• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চভূতত বিলীন সপত্নীক বিপিন ৰাৱাটৰ নশ্বৰ দেহ

১৭ টা টোপ ধ্বনিৰে শেষ শ্ৰদ্ধা, ' যেতিয়ালৈ আকাশত জোন-বেলি থাকিব তেতিয়ালৈ অসমৰ হৈ ৰ'ব বিপিন ৰাৱাট'

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 10, 2021 5:50 pm
শেষকৃত্য অনুষ্ঠানৰ দৃশ্য

শেষকৃত্য অনুষ্ঠানৰ দৃশ্য

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ যেতিয়ালৈ আকাশত জোন-বেলি থাকিব তেতিয়ালৈ অসমৰ হৈ ৰ’ব বিপিন ৰাৱাট’ ধ্বনিৰ মাজৰেই পঞ্চভূতত বিলীন হ’ল চিডিএছ  বিপিন ৰাৱাট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱাটৰ নশ্বৰ দেহ।

আজি বিয়লি  নতুন দিল্লীৰ ব্ৰাৰ স্কোৱেৰ শ্মশানত সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে ৰাৱাট দম্পতিৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। শেষ যাত্ৰা আৰম্ভ হৈছিল।

Apply Now

সামৰিক বাহিনীয়ে ১৭ টা টোপ ধ্বনিৰে বিপিন ৰাৱাটক শেষ বিদায় জনায়।এই শেষকৃত্যঅনুষ্ঠানত উপস্থিত দেশ-বিদেশৰ বহু গণ্য-মান্য ব্যক্তি।

আজি দিন ভাগত নতুন দিল্লীৰ ৰাজপথত শ শ লোকে ৰাৱাট দম্পতিৰ শেষ যাত্ৰাত অংশগ্ৰহণ কৰে।

আজি দিনৰ ১০ বজাৰ পৰা ১-৩০ বজালৈ সেনাই সাধাৰণ লোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ সুবিধা প্ৰদান কৰে।

পুৱাৰ ভাগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কংগগ্ৰেছৰ নেতা ৰাহুল গান্ধী, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামি আদিয়ে ৰাৱাট দম্পতিৰ নশ্বৰ দেহত পুস্পাঞ্জলি অৰ্পন কৰে।

দুপৰীয়াৰ ভাগত ৰাৱাট দম্পতিৰ নশ্বৰ দেহ ব্ৰাৰ শ্মশান অভিমুখে সমদল কৰি লৈ যোৱা হয়। ব্ৰাৰ স্কোৱেৰ শ্মাশানত শেষকৃত্য অনুষ্ঠানৰ বাবে যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলে সেনা বাহিনীৰ বিষয়া-জোৱান সকলে।

সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হয় ৰাৱাটৰ শেষকৃত । সেইমৰ্মে নিৰাপত্তা বাহিনীৰ ৮০০ জোৱানক শ্মশানত সাজু কৰি ৰখা হৈছিল।

সামৰিক প্ৰট’কল অনুসৰি ১৭ টা টোপ ধ্বনিৰে চিডিচি বিপিন ৰাৱাটক শেষ বিদায় জনোৱা হয়।

ৰাৱাটৰ শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে শ্ৰীলংকা, ভূটান,নেপাল, বাংলাদেশৰ জ্যেষ্ঠ সামৰিক কামাণ্ডাৰসকল।

শেষকৃত্য অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে মোদী মন্ত্ৰীসভাৰ ভালে কেইগৰাকী মন্ত্ৰী উপস্থিত থাকে।

কালি নতুন দিল্লীৰ পালাম বিমান বন্দৰ আহি পোৱাৰ পিছতে বিমান বন্দৰতে প্ৰধানমন্ত্ৰী মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী অজিত ডোভাল আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল।

ইপিনে ৰাৱাটৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি ফ্ৰান্স, ব্ৰিটেইনকে ধৰি বিশ্বৰ বহু দেশৰ ৰাজনীতিক তথা শীৰ্ষ প্ৰতিৰক্ষা বিষয়াসকলে শোকবাৰ্তা প্ৰেৰণ কৰিছে।

আজিৰ শেষকৃত্য অনুষ্ঠানত ৰাৱাট দম্পতিৰ দুই কন্যাই শোকত ভাগি পৰে। তেওঁলোকক সান্ত্বনা দিবলৈও যেন সকলোৰে মুখৰ ভাষা হেৰাই গৈছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

June 30, 2026 10:09 am
প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

June 30, 2026 10:06 am
দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

June 30, 2026 9:24 am
অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

June 30, 2026 8:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

June 30, 2026 10:09 am
প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

June 30, 2026 10:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd