• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১১ ডিচেম্বৰত বঙাইগাঁও জিলাত ৰাষ্ট্ৰীয় লোক আদালত

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
December 9, 2021 6:41 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ সহযোগত অহা ১১ডিচেম্বৰত দেশৰ বিভিন্ন জিলাৰ লগতে বঙাইগাঁৱতো ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ’ব।,

পূৰ্ৱৰ তুলনাত এইবাৰ অলপ ব্যতিক্ৰমভাৱে লোক আদালত অনুষ্ঠিত কৰা হ’ব।

Apply Now

কোভিড পৰিস্থিতিৰ বাবে দেশৰ বিভিন্ন আদালতত বৃহৎ সংখ্যক গোচৰ বিচাৰাধীন অৱস্থাত আছে আৰু ক্ৰমে ক্ৰমে বৰ্ধিত হৈ আছে।ফলস্বৰূপে সাধাৰণ নাগৰিকৰ নিজৰ নিজৰ গোচৰ নিষ্পত্তিত অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে।

উক্ত সমস্যাৰ ওপৰত গুৰুত্ব দি মহামান্য উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণে ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে অধিক গোচৰ নিষ্পত্তিত জোৰ দিছে। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশনাত এইবাৰ প্ৰথাগত প্ৰক্ৰিয়া ভাঙি “প্ৰাক-লোক আদালত সমঝোতা মীমাংসা বৈঠক”( PRELOK ADALAT CONCILIATION SETTINGS) ৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
এই ব্যৱস্থাৰ মাধ্যমত প্ৰতিদিনে গোচৰৰ উভয়পক্ষৰ মাজত সমঝোতাকাৰী অধিৱক্তাৰ মধ্যস্থতাত বৈঠক চলি আছে।গোচৰৰ উভয়পক্ষই যাতে গোচৰ মীমাংসাৰ স্বাৰ্থত অধিক সুযোগ পায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

মটৰ দুৰ্ঘটনা ক্ষতিপূৰণ গোচৰ,চেক বাউঞ্চজনিত অপৰাধ গোচৰ, আইনত মীমাংসা হ’ব পৰা অপৰাধজনিত গোচৰ আৰু গাৰ্হস্থ্য হিংসা তথা খোৰাকীজনিত গোচৰৰ বিচাৰাধীন গোচৰ আদি নিষ্পত্তিৰ বাবে এই লোক আদালতত হাতত লোৱা হৈছে।

এইবিলাকৰ উপৰিও ভৱিষ্যতে দাখিল হোৱাৰ সম্ভাৱনা থকা গোচৰ নিষ্পত্তিৰ বাবে হাতত লোৱা হৈছে।

তাৰ মাজত আছে বেংকৰ ঋণ আদায় জড়িত গোচৰ, বিদ্যুৎ বিভাগৰ বকেয়া মাচুল আদায় জড়িত গোচৰ আৰু ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ বকেয়া মাচুল আদায় জড়িত গোচৰ।

উক্ত গোচৰসমূহত প্ৰাক লোক আদালত সমঝোতা বৈঠকৰ ব্যৱস্থা কৰা হৈছে।বৈঠকত মধ্যস্থতাকাৰীসকলৰ হস্তক্ষেপত আলোচনাৰ মাধ্যমত মামলা নিষ্পত্তি কৰা হ’ব যাতে ভৱিষ্যতে আদায়জনিত মামলা আদালতত দাখিল কৰিব লগা নহয়।

বঙাইগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা ব্যৱস্থা কৰা এই প্ৰাক লোক আদালত সমঝোতা বৈঠকত যোগদান কৰি নিজৰ গোচৰ নিষ্পত্তিৰ সুযোগ গ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনোৱা হৈছে।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাকৰিৰ পৰাহে অৱসৰ লৈছে, দায়িত্বৰ পৰা নহয়! ছাত্ৰ-ছাত্ৰীৰ বাবে আজিও নিতৌ ২৫ কিলোমিটাৰ বাটকুৰি বায় কলিয়াবৰৰ মুৰুলী ছাৰে

চাকৰিৰ পৰাহে অৱসৰ লৈছে, দায়িত্বৰ পৰা নহয়! ছাত্ৰ-ছাত্ৰীৰ বাবে আজিও নিতৌ ২৫ কিলোমিটাৰ বাটকুৰি বায় কলিয়াবৰৰ মুৰুলী ছাৰে

September 5, 2026 3:48 pm
জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

September 5, 2026 1:54 pm
অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাকৰিৰ পৰাহে অৱসৰ লৈছে, দায়িত্বৰ পৰা নহয়! ছাত্ৰ-ছাত্ৰীৰ বাবে আজিও নিতৌ ২৫ কিলোমিটাৰ বাটকুৰি বায় কলিয়াবৰৰ মুৰুলী ছাৰে

চাকৰিৰ পৰাহে অৱসৰ লৈছে, দায়িত্বৰ পৰা নহয়! ছাত্ৰ-ছাত্ৰীৰ বাবে আজিও নিতৌ ২৫ কিলোমিটাৰ বাটকুৰি বায় কলিয়াবৰৰ মুৰুলী ছাৰে

September 5, 2026 3:48 pm
জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

September 5, 2026 1:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd