• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাহ জনগোষ্ঠীয় লোকৰ শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে স্থাপন কৰা হ’ব ১০০ খন উচ্চ মাধ্যমিক বিদ্যালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2018 8:17 am
Pallab Lochan Das_3
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ চাহ-শিল্পৰ লগত জড়িত চাহ জনগোষ্ঠীয় লোকৰ মাজত শিক্ষাৰ মান বৃদ্ধি কৰাৰ লক্ষ্যৰে নতুনকৈ স্থাপন কৰা হ’ব ১০০খন উচ্চ মাধ্যমিক বিদ্যালয়। অসম বিধানসভাত শুকুৰবাৰে এই তথ্য সদৰী কৰে শ্ৰম মন্ত্ৰী পল্লৱলোচন দাসে।

এই বিদ্যালয়কেইখনৰ ভিতৰত ৫৭খন বিদ্যালয় নিৰ্মাণ কৰাৰ বাবে প্ৰয়োজনীয় ভূমি চূড়ান্ত কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

Apply Now

উল্লেখযোগ্য যে অসম বিধানসভাৰ পূৰ্বৰ অধিৱেশনত অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ উদ্যোগত চাহ জনগোষ্ঠীৰ সমস্যাৰ সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হৈছিল। তাৰ পাছত চৰকাৰে চাহ জনগোষ্ঠীটোৰ বাবে কি কি কাম কৰাৰ সিদ্ধান্ত ল’লে সেই সন্দৰ্ভত বিধানসভাত শুকুৰবাৰে বিভাগীয় মন্ত্ৰী পল্লৱলোচন দাসে এক প্ৰতিবেদন দাখিল কৰে।

প্ৰতিবেদন দাখিল কৰি মন্ত্ৰী দাসে সদনক জনায় যে নতুনকৈ স্থাপন হ’ব লগা উচ্চ মাধ্যমিক বিদ্যালয়কেইখনৰ ভিতৰত ৫৭খনৰ নিৰ্মাণ কাম সোনকালে আৰম্ভ হ’ব।  জনগোষ্ঠীটোৰ বাবে গ্ৰহণ কৰা কেইবাটাও বিষয় উত্থাপন কৰি তেওঁ কয় যে বৰাক উপত্যকাৰ চাহ শ্ৰমিকৰ মজুৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিকৰ মজুৰিৰ সমান হ’ব লাগিব।

যোৰহাটত থকা চাহ গৱেষণা কেন্দ্ৰটো অধিক উন্নত কৰাৰ লগতে অসম চাহ নিগমৰ বাগিচাকেইখনৰ উত্তৰণৰ ব্যৱস্থা কৰা হ’ব। চাহ গৱেষণা কেন্দ্ৰটো অধিক উন্নত কৰা বাবে বাজেটত ১৭ কোটি টকা ধাৰ্য কৰাৰ লগতে অসম চাহ নিগমৰ ১৫খন বাগিচাৰ উত্তৰণৰ বাবে ৯৯ কোটি টকা ধাৰ্য কৰাৰ কথা ব্যক্ত কৰি এই সন্দৰ্ভত কেবিনেট  উপ-সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মন্ত্ৰী দাসে উল্লেখ কৰে।

প্ৰথমবাৰৰ বাবে চাহ বাগিচা অঞ্চলত গ্ৰন্থমেলা অনুষ্ঠিত কৰা, শোণিতপুৰ আৰু তিনিচুকীয়াত ফুটবল একাডেমী স্থাপন কৰা, বাগিচাৰ শ্ৰমিকক বিদ্যুতৰ মিটাৰ যোগান ধৰা, এ পি এছ চি আৰু ইউ পি এছ চিৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বিচৰা চাহ জনজাতিৰ প্ৰাৰ্থীক বিশেষ প্ৰশিক্ষণ দিয়া আদি বিভিন্ন পদক্ষেপৰ কথা মন্ত্ৰী গৰাকীয়ে বিধানসভাত উল্লেখ কৰে।

তদুপৰি, নতুন চাহ সঞ্চালকালয় স্থাপন কৰা, চাহ জনজাতিৰ লোকক ভূমিৰ আবণ্টন দিয়াকে ধৰি চাহ জনগোষ্ঠীৰ বৰেণ্য ব্যক্তিসকলৰ নাম ক্ৰমাৎ হেৰাই যাবলৈ ধৰাত এতিয়া নতুনকৈ তাৰ ব্যৱস্থা কৰাৰ লগতে চাহ জনগোষ্ঠীয় অঞ্চলত ৫০খন ৰংগমঞ্চ স্থাপনৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd