• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কামৰূপৰ পছৰীয়াত ৪৫০ বিঘা কৃষি ভূমিত নিৰ্মাণ হ’ব NRL তৈল ভাণ্ডাৰ, কৃষকৰ মাজত হাহাকাৰ

মৃদুল প্ৰীতম ডেকা, কামৰূপ by মৃদুল প্ৰীতম ডেকা, কামৰূপ
December 30, 2021 2:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি জালুকবাৰীৰ হাজো ৰাজহ চক্ৰৰ পছৰীয়া আৰু শিঙিমাৰী অঞ্চলৰ প্ৰায় ৪৫০ বিঘা কৃষি ভুমিত নুমলীগড় ৰিফেইনেৰী লিমিটেডে নিৰ্মাণ কৰিবলৈ ওলাইছে তৈল ভাণ্ডাৰ৷

ইতিমধ্যে নিজৰ ব্যৱসায় বৃদ্ধিৰ লক্ষ্যৰে এন আৰ এল কৰ্তৃপক্ষই চৰকাৰৰ সেউজ সংকেত লাভ কৰি উক্ত অঞ্চলত জৰীপৰ কাম সমাপ্ত কৰিছে৷

Apply Now

জৰীপৰ কাম সমাপ্ত হোৱাৰ পিচতে ইতিমধ্যে অঞ্চলটোৰ কৃষক ৰাইজৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈ ভূমিৰ গৰাকীক জাৰি কৰা হৈছে চৰকাৰী জাননী।

অহা জানুৱাৰীৰ দ্বিতীয় পষেকতে তৈল ভাণ্ডাৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰিব বুলিও এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে৷ কৃষি ভুমি অধিগ্ৰহণ কৰি তৈল ভাণ্ডাৰ নিৰ্মাণ কৰিবলৈ উলিওৱাত অঞ্চলটোৰ দৰিদ্ৰ কৃষক সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

বছৰ বছৰ ধৰি এই অঞ্চলৰ কৃষক ৰাইজে বান, খৰাং বতৰ আদি এশ এবুৰি সমস্যাৰে মাজেৰে হাড়ভঙা পৰিশ্ৰম কৰি এডৰা মাটিতে বছৰত তিনি চাৰিটা খেতি কৰি জীৱন নিৰ্বাহ কৰি আহিছে৷ কৃষক সকলৰ শেষ ভৰষা খেতি মাটি ডৰা হেৰুৱাবলগীয়া হোৱা দৰিদ্ৰ কৃষক সকল সন্ত্ৰস্ত হৈ পৰিছে।

এন আৰ এল কৰ্তৃপক্ষৰ তৈল ভাণ্ডাৰ নিৰ্মাণত কোনো কাৰণতে মাটি অধিগ্ৰহণ কৰিব নিদিয়াৰ উদ্দেশ্যৰে এখন ৰাজহুৱা প্ৰতিবাদী সভা অনুষ্ঠিত হয়।

প্ৰতিবাদী সভাৰ জৰিয়তে কৃষকৰ মাটি অধিগ্ৰহণ কৰিবলৈ দিয়া নহ’ব বুলি ৰাজহুৱা সভাই চৰকাৰক সকীয়াই দিয়ে৷

ৰাজহুৱা সভাই কৃষিৰ ওপৰত নিৰ্ভৰ কৰি পেট প্ৰৱৰ্তাই থকা দুখীয়া কৃষক সকলৰ কথা নাভাবি মাত্ৰ নিজৰ ব্যৱসায়ৰ স্বাৰ্থত এন আৰ এলে লোৱা এনে হঠকাৰী সিদ্ধান্ত কৃষকে ৰাইজে কোনোপধ্যেই নামানে বুলি উল্লেখ কৰে৷

লগতে এন আৰ এলৰ তৈল ভাণ্ডাৰ স্থাপন হ’লে কৃষি ভুমি বিনষ্ট হোৱাৰ উপৰিও বায়ু প্ৰদুষণ, জলপ্ৰদুষণ হৈ বামুণবড়ী, আলিকাষ, শিঙিমাৰী, পছৰীয়া আদি এই বৃহত্তৰ অঞ্চলটো বসবাসৰ বাবে অনুপযোগী হৈ পৰিব বুলিও মত পোষণ কৰে৷

যদি চৰকাৰ তথা NRL কৰ্তৃপক্ষই কৃষক ৰাইজৰ দাবী মানি নলয় তেনেহ’লে NRL স্থাপনৰ বিৰোধীতাৰে গণতান্ত্ৰিক প্ৰতিবাদী আন্দোলন কৰিব বুলি চৰকাৰক সকীয়াই দিয়ে ৰাজহুৱা সভাই৷

মৃদুল প্ৰীতম ডেকা, কামৰূপ

মৃদুল প্ৰীতম ডেকা, কামৰূপ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd