• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিবাদ নেওঁচি শালকোচাৰ গেৰাভিটাত স্থাপন বিলাতী সুৰাৰ বিপনী, অনুজ্ঞাপত্ৰ বাতিলৰ দাবীত উপায়ুক্তলৈ স্মাৰকপত্ৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
December 8, 2021 2:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শালকোচাৰ গেৰাভিটা গাঁও পঞ্চায়তৰ এটা পেট্ৰল পাম্প চৌহদত নতুনকৈ স্থাপন কৰা বিলাতী সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ দাবী উত্থাপন কৰিছে শালকোচাৰ প্ৰায় আটাইকেইটা সংগঠন আৰু সচেতন ৰাইজে।

উক্ত সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ দাবীত আজি বিয়লি শালকোচা আঞ্চলিক ছাত্ৰসন্থা, আক্ৰাছুৰ শালকোচা আঞ্চলিক সমিতি, শালকোচা আঞ্চলিক নাথ-যোগী ছাত্ৰ সন্থা আৰু সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ শালকোচা আঞ্চলিক সমিতিয়ে বিলাসীপাৰাৰ মহকুমাধিপতিৰ জৰিয়তে পৃথকে পৃথকে ধুবুৰী জিলাৰ উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

সংগঠন কেইটাই উক্ত সুৰাৰ বিপনীখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে বৃহত্তৰ শালকোচা অঞ্চলৰ আন কোনো স্থানতে যাতে বিলাতী সুৰাৰ বিপনী স্থাপনৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা নহয় তাৰ বাবেও জিলা উপায়ুক্তক আহ্বান জনাইছে।

স্মাৰক পত্ৰত সংগঠন কেইটাই উল্লেখ কৰিছে যে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মূল্যবোধৰ ৰাজনীতিৰ মহীৰূহ জননেতা শৰৎ চন্দ্ৰ সিংহৰ জন্মস্থান হিচাপে চাপৰ ৰাজহ চক্ৰ খ্যাত।

আনহাতে জননেতাগৰাকীয়ে তেওঁৰ জন্মস্থানত যাতে কেতিয়াও সুৰাৰ বিপনী স্থাপন কৰা নহয় তাৰ বাবে তেওঁ জীৱিত থকা অৱস্থাত সংশ্লিষ্ট কৰ্তৃপক্ষক ৰাজহুৱাভাৱে আহ্বান জনাইছিল।

সেয়েহে সংগঠনকেইটাই চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শালকোচা অঞ্চলত নতুনকৈ স্থাপন কৰা সুৰাৰ বিপনী (অনশ্বপ)খনৰ অনুজ্ঞাপত্ৰ ৭২ ঘণ্টাৰ ভিতৰত বাতিল কৰি মদৰ দোকানখন বন্ধ কৰিবলৈ জিলা উপায়ুক্তক আহ্বান জনাইছে।

ইপিনে গেৰাভিটা গাঁও পঞ্চায়তৰ পেট্ৰল পাম্প চৌহদত স্থাপন কৰা বিলাতী সুৰাৰ বিপনীখনৰ পৰা ৭৫মিটাৰৰ ভিতৰত থকা ১৬টা পৰিয়ালেও উক্ত স্থানত মদৰ দোকান স্থাপনত তেওঁলোকৰ  আপত্তি থকা বুলি বিলাসীপাৰৰ মহকুমাধিপতিক লিখিত ভাবে জনাই সুৰাৰ বিপনীখনৰ  অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ অনুৰোধ জনাইছে বুলি জানিব পৰা গৈছে।

ইফালে পুঠিমাৰী গাঁও পঞ্চায়তৰ ৰাইজেও ধীৰঘাটৰ সমীপত থকা ‘নাগৰাজ ৱাইন শ্বপ’ নামৰ মদৰ দোকানখনৰো অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ দাবী উত্থাপন কৰিছে।

ইপিনে চাপৰ থানাৰ অন্তৰ্গত তথা চাপৰ শালকোচা উন্নয়ন খণ্ডৰ ভিতৰত থকা বহলপুৰ , বাৰুনিতাৰা , আদিকে ধৰি আন আন পঞ্চায়ত এলেকাত যাতে বিলাতী সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ দিয়া নহয় তাৰ বাবে অঞ্চলৰ প্ৰায় বৰ দল সংগঠন , ছাত্ৰ ছাত্ৰী, সচেতন মহলে আদি নাগৰিকে অসমৰ মুখ্মন্ত্ৰীৰ ওচৰত বহু আশা কৰি দাবী উত্থাপন কৰিছে।

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd