• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উদুলিমুদুলি গোৱালপাৰা সৈনিক স্কুলৰ চৌহদঃ বালমন্দিৰ পাব্লিক স্কুলৰ সোণালী জয়ন্তী

নীলমণি শৰ্মা ,কৃষ্ণাই by নীলমণি শৰ্মা ,কৃষ্ণাই
December 25, 2021 4:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱালপাৰা জিলাৰ মৰনৈস্থ সৈনিক স্কুলৰ চৌহদত থকা বাল মন্দিৰ প্লাবিক স্কুলৰ কাইলৈ সোণালী জয়ন্তী ৷

কাইলৈ ২৬ ডিচেম্বৰত এদিনীয়া কাৰ্যক্ৰমণিকাৰে বাল মন্দিৰ প্লাবিক স্কুলে উদযাপন কৰিব সোণালী জয়ন্তী ৷

Apply Now

উল্লেখ্য যে সৈনিক স্কুলৰ শিক্ষক-শিক্ষযিত্ৰী তথা কৰ্মচাৰী সকলোৰ ল’ৰা-ছোৱালীৰ অধ্যয়নৰ বাবে ১৯৭১ চনত সৈনিক স্কুলৰ চৌহদত স্থাপন কৰা হৈছিল এই বাল মন্দিৰ প্লাবিক স্কুল খন ৷

অৱশ্যে পৰৰ্ৱতী সময়ত মেধা সম্পন্ন বাহিৰৰ ছাত্ৰ-ছাত্ৰীও অধ্যয়নৰ সুবিধা লাভ কৰে এই শিক্ষানুষ্ঠানখনত ৷

অকল পাঠ্যপুথি ভিত্তিক শিক্ষাতে সীমাবদ্ধ নথকা বিদ্যালয় খনত ছাত্ৰ-ছাত্ৰী সকলৰ খেলা-ধূলা, নাট-অভিনয়,সংগীত আদি প্ৰতিভা বিকাশতো গুৰত্ব  আৰোপ কৰা হয় ৷

ইতিমধ্যে এই বালমন্দিৰত অধ্যয়ন কৰা বহু শিক্ষাৰ্থীয়ে দেশৰ নাম বিশ্ব দৰবাৰত উজলাবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে বিদ্যালয় খনৰ শিক্ষয়িত্ৰী এগৰাকীয়ে ৷

তেওঁ কয়,আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা গোৱালপাৰাৰ সুসন্তান আদিল হুছেইনো এই খন বিদ্যালয়তে অধ্যয়ন কৰিছিল৷

অকল আদিল হুছেইনেই নহয় , এই বিদ্যালয়ত অধ্যয়ন কৰা বহু শিক্ষাৰ্থীয়ে পৰৱৰ্তী সময়ত দেশৰ সুযোগ্য সন্তান হিচাপে প্ৰতিষ্ঠা লাভ৷ কৰিছে ৷

এই বাল মন্দিৰৰে কাইলৈ সোণালী জয়ন্তী ৷ 

কাইলৈ অনুস্থিত হবলগীয়া সোণোৱালী জয়ন্তীত  বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে বহুত আকৰ্ষণীয় কাৰ্যসূচীও থাকিব ৷ বিদ্যালয় খনৰ বহু প্ৰাক্তন ছাত্ৰ ছাত্ৰী দেওবাৰৰ দিনটো উপস্থিত হ’ব সৈনিক স্কুলৰ চৌহদত ৷

ইয়াৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পন্ন কৰি তুলিছে বাল মন্দিৰ প্লাবিক স্কুল কৰ্তৃপক্ষই ৷

সোণালী জয়ন্তীৰ সকলো কৰ্যসূচী সফল কৰাৰ বাবে সৈনিক স্কুলৰ অধ্যক্ষৰ লগতে বাল মন্দিৰ প্লাবিক স্কুলৰ অধ্যক্ষা উৰ্মিমালা দাসে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷

সোণালী জয়ন্তীৰ প্ৰস্তুতিৰ সকলো কাৰ্যক্ৰমণিকাতে অংশ গ্ৰহণ কৰিছে গোৱালপাৰা সৈনিক স্কুলৰ ছাত্ৰ সকলে ৷

নীলমণি শৰ্মা ,কৃষ্ণাই

নীলমণি শৰ্মা ,কৃষ্ণাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd