• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৰ্থ ইষ্ট নাওৰ সাংবাদিক কল্পজ্যোতি শইকীয়ালৈ আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বঁটা ২০২১

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 9, 2021 8:11 pm
WhatsApp Image 2021-12-09 at 6.36.15 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতি বছৰৰ দৰে এইবাৰো দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ উদ্যোগত অনুষ্ঠিত হ’ল আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱস ২০২১।

কামৰূপ মহানগৰ জিলা পুঁথিভঁৰালত অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰৰ দৰে এইবাৰো আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বঁটা ২০২১ প্ৰদান কৰা হয়।

নৰ্থ ইষ্ট নাওৰ জ্যেষ্ঠ সাংবাদিক কল্পজ্যোতি শইকীয়াও এই বঁটা লাভ কৰে।

Apply Now

ৰাজ্যিক ভিত্তিত বঁটা প্ৰাপক সকল ক্ৰমে, সুশান্ত বিশ্ব শৰ্মা,আৰক্ষী অধীক্ষক, দৰং জিলা, ৰবীন ব’ৰ, বিশিষ্ট চিত্রশিল্পী, লীনা দলে SP, বিশ্বনাথ জিলা, দ্বীপান্বিতা জয়চোৱাল Managing Director, DY365, মৈত্রেয়ী ডেকা DSP, দুর্নীতি নিবাৰক শাখা, মৃন্ময় দাস SDPO, কলিয়াবৰ, পিনাকী মিত্র, অৱসৰ প্ৰাপ্ত আৰক্ষী বিষয়া, ললিত গগৈ ,জ্যেষ্ঠ সাংবাদিক, অসমীয়া প্রতিদিন, কিৰণ কুমাৰ গগৈ ,মুখ্য সম্পাদক, E NEWS NE, ড° প্রসন্ন মল্ল বুজৰবৰুৱা বিশিষ্ট চিকিৎসক, কুঞ্জ মোহন ৰায় জ্যেষ্ঠ সাংবাদিক, গুৱাহাটী, সব্যসাচী কাশ্যপ, মহকুমাধিপতি, নাজিৰা, পংকজ কুমাৰ দত্ত জ্যেষ্ঠ সাংবাদিক, ভাস্কৰজ্যোতি শৰ্মা জ্যেষ্ঠ সাংবাদিক, মবলিক ব্রহ্ম,ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, খটখটি থানা, ভাস্কৰজ্যোতি বৰুৱা প্রকল্প সঞ্চালক, ওদালগুৰি, সন্তোষ ফুকন, বন বিষয়া, বেণী মাধৱ বৰুৱা, জিলা কৃষি বিষয়া, যোৰহাট, কুমুদ বৰা, বিশিষ্ট সাংবাদিক, উৎপল বৰা, জ্যেষ্ঠ সাংবাদিক, ভৈৰৱ মুণ্ডা ,জ্যেষ্ঠ সাংবাদিক, হিমাংশু চহৰীয়া, জ্যেষ্ঠ সাংবাদিক, অনিমেষ নাথ, জ্যেষ্ঠ সাংবাদিক, ৰাতুল ৰঞ্জন চৌধুৰী, জ্যেষ্ঠ সাংবাদিক, ভূৱন চেতিয়া, জ্যেষ্ঠ সাংবাদিক, কুশল শইকীয়া, জ্যেষ্ঠ সাংবাদিক, ৰাজীৱ শৰ্মা জ্যেষ্ঠ সাংবাদিক, ধুবুৰী, জয়ন্ত ভূঞা, জ্যেষ্ঠ সাংবাদিক,আশীষ মালাকাৰ,সাংবাদিক, ধৰ্মেন্দ্ৰ ফুকন সভাপতি, অইল ডিলিং এণ্ড প্রডাক্‌চন, বিপুল মজুমদাৰ ভিডিঅ’ জার্নেলিষ্ট, দিপেন ভৰালী, সাংবাদিক, দিব্য ৰঞ্জন বৰা, ৰাজ্যিক সহকাৰী কৰ আয়ুক্ত, বৰ চিং বে আৰক্ষী জোৱান, মঃ বাবুজান হাজৰিকা,সমাজসেৱক ৰঘু মাহাতু।

এই সন্দৰ্ভত দুর্নীতি বিৰোধী যুৱশক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে কয় যে সংগঠনটোৱে ২০১৭ বৰ্ষৰ পৰা ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় দুর্নীতি বিৰোধী দিৱস উদযাপন কৰাৰ লগতে প্ৰতি বছৰে ৰাজ্যৰ বিভিন্ন দুর্নীতিৰ বিৰুদ্ধে সজাগ সচেতন, চৰকাৰী-বেচৰকাৰী ব্যক্তিক আন্তঃৰাষ্ট্ৰীয় দুর্নীতি বিৰোধী বঁটাৰে সন্মানিত কৰি আহিছে।

ধৰ্মকান্ত গগৈয়ে সভাপতিত্ব কৰা আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ আৰক্ষী বিষয়া মুকুল শইকীয়া, বিশিষ্ট সাহিত্যিক তথা জ্যেষ্ঠ চিকিৎসক অঞ্জন জ্যোতি চৌধুৰী, জ্যেষ্ঠ চিকিৎসক প্ৰসন্ন মল্ল বৰুৱাকে ধৰি অন্য বহুকেইজন।

ৰাজ্যিক পৰ্য্যায়ত ৪৩ গৰাকী বিভিন্ন ক্ষেত্ৰৰে জড়িত লোকৰ লগতে জিলা পৰ্য্যায়ৰ ৬১ গৰাকীৰে মুঠ ১০৪ গৰাকী লোকক বঁটা প্ৰদান কৰে।

বঁটা অনুষ্ঠানৰ অন্তত দ্বীপলিনা ডেকাই আগবঢ়ায় গীতৰ শৰাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd