• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অমিক্রনৰ ত্ৰাসৰ মাজতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত আফ্ৰিকাৰ তিনি ছাত্ৰ কোভিড পজিটিভ

তিতাবৰৰ জৱহৰ নৱোদয় বিদ্যালয়ৰ ১২ গৰাকী শিক্ষাৰ্থীও কোভিডত আক্ৰান্ত

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 29, 2021 6:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ বিভিন্ন ৰাজ্যত অমিক্ৰনৰ আশংকা বৃদ্ধি পোৱাৰ সময়তে অসমতো তিনিজনকৈ বিদেশী ছাত্ৰ কোভিডত আক্ৰান্ত হোৱাৰ কথাই উদ্বেগ বঢ়াই তুলিছে।

শেহতীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়ি থকা আফ্ৰিকাৰ ছাত্ৰ কেইজনৰ কোভিডৰ পৰীক্ষাৰ ফলাফল পজিটিভ অহাৰ পিছতে তেওঁলোকৰ নমুনা জিনোম অনুক্ৰমৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

এই পৰীক্ষাৰ ফলাফল অহাৰ পিছতহে তেওঁলোক অমিক্ৰনত আক্ৰান্ত হয় নে নহয় সেয়া নিশ্চিত কৰিব পৰা যাব।

লক্ষ্যণীয় কথাটো হ’ল আক্ৰান্ত ছাত্ৰ কেইজনৰ দুটা নমুনাৰ পৰীক্ষা কৰোৱা হৈছিল ডিব্ৰুগড়ত থকা আইচিএমআৰৰ অধীনত থকা ৰিজিঅ’নেল মেডিকেল ৰিছাৰ্চ চেণ্টাৰত।

সেই দুটা পৰীক্ষাত অমিক্ৰন পজিটিভ পোৱা গৈছিল। তৃতীয় পৰীক্ষাৰ প্ৰতিবেদন এতিয়াও আহিবলৈ বাকী।তিনিওজন ছাত্ৰৰে নমুনা যোৰাবাটৰ CSIR-North East Institute of Science and Technology (NEIST) লৈ প্ৰেৰণ কৰা হৈছে।

তাতহে ছাত্ৰ কেইজন দৰাচলতে অমিক্ৰনত আক্ৰান্ত হয় নে নহয় সেয়া নিশ্চিত কৰিব পৰা যাব।

চৰকাৰৰ ফালৰ পৰা আফ্ৰিকাৰ ছাত্ৰ কেইজন অমিক্ৰন আক্ৰান্ত বুলি এতিয়ালৈকে কোনো ঘোষণা কৰা নাই।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা বিভাগৰ কাৰ্যবাহী বিষয়া অৰিঞ্জিত নাৰায়ণে প্ৰকাশ কৰা মতে কোভিডত আক্ৰান্ত তিনিজন আফ্ৰিকাৰ দেশৰ ছাত্ৰৰ ভিতৰৰ এজন কমোৰোছৰ ।

এম কম পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰজনে অলপতে তেওঁৰ দেশৰ পৰা উভতি আহিছিল আৰু কোভিডত আক্ৰান্ত বুলি নিশ্চিত হৈছিল।

বিশ্ববদ্যিালয় খনৰ আন্তৰ্জাতিক হোষ্টেলত থকা ২২ জন বিদেশী শিক্ষাৰ্থী আছে।

ইপিনে যোৰহাটৰ তিতাবৰৰ জৱহৰ নৱোদয় বিদ্যালয়ৰ ১২ গৰাকী শিক্ষাৰ্থীও কোভিডত আক্ৰান্ত হৈছে।

তেওঁলোকৰ মাজৰে পাঁচগৰাকী শিক্ষাৰ্থী কিছুদিন পূৰ্বে কোভিডত আক্ৰান্ত হৈছিল যদিও শেহতীয়াকৈ পুনৰ আন সাতগৰাকী শিক্ষাৰ্থী আক্ৰান্ত হৈছে।

বিদ্যালয় খনত কেইবাগৰাকীও আন কৰ্মচাৰীও কোভিডত আক্ৰান্ত হৈছে। 

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm
ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd