• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিশা চোৰৰ চাফাই অভিযান; গোলাঘাট সদৰ থানাৰ তিনিশ মিটাৰ আঁতৰতে চোৰৰ লুটপাত

মীনাক্ষী ফুকন, গোলাঘাট  by মীনাক্ষী ফুকন, গোলাঘাট
December 14, 2021 12:21 pm
thief stolen

ফটো: নৰ্থইষ্ট নাও।

226
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট নগৰৰ গণপতি ট্ৰেড এণ্ড ইলেকট্ৰিকেল নামৰ এখন হাৰ্ডৱেৰ ব্যৱসায়িক প্ৰতিষ্ঠানত যোৱা নিশা চোৰে চলালে চাফাই অভিযান।

গোলাঘাট সদৰ থানাৰ পৰা প্ৰায় ৩০০ মিটাৰ দূৰত্বত অৱস্থিত ব্যৱসায়িক প্ৰতিষ্ঠানখনত সংঘটিত হোৱা এনে চুৰিকাণ্ডই আচলতে গোলাঘাট নগৰখনত নিৰাপত্তাৰ দিশৰ প্ৰতি আৰক্ষী প্ৰশাসন কিমান সষ্টম তাকে প্ৰমাণিত কৰিছে।

যোৱা নিশা ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পিছফালৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি  লুটি নিয়ে ৬০ হাজাৰকৈ টকা।

Also Read: নিশা কলিয়াবৰত অঘটন; উলুৱনী আৰক্ষী নিৱেশৰ আৱাসত গুলিবিদ্ধ হ’ল এটি চাৰিবছৰীয়া শিশু

আজি পুৱা ব্যৱসায়িক প্ৰতিষ্ঠানখন খোলাৰ পাছতেই নিশা চোৰৰ চাফাই অভিযানৰ কথা জানিব পাৰে।

অৱশ্যে প্ৰতিষ্ঠানখনত সংযুক্ত হৈ থকা চিচিটিভি কেমেৰাত সমগ্ৰ চুৰিকাণ্ডৰ দৃশ্য বন্দী হৈ আছে।

প্ৰতিষ্ঠানখনৰ গৰাকীয়ে আৰক্ষীক বিষয়টো অৱগত কৰে  যদিও বৰ্তমানলৈকে আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱা নাই। 

উল্লেখ্য যে নগৰখনত প্ৰায়ে বাইককে ধৰি বিভিন্ন চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈ অহাৰ পাছতো কিন্তু গোলাঘাট আৰক্ষীয়ে এইসমূহ ৰোধ কৰাৰ ক্ষেত্ৰত  কোনো সফলতা লাভ কৰিব পৰা নাই।

Also Read:New Delta Strain: অ’মিক্ৰণৰ আতংকৰ মাজতে চীনত নতুন প্ৰজাতিৰ কৰ’নাৰ সংক্ৰমণে বৃদ্ধি কৰিছে উদ্বেগ

ইয়াৰ পূৰ্বেও নগৰখনত সান্ধ্য আইন বলৱৎ হৈ থকাৰ মাজতো কেইবাটাও চুৰিকাণ্ড সংঘটিত হৈছিল। যাৰ বাবে নিৰাপত্তাৰ ক্ষেত্ৰত সাধাৰণ জনতাৰ প্ৰশ্নৰ সন্মুখীন হৈ আহিছে গোলাঘাট আৰক্ষী।

Recent News

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

ঝাৰখণ্ডত অবৈধ কয়লা খনিত অঘটন! এজন শ্ৰমিকৰ মৃত্যু, বহু লোক আৱদ্ধ হোৱাৰ আশংকা

ঝাৰখণ্ডত অবৈধ কয়লা খনিত অঘটন! এজন শ্ৰমিকৰ মৃত্যু, বহু লোক আৱদ্ধ হোৱাৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd