• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ্ম সংস্কৃতিৰ নমুনা! তামুলপুৰৰ এটি বিশেষ কাৰ্যালয়ত দিনৰ ১১ বজালৈ অনুপস্থিত বিষয়া-কৰ্মচাৰী

দীপক কুমাৰ পাঠক, তামুলপুৰ by দীপক কুমাৰ পাঠক, তামুলপুৰ
December 30, 2021 4:12 pm
Baksa office empty

ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামুলপুৰ খণ্ড প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয়ত দিনৰ ১১ বজালৈ উপস্থিত নাই কোনো বিষয়া-কৰ্মচাৰী।

আজি তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে আকস্মিকভাৱে পৰিদৰ্শন কৰে  তামুলপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়টো।

কাৰ্যালয়ত উপস্থিত হৈ কোনো কৰ্মচাৰী দেখা নাপাই আশ্বৰ্য প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে।

Apply Now

Also Read: শিৱসাগৰত আৱৰ্জনাৰ দ’ম তথা ডাম্পিং গ্ৰাউণ্ড পৰিষ্কাৰ অভিযান অব্যাহত বিধায়ক অখিল গগৈৰ

যি সময়ত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্ৰী ৰণোজ পেগু আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োই অসমৰ শিক্ষাখণ্ডত আমুল পৰিবৰ্তনৰ কথা কৈ  আহিছে তেনে সময়তে প্ৰমোদ বড়োৰ গৃহ সমষ্টি তামুলপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত দেখা গ’ল ইয়াৰ বিপৰীত ছবি।

এই সকল বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল’ব নে সেয়া লক্ষণীয় হৈ পৰিছে।

দীপক কুমাৰ পাঠক, তামুলপুৰ

দীপক কুমাৰ পাঠক, তামুলপুৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

June 4, 2026 8:03 pm
মেনেজমেণ্টৰ সৈতে বিবাদ; গুৱাহাটীৰ এপ’ল’ হাস্পতালত দুদিনৰ বাবে অ’পিডি সেৱা বন্ধ ৰাখিছে চিকিৎসকে

মেনেজমেণ্টৰ সৈতে বিবাদ; গুৱাহাটীৰ এপ’ল’ হাস্পতালত দুদিনৰ বাবে অ’পিডি সেৱা বন্ধ ৰাখিছে চিকিৎসকে

June 4, 2026 7:30 pm
মেলানিয়া এপষ্টেইনৰ এছকৰ্ট আছিল : ট্ৰাম্পৰ প্ৰকৃত প্ৰেমকাহিনীক লৈ প্ৰাক্তন সহযোগীৰ বিস্ফোৰক দাবী

মেলানিয়া এপষ্টেইনৰ এছকৰ্ট আছিল : ট্ৰাম্পৰ প্ৰকৃত প্ৰেমকাহিনীক লৈ প্ৰাক্তন সহযোগীৰ বিস্ফোৰক দাবী

June 4, 2026 7:25 pm
পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

June 4, 2026 6:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

June 4, 2026 8:03 pm
মেনেজমেণ্টৰ সৈতে বিবাদ; গুৱাহাটীৰ এপ’ল’ হাস্পতালত দুদিনৰ বাবে অ’পিডি সেৱা বন্ধ ৰাখিছে চিকিৎসকে

মেনেজমেণ্টৰ সৈতে বিবাদ; গুৱাহাটীৰ এপ’ল’ হাস্পতালত দুদিনৰ বাবে অ’পিডি সেৱা বন্ধ ৰাখিছে চিকিৎসকে

June 4, 2026 7:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd