• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সমগ্ৰ বিশ্বনাথত চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে এখন বিদ্যালয়; কি আছে এই ব্যতিক্ৰমী বিদ্যালয়খনত?

কাজি জেইদুল ইছলাম, বিশ্বনাথ by কাজি জেইদুল ইছলাম, বিশ্বনাথ
December 9, 2021 2:07 pm
biswanath special school

দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঠদানৰ দৃশ্য। ফটো: নৰ্থইষ্ট নাও।

164
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথৰ এখন ব্যতিক্ৰমী বিদ্যালয়। যি বিদ্যালয়খনৰ সৌন্দৰ্য্য‌ই আকৰ্ষিত কৰিছে বিধায়কসহ জিলা উপায়ুক্তক। কাৰণ ছাত্ৰ-ছাত্ৰীৰ বাবে বিদ্যালয় খনত আছে বিশেষ সুবিধা।

১৯৫৭ চনত স্থাপন হোৱা এই বিদ্যালয় খন হৈছে বিশ্বনাথৰ দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়। ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদানৰ সুবিধা থকা বিদ্যালয়খনত আছে ১১০০ জন ছাত্ৰ-ছাত্ৰী আৰু ২২গৰাকীকৈ শিক্ষক-শিক্ষয়িত্ৰী।

যি সময়ত চৰকাৰী বিদ্যালয়ে শিক্ষা প্ৰদানৰ দিশত অৱহেলা কৰাৰ কথা অভিযোগ উত্থাপন হয় লগতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়মুখী ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও বৃদ্ধি পোৱা পৰিলক্ষিত হয় সেই সময়ত এই বিদ্যালয়খনে ভংগ কৰিছে এই অভিযোগ আৰু গঢ়িছে নতুন অভিলেখ।

নাম ভৰ্তিৰ বাবে ভিৰ লাগে এইখন চৰকাৰী বিদ্যালয়ত। ছাত্ৰ-ছাত্ৰীয়ে গঢ়ি তুলা ফুলনিৰ পৰা শিক্ষকৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বিদ‌্যালয় দেৱাল। বিদ্যালয় অধ্যক্ষ নিৰঞ্জন শ‌ইকীয়াৰ ৰাজহুৱা ঘোষণা ভাল স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিব বিশেষ উপহাৰ।

মিউজিয়াম, পুথিভঁৰালকে আদি কৰি বহু আকৰ্ষণীয় পদক্ষেপৰ মাজেৰে গঢ়ি উঠা বিদ্যালয়খনত এতিয়া পদাৰ্পণ ঘটিছে সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ লগতে বিশ্বনাথ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, শোণিতপুৰ জিলা ক্ৰীড়া বিষয়া খনিন্দ্ৰ মূদৈ সহ  বহু কেইজন শিক্ষা বিষয়াৰ।

বিষয়া কেইগৰাকীয়ে বিদ্যালয়খন পৰিদৰ্শন কৰে আৰু বিদ্যালয়খনৰ আন্তঃগাথঁনি দেখি অভিভূত হৈ পৰে বিধায়কসহ উপায়ুক্তগৰাকী।

তদুপৰি, বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, শোণিতপুৰ জিলা ক্ৰীড়া বিষয়া খনিন্দ্ৰ মূদৈ আৰু বহু কেইজন শিক্ষা বিষয়াৰ উপস্থিতিত  মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ খেলপথাৰৰ সৰ্বাংগীন উন্নয়ন সাধনৰ বাবে ২০ লাখ টকাৰ ব্যয় সাপেক্ষে এক নিৰ্মাণ কাৰ্য্যৰ আধাৰ শিলাও স্থাপন কৰা হয় । 

Recent News

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd