• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টীয়কৰ সমস্যাজৰ্জৰ জাঁজীমুখৰ প্ৰতি কেতিয়া সুদৃষ্টি নিক্ষেপ কৰিব চৰকাৰে?

নিৰ্মলেন্দু পাঠক, টীয়ক by নিৰ্মলেন্দু পাঠক, টীয়ক
December 16, 2021 11:47 am
158
VIEWS
Share on FacebookShare on Twitter

বাৰিষা বান আৰু খৰালি বন্যহস্তীৰ তাণ্ডৱকে ধৰি এশ এবুৰি সমস্যাৰে ভৰপুৰ যদিও অসমৰ গ্ৰাম্য অৰ্থনীতিক তৰান্বিত কৰিব পৰা ৰপ্ৰচুৰ সম্ভাৱনাময় এক স্থানৰ নাম যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখ ।

জাঁজীমুখৰ ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক দৃশ্যই বহুতকে আকৰ্ষিত কৰি আহিছে । তদুপৰি শীতৰ আগমনৰ লগে লগে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি প্ৰাপ্ত মিছামাৰী জলাশয়কে ধৰি সৰু বৰ  প্ৰায় ২০/২২টা জলাশয়লৈ আগমন ঘটা দেশী-বিদেশী পৰিভ্ৰমী পখীৰ উপস্থিতিয়ে আকৰ্ষণ কৰে প্ৰকৃতিপ্ৰেমী সকলক। ইপিনে জাঁজীমুখৰ দুগ্ধ,মৎস্যই চাহিদা পূৰণত সহায় কৰি আহিছে যোৰহাট জিলাৰ লগতে কাষৰীয়া শিৱসাগৰ জিলাতো ।

প্ৰকৃতিয়ে জাঁজীমুখক দিয়া অনন্য সমাহাৰৰ বিপৰীতে কিন্তু চৰকাৰ তথা জনপ্ৰতিনিধিৰ অমনোযোগিতাৰ বাবে প্ৰচুৰ সম্ভাৱনা থকা স্বত্বেও আজি অৱহেলিত জাঁজীমুখ ।

যাতায়তৰ দুৰৱস্থা, বান আৰু গৰাখহনীয়াৰ তাণ্ডৱ, বনৰীয়া হাতীৰ উপদ্ৰৱ,বিশুদ্ধ খোৱাপানীৰ অভাৱ,উন্নত চিকিৎসা ব্যৱস্থাৰ অভাৱ, আদি এশ এটা সমস্যাৰে ভাৰাক্ৰান্ত জাঁজীমুখৰ এই সমস্যা সমূহ সমাধানৰ বেলিকা কোনোটো ৰাজনৈতিক দলৰ সদিচ্ছাৰ অভাৱ । বান গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে চৰকাৰে আজি পৰ্যন্ত ব্যৱস্থা গ্ৰহণ নকৰিলে ।

স্বাধীনতাৰ সুদীৰ্ঘ দিনৰ পাছতো বহি: জগতৰে যাতায়ত সুচল নহল জাঁজীমুখৰ জপং,তিনিঘৰীয়া,বৰমথাউৰি, শগুনপাৰা আদিকে ধৰি প্ৰায় আঠ/ন খন গাঁৱৰ ৰাইজৰ । এই সকল গাঁও বাসীয়ে জাঁজী নদী আৰু ব্ৰহ্মপুত্ৰৰ মোহনা অঞ্চলত টুলুঙা নাঁৱৰে ইপাৰ-সিপাৰ হ’ব লগা হয় ।

জাঁজীমুখৰ এই সমস্যা সমূহৰ সমাধান হ’বনে! প্ৰকৃতাৰ্থত পথাৰ আমাৰ ,বজাৰ আমাৰ বুলি সততে কোৱাসকলে জাঁজীমুখৰ এইসমূহ সম্পদক লৈ বজাৰৰ ব্যৱস্থা কৰিবনে?

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক হত্যাকাৰী আখ্যা ৰাইজৰ দলৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক হত্যাকাৰী আখ্যা ৰাইজৰ দলৰ

বলবম যাত্ৰাক লৈ কবিতা লিখাই হল কাল : প্ৰগতিশীল শিক্ষক-কবি ৰাজনীশ গংগৱাৰৰ বিৰুদ্ধে এজাহাৰ আৰক্ষীৰ

বলবম যাত্ৰাক লৈ কবিতা লিখাই হল কাল : প্ৰগতিশীল শিক্ষক-কবি ৰাজনীশ গংগৱাৰৰ বিৰুদ্ধে এজাহাৰ আৰক্ষীৰ

অসমত চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদৰ বিৰোধিতা অসম নাগৰিক সমাজৰ

অসমত চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদৰ বিৰোধিতা অসম নাগৰিক সমাজৰ

‘‘বাতৰিটো ভালকৈ বজাব” : পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পণ কৰা স্বামীৰ অনুৰোধ

‘‘বাতৰিটো ভালকৈ বজাব” : পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পণ কৰা স্বামীৰ অনুৰোধ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd