• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Raj Nandini Kalita in KBC কৌন বনেগা ক্ৰোৰপতিত গুৱাহাটীৰ ৰাজনন্দিনী কলিতাৰ ভাষণে মুগ্ধ কৰিলে অমিতাভ বচ্চনক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 1, 2021 7:40 pm
WhatsApp Image 2021-12-01 at 7.27.21 PM
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Raj Nandini Kalita in KBC গুৱাহাটীৰ ছাউথ পইন্ট স্কুলৰ অধ্যয়নৰত ৰাজনন্দিনী কলিতা নামৰ ১৪ বছৰীয়া ছাত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় টেলিভিশ্বনৰ জনপ্ৰিয় শ্ব’ কৌন বনেগা ক্ৰোৰপতিত অংশগ্ৰহণ কৰি এদিন ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ তেওঁৰ সপোনৰ কথা ব্যক্ত কৰে।

ৰাজনন্দিনীৰ প্ৰেৰণাদায়ী ভাষণে খোদ অমিতাভ বচ্চনকো মুগ্ধ কৰিবলৈ সক্ষম হয়।

অমিতাভ বচ্চনে কয়,’’ডাঙৰ ডাঙৰ নেতাই এনে ভাষণ দিব নোৱাৰে।‘’

Apply Now

ৰাজনন্দিনীয়ে তেওঁৰ সাৱলীল ভাষণত কয়, ’’মই এখন ভাৰতৰ সপোন দেখো য’ত সকলো নাগৰিকে শিক্ষিত আৰু এনে এখন দেশ যি সদায় প্ৰগতিৰ দিশে প্ৰথম পদক্ষেপ লয়, এখন স্বাধীনতাৰ ভাৰতবৰ্ষ, যিখনে প্ৰতিটো ক্ষেত্ৰতে নিৰৱিচ্ছিন্নভাৱে এখোজ আগবাঢ়ি থাকিব পাৰে।‘’

Also Read: PGSU Election Result of GU: গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা; ৫ টা পদত বিজয়ী NSUI

ছাত্ৰীগৰাকীয়ে বিকাশৰ দিশে আগবাঢ়িবলৈ ১০০শতাংশ সাক্ষৰ ভাৰতৰ কামনা কৰে। ‘’এইটোৱে মোৰ সপোন আৰু ইয়াক বাস্তৱায়িত কৰিবলৈ মই ভাৰতৰ ৰাষ্ট্ৰপতি হ’ব বিচাৰো।‘’

ৰাজনন্দিনীয়ে কয়,’’ মই ভাবো যে দৰিদ্ৰতা আৰু অজ্ঞতা দূৰীকৰণৰ বাবে শিক্ষাই হৈছে মুখ্য সমাধান।‘’

ছাত্ৰীগৰাকীয়ে তেওঁৰ স্পষ্ট আৰু আকৰ্ষণীয় ভংগীৰে বক্তব্য প্ৰকাশ কৰি কয়,’’মই যদি ভাৰতৰ ৰাষ্ট্ৰপতি হওঁ, মই  এই নিৰ্দ্ধাৰিত লক্ষ্যসমূহ পূৰণ কৰিবলৈ সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিম। মোৰ ভাৰতৰ বাবে থকা সপোন বাস্তৱায়িত কৰিম আৰু আনকো ইয়াৰ প্ৰতি উদ্বুদ্ধ কৰিম।‘’

Also Read:Omicron Threat: দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ অহা ৬ জন ব্যক্তিৰ দেহত ধৰা পৰিছে কৰ’না

ৰাজনন্দিনীৰ এই ভাষণত উপস্থিত সকলোৱে জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজাই ছাত্ৰীগৰাকীক আদৰণি জনায়।

ৰাজনন্দিনীয়ে ইতিমধ্যে কেবিচিত ভালদৰে খেলি বিভিন্ন প্ৰশ্নৰ উত্তৰ দিছে আৰু পৰৱৰ্তী খণ্ডত তেওঁ ১কোটি টকাৰ লক্ষ্যৰে খেলত অগ্ৰসৰ হ’ব।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd