• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ্মচাৰীৰ অভাৱত হাৰাশাস্তি গ্ৰাহকৰ; অসম গ্ৰামীণ বিকাশ বেংকৰ বামুন্দী শাখাত অচলাৱস্থা

মৃদুল প্রীতম ডেকা, কামৰূপ by মৃদুল প্রীতম ডেকা, কামৰূপ
December 21, 2021 12:03 pm
Bamundi AGVB customers suffers

ফটো: নৰ্থইষ্ট নাও।

3.5k
VIEWS
Share on FacebookShare on Twitter

অসম গ্ৰামীণ বিকাশ বেংকৰ বামুন্দী শাখাত অচলৱস্থাৰ সৃষ্টি হৈছে। বিষয়া-কৰ্মচাৰীৰ অভাৱত হাহাকাৰ অৱস্থা সাধাৰণ গ্ৰাহকৰ।

প্ৰায় ১৫ হাজাৰ ৰাইজ সামৰি জনবহুল গাঁওখনক কেন্দ্ৰ কৰি প্ৰতিষ্ঠা হোৱা একমাত্ৰ বেংকটোত বৰ্তমান দুজন কৰ্মচাৰীহে আছে।

তদুপৰি, মাত্ৰ এটা কম্পিউটাৰেৰে কাম চলাই থকাত গ্ৰাহকসকলে জ্বলাকলা খাব লগা হৈছে।

কোনো গ্ৰাহকৰ অতি জৰুৰী কামত লেনদেন কৰিবলৈ হ’লেও ৰাতিপুৱাৰ পৰা শাৰী পাতি ৰৈ থাকিও লেনদেন কৰিব নোৱাৰে ৷

Also Read: ভূমি কেলেংকাৰী : মুখ্যমন্ত্ৰীৰ চাতুৰ্য্যতা; মূল বিষয় তল পেলাবলৈ কি কৰিলে মুখ্যমন্ত্ৰীয়ে?

নিতৌ শ শ গ্ৰাহকে আৰ্থিক লেন-দেনৰ উপৰি পাছবুক সম্পৰ্কীয় কামত শাখাটোলৈ আহি বেংকৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাকৈ খঙে ক্ষোভে উভতিবলগীয়া হয়।

বৃহত্তৰ বামুন্দী অঞ্চলৰ একমাত্ৰ বেংকটোত গ্ৰাহক অনুপাতে দুজন কৰ্মচাৰীয়ে গ্ৰাহকৰ চাহিদা পূৰণত চূড়ান্ত ব্যৰ্থতা প্ৰদৰ্শন কৰাত বেংকটোত দুৰ্ভোগ ভুগিব লগা হৈছে গ্ৰাহকসকল।

অতিশীঘ্ৰে বেংকটোত উপযুক্ত ব্যৱস্থা তথা কৰ্মচাৰী নিয়োগ কৰিবলৈ কৰ্তৃপক্ষক আহ্বান জনাইছে ভুক্তভোগী গ্ৰাহকে।

Recent News

নতুন আঞ্চলিক গোট গঠনৰ দিশে আগবাঢ়িছে চীন-পাকিস্তান! ছাৰ্কৰ ঠাই লোৱাৰ সম্ভাৱনা…

নতুন আঞ্চলিক গোট গঠনৰ দিশে আগবাঢ়িছে চীন-পাকিস্তান! ছাৰ্কৰ ঠাই লোৱাৰ সম্ভাৱনা…

জাবৰ ট্ৰাকত উদ্ধাৰ মহিলাৰ মৃতদেহ! বেংগালুৰুত লিভ ইন পাৰ্টনাৰক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ ব্যক্তি

জাবৰ ট্ৰাকত উদ্ধাৰ মহিলাৰ মৃতদেহ! বেংগালুৰুত লিভ ইন পাৰ্টনাৰক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ ব্যক্তি

তেলেংগানাৰ ৰাসায়নিক কাৰখানাত ভয়াৱহ বিস্ফোৰণত নিহত ১০ জন, আহত কমেও ১৫ জন

তেলেংগানাৰ ৰাসায়নিক কাৰখানাত ভয়াৱহ বিস্ফোৰণত নিহত ১০ জন, আহত কমেও ১৫ জন

মাজ আকাশত কাৰিকৰী বিজুতি; টকিঅ’-দিল্লী এয়াৰ ইণ্ডিয়াৰ বিমানৰ কলকাতাত জৰুৰী অৱতৰণ  

মাজ আকাশত কাৰিকৰী বিজুতি; টকিঅ’-দিল্লী এয়াৰ ইণ্ডিয়াৰ বিমানৰ কলকাতাত জৰুৰী অৱতৰণ  

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd