• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁও জিলা উন্নয়ন আয়ুক্তৰ কেইবাটাও বিভাগৰ উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
December 10, 2021 2:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও জিলাৰ জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাসে জিলা উপায়ুক্তৰ সভাকক্ষত কেইবাটাও বিভাগৰ মুৰব্বী বিষয়াৰ সৈতে বিভাগীয় উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰে।

অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজা, অতিৰিক্ত উপায়ুক্ত তথা উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি(ভাৰপ্ৰাপ্ত) পাৰ্থ সাৰথি জহৰীৰ উপস্থিতিত বঙাইগাঁও ৰাজহ চক্ৰ, ডাংতল, মাণিকপুৰ, বইটামাৰী আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল,খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা, শিক্ষা, বৈধ পৰিমাণ বিজ্ঞান, আবকাৰী, জিলা পৰিবহন বিভাগ, নগৰ পানী যোগান, ক্ৰীড়া আদি বিভাগ আৰু আই টি আই প্ৰতিষ্ঠানৰ অধ্যক্ষৰ কাম-কাজৰ বিষয়ে জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে পৰ্যালোচনা কৰে।জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাসে জিলাখনৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অধীনত ভূমি-ৰাজহ সংগ্ৰহ সম্পৰ্কত বুজ লয় আৰু এই ক্ষেত্ৰত ৰাজহ আদালত অনুষ্ঠিত কৰি অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা বুলি চক্ৰ বিষয়াসকলে জানিবলৈ দিয়ে ৷

Apply Now

জিলা পৰিবহন বিষয়াই বাইক দুৰ্ঘটনাত গুৰুতৰ আঘাতৰ পৰা সুৰক্ষিত থাকিবলৈ হ’লে হেলমেট পিন্ধাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ সহায় বিচাৰে।খাদ্য আৰু অসামৰিক যোগান বিভাগে যদি পেট্ৰ’ল পাম্পত হেলমেট পিন্ধা বাইক আৰোহীকহে তেল দিয়াটো নিশ্চিত কৰিব পাৰে তেতিয়া সকলো বাইক আৰোহী হেলমেট পিন্ধি বাইক চলাবলৈ বাধ্য হ’ব।

আনহাতে বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ সহকাৰী নিয়ন্ত্ৰক আৰু আবকাৰী অধীক্ষকে জানিবলৈ দিয়ে যে তুলনামূলকভাৱে পূৰ্ৱৰ তুলনাত ৰাজহ সংগ্ৰহ বৃদ্ধি হৈছে ৷

প্ৰাথমিক শিক্ষা বিভাগৰ বিষয়াই জানিবলৈ দিয়ে যে আগন্তুক গুণোৎসৱৰ বাবে প্ৰস্তুতি চলি আছে। জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাসে শিক্ষা বিষয়াক নিয়মীয়াকৈ বিদ্যালয়সমূহ পৰিদৰ্শন কৰি থাকিবলৈ কয়।

আনহাতে সংশ্লিষ্ট বিষয়াই মধ্যাহ্ন ভোজন আঁচনি সঠিকভাৱে ৰূপায়ণ হৈ থকা বুলি জানিবলৈ দিয়ে।

সেইদৰে জিলা ক্ৰীড়া বিষয়াই জানিবলৈ দিয়ে যে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত নিৰ্মাণ কৰি থকা খেল পথাৰ উন্নয়নৰ কাম কিছু পৰিমাণে আগবাঢ়িছে।

নগৰ পানী যোগান বিভাগৰ বিষয়াক আৱন্টিত পুঁজিৰ অধীনত অতি শীঘ্ৰে কাম কৰিবলৈ জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে। একেদৰে আই টি আই প্ৰতিষ্ঠানৰ অধ্যক্ষই জানিবলৈ দিয়ে যে বৰ্তমানো তাত নাম ভৰ্তি কৰিব পৰাকৈ আসন আছে।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাকৰিৰ পৰাহে অৱসৰ লৈছে, দায়িত্বৰ পৰা নহয়! ছাত্ৰ-ছাত্ৰীৰ বাবে আজিও নিতৌ ২৫ কিলোমিটাৰ বাটকুৰি বায় কলিয়াবৰৰ মুৰুলী ছাৰে

চাকৰিৰ পৰাহে অৱসৰ লৈছে, দায়িত্বৰ পৰা নহয়! ছাত্ৰ-ছাত্ৰীৰ বাবে আজিও নিতৌ ২৫ কিলোমিটাৰ বাটকুৰি বায় কলিয়াবৰৰ মুৰুলী ছাৰে

September 5, 2026 3:48 pm
জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

September 5, 2026 1:54 pm
অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাকৰিৰ পৰাহে অৱসৰ লৈছে, দায়িত্বৰ পৰা নহয়! ছাত্ৰ-ছাত্ৰীৰ বাবে আজিও নিতৌ ২৫ কিলোমিটাৰ বাটকুৰি বায় কলিয়াবৰৰ মুৰুলী ছাৰে

চাকৰিৰ পৰাহে অৱসৰ লৈছে, দায়িত্বৰ পৰা নহয়! ছাত্ৰ-ছাত্ৰীৰ বাবে আজিও নিতৌ ২৫ কিলোমিটাৰ বাটকুৰি বায় কলিয়াবৰৰ মুৰুলী ছাৰে

September 5, 2026 3:48 pm
জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

September 5, 2026 1:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd