• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যোৰহাট কাণ্ডক লৈ সামাজিক মাধ্যমত সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰা ব্যক্তিৰ বিৰুদ্ধে দাখিল এজাহাৰ

নিৰ্মলেন্দু পাঠক ,টীয়ক by নিৰ্মলেন্দু পাঠক ,টীয়ক
December 5, 2021 12:30 pm
FIR filed in Jorhat case

ফটো: নৰ্থইষ্ট নাও।

273
VIEWS
Share on FacebookShare on Twitter

যোৰহাট কাণ্ডৰে জড়িত থকা অভিযুক্তসকলক লৈ সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰা কেইবাজনো ব্যক্তিৰ বিৰুদ্ধে শনিবাৰে নিশা টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সদৌ অসমীয়া কৈৱৰ্ত সন্মিলনীয়ে।

উল্লেখযোগ্য যে নীৰজ দাস ওৰফে ক’লা ল’ৰাৰ নেতৃত্বত যোৰহাট চহৰৰ মাজ মজিয়াত সংঘটিত হোৱা গণ প্ৰহাৰত অনিমেষ ভূঞাৰ মৃত্যু হোৱাৰ উপৰি আন দুজন যুৱক গুৰুতৰভাৱে আহত হৈছিল।

এই ঘটনাৰ পাছতে একাংশ লোকে কৈবৰ্ত সম্প্ৰদায়ৰ লোকসকলক উদ্দেশ্যি বিৰূপ মন্তব্য প্ৰদান কৰি জনমানসত জাতিটোক অপমান কৰিছিল।

Also Read: Northeast Now Exclusive: চৰকাৰৰ এটা ভুল নীতিৰ মাৰাত্মক ফল ভুগিব নেকি আৰক্ষীৰ লগতে মহানগৰবাসীয়ে?

এই কাৰ্যত ক্ষুন্ন হৈ সদৌ অসমীয়া কৈবৰ্ত সন্মিলনীৰ সহকাৰী সচিব পলাশমণি দাস আৰু সমাজ কল্যাণ সচিব পংকজ দাসে টীয়ক আৰক্ষী থানাত প্ৰিন্সী চুতীয়া, গৌতম হাজৰিকা, প্ৰাগজ্যোতিষপুৰ অসম, নিলোৎপল বৰা, ৰাজীৱ পাণ্ডে ,পলাশ খাটনিয়াৰ আৰু ৰাজমনি বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

লগতে এনে মন্তব্য কৰি সমাজত বিষবাষ্প বিয়পোৱাসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে। 

Recent News

তামিলনাডুৰ শিক্ষা পুঁজিৰ দাবী: জৰুৰী শুনানি অস্বীকাৰ কৰিলে উচ্চতম ন্যায়ালয়ে

তামিলনাডুৰ শিক্ষা পুঁজিৰ দাবী: জৰুৰী শুনানি অস্বীকাৰ কৰিলে উচ্চতম ন্যায়ালয়ে

কেৰালাৰ উপকূলত ছিংগাপুৰৰ জাহাজত বিস্ফোৰণ! খবৰ পোৱাৰ পিছতে ততাতৈয়াকৈ উপস্থিত হয় ভাৰতীয় যুদ্ধজাহাজ, প্ৰেৰণ কৰা হৈছে নৌসেনাৰ বিমানো

কেৰালাৰ উপকূলত ছিংগাপুৰৰ জাহাজত বিস্ফোৰণ! খবৰ পোৱাৰ পিছতে ততাতৈয়াকৈ উপস্থিত হয় ভাৰতীয় যুদ্ধজাহাজ, প্ৰেৰণ কৰা হৈছে নৌসেনাৰ বিমানো

পুৰীৰ জগন্নাথ মন্দিৰৰ গাতে লাগি থকা এলেকাত সুৰা আৰু মাংস নিষিদ্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

পুৰীৰ জগন্নাথ মন্দিৰৰ গাতে লাগি থকা এলেকাত সুৰা আৰু মাংস নিষিদ্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব ১২ খনকৈ দেশৰ নাগৰিকে : নতুন নীতি ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব ১২ খনকৈ দেশৰ নাগৰিকে : নতুন নীতি ড’নাল্ড ট্ৰাম্পৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd