• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“কৃষি আইন সম্পৰ্কে আলোচনাৰ বাবে মিলিত হওঁতে অহংকাৰ প্ৰদৰ্শন কৰিছিল মোদীয়ে”- দাবী সত্যপাল মালিকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 3, 2022 7:17 pm
Satya Pal Malik
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত কিছুদিন ধৰি চৰকাৰ আৰু বিজেপি নেতৃত্বক আক্ৰমণ কৰি অহা মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে এইবাৰ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে সোচ্চাৰ হৈছে।

দেওবাৰে মালিকে অভিযোগ কৰে যে কৃষকৰ প্ৰতিবাদৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লগ পোৱাৰ সময়ত তেওঁ অহংকাৰ প্ৰদৰ্শন কৰিছিল আৰু তৰ্কৰ মাজতেই তেওঁলোকৰ আলোচনা শেষ হৈছিল।

Apply Now

হাৰিয়ানাৰ দাদৰীত এক অনুষ্ঠানত ভাষণ দি মালিকে কয়, “যেতিয়া মই কৃষকৰ বিষয়টো আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰীক লগ কৰিবলৈ গৈছিলো, মই পাঁচ মিনিটৰ ভিতৰত তেওঁৰ সৈতে বাক্ বিতণ্ডাৰে আলোচনা সমাপ্ত কৰিছিলো। তেওঁ বৰ অহংকাৰী আছিল। যেতিয়া মই তেওঁক কৈছিলো যে আমাৰ নিজৰ ৫০০ জন কৃষকে মৃত্যু বৰণ কৰিছে, তেওঁ ‘মোৰ বাবে মৰিছে নেকি’ বুলি প্ৰশ্ন কৰিছিল।”

“ইয়াৰ প্ৰত্যুত্তৰত দি মই ‘হয়,যিহেতু আপুনিয়েই ৰজা’ বুলি উল্লেখ কৰিছিলো। মই তেওঁৰ সৈতে তৰ্ক কৰিছিলো। তেওঁ মোক অমিত শ্বাহক লগ কৰিবলৈ কৈছিল আৰু মই কৰিছিলো।”- মালিকে লগতে কয়।

কৃষি আইন বাতিল কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সিদ্ধান্ত আৰু কৃষকৰ অমীমাংসিত দাবীৰ বিষয়ে মালিকে কয়, “প্ৰধানমন্ত্ৰীয়ে কোৱা কথাৰ বাহিৰে আৰু কি ক’ব পাৰিলেহেঁতেন! আমাৰ কৃষকসকলে নিজৰ পক্ষত সিদ্ধান্ত লোৱা উচিত। আমি এমএছপিৰ বাবে আইনী গেৰাণ্টি প্ৰাপ্ত কৰিবলৈ তেওঁলোকৰ সহায় লোৱা উচিত।”

“কিছুমান সমস্যা এতিয়াও বাকী আছে। উদাহৰণ স্বৰূপে, কৃষকৰ বিৰুদ্ধে কিছুমান গোচৰ আছে। চৰকাৰে সেই বিষয়ত সততা প্ৰদৰ্শন কৰিব লাগিব আৰু গোচৰবোৰ প্ৰত্যাহাৰ কৰিব লাগিব। একেদৰে আইনী এমএছপি কৰিব লাগিব।”- মালিকে লগতে কয়।

উল্লেখ্য যে সত্যপাল মালিকে শেহতীয়াকৈ কৃষি আইনক লৈ কেন্দ্ৰীয় চৰকাৰক একাধিকবাৰ আক্ৰমণ কৰিছে। নৱেম্বৰত জয়পুৰত ভাষণ দি তেওঁ কৈছিল যে কেন্দ্ৰই কৃষকসকলৰ দাবী মানি ল’ব লাগিব। তেওঁ লগতে কয় যে যেতিয়াই তেওঁ কৃষকৰ বিষয়ত কথা কয়, তেতিয়াই তেওঁৰ কেইসপ্তাহমানৰ বাবে আশংকা থাকে যে তেওঁ দিল্লীৰ পৰা ফোন পাব পাৰে।

এজন ৰাজ্যপালক অপসাৰণ কৰিব নোৱাৰি বুলি উল্লেখ কৰি তেওঁ কয় যে শুভাকাংক্ষীসকলে তেওঁৰ মন্তব্যৰ বাবে অপেক্ষা কৰি থাকে যাৰ ফলত তেওঁক অপসাৰণ কৰা হ’ব পাৰে।

মালিকে লগতে কয়, “যদি চৰকাৰে ভাবে যে এই আন্দোলন সমাপ্ত হৈছে, তেন্তে ই শুদ্ধ নহয়। আন্দোলনটো কেৱল স্থগিত কৰা হৈছে। যদি কৃষকসকলৰ ওপৰত অন্যায় বা অত্যাচাৰ কৰা হয়, তেন্তে ই পুনৰ আৰম্ভ হ’ব। পৰিস্থিতি যিয়েই নহওঁক মই কৃষকসকলৰ সৈতে থাকিম।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd