• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হত্যাকাণ্ডৰ বলি হোৱা নাছিল মিলন ছেত্ৰী: দিছপুৰ আৰক্ষী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
December 5, 2021 4:47 pm
Milan Chetri was not the victim of murder: Dispur police
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৩ নৱেম্বৰত হাতীগাঁৱৰ লখিমী নগৰত মৃতদেহ উদ্ধাৰ হোৱা মিলন ছেত্ৰী নামৰ ব্যক্তিজন হত্যাকাণ্ডৰ বলি হোৱা নাছিল। এই কথা প্ৰকাশ কৰিছে দিছপুৰ আৰক্ষীয়ে।

দিছপুৰ আৰক্ষীৰ মতে অত্যাধিক সুৰাপানৰ ফলতহে মৃত্যু হৈছিল মিলনৰ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত স্পষ্ট্য হৈছে এই কথা।

Apply Now

দিছপুৰ আৰক্ষীয়ে জনোৱা অনুসৰি হত্যাকাৰীৰ দেহত নাছিল কোনো আঘাতৰ চিন।

মিলন ছেত্ৰীৰ মৃত্যু সন্দৰ্ভত দিছ্পুৰ থানাৰ আৰক্ষী উপয়ুক্ত শুভ্ৰজ্যোতি বৰাই মন্তব্য প্ৰকাশ কৰে।

উল্লেখযোগ্য যে ২১নৱেম্বৰত হাতীগাঁওৰ চিন্ময় পথৰ এটা বাসগৃহত উদ্ধাৰ হৈছিল মিলন ছেত্ৰীৰ মৃতদেহ।

মিলনৰ পৰিয়ালৰ সোধ-পোছ কৰাৰ অন্তত গম পোৱা যায় যে, তেওঁ নিজেই বাহিৰৰ পৰা দুৱাৰ তলা মাৰি থয়।

কিন্তু মিলনৰ মোবাইল ফোন বৰ্তমানলৈকে উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে।

উল্লেখ্য যে, প্ৰথম অৱস্থাত আৰক্ষীয়ে মিলন ছেত্ৰীক হানি খুচি হত্যাৰ সন্দেহ কৰিছিল। ঘটনাস্থলীত এখন ডেগাৰ উদ্ধাৰ হোৱা বুলিও জানিব পৰা গৈছিল।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

June 13, 2026 11:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd