ষাকালীন অধিৱেশনৰ সিদ্ধান্ত এটা শীতকালীন অধিৱেশনত কাৰ্যকৰী কৰি চৰকাৰে স্বৈৰাচাৰিতাৰ প্ৰমাণ দিলে।

বৰ্ষাকালীন অধিৱেশনৰ সময়ত কৃষি আইন বাতিল, পেগাছাছ ফোন টেপিঙৰ বিষয়কলৈ সাংসদ একাংশই পৰিবেশ উত্তপ্ত কৰি তুলিছিল।

কিছুসংখ্যক বিৰোধী দলৰ আনকি সাংসদে চকী-মেজ ফাইল আদি দলিয়াই দিছিল বুলিও অভিযোগ উঠিছিল।

সেই সময়তে ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডু আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ১২ গৰাকী বিধায়কক নিলম্বিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি থৈছিল। সেই সিদ্ধান্তই শীতকালীন অধিৱেশনত কাৰ্যকৰী কৰা হয়।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd