• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিয় পদ্মশ্ৰী উদ্ধৱ ভৰালীৰ বিৰুদ্ধে কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ বিস্ফোৰক অভিযোগ?

গ্ৰেপ্তাৰৰ উমান পাই আদালতত আগতীয়া জামিন উদ্ধৱ ভৰালীৰ!

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
January 5, 2022 6:55 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী পদ্মশ্ৰী বঁটা প্ৰাপ্ত বিজ্ঞানী তথা উদ্ভাৱক ।

উদ্ধৱ ভৰালীৰ বিৰুদ্ধে কিশোৰীক যৌন শোষণৰ অভিযোগ।

Apply Now

লখিমপুৰৰ এটি শিশু কল্যাণ গৃহৰ পৰা ২০২০ চনৰ আগষ্ট মাহত এগৰাকী কিশোৰ লালন-পালনৰ বাবে নিজা গৃহলৈ আনিছিল উদ্ভাৱক উদ্ধৱ ভৰালীয়ে।

কিশোৰীগৰাকীক দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ভৰালীৰ বিৰুদ্ধে।

ইয়াৰোপৰি, নিৰ্ধাৰিত সময় উকলি যোৱাৰ পিছতো কিশোৰীগৰাকী গ্ৰহণ চুক্তি নৱীকৰণ কৰা নাছিল উদ্ধৱ ভৰালীয়ে।
বাৰম্বাৰ শিশু কল্যাণ সমিতিৰ পৰা উদ্ধৱ ভৰালীলৈ প্ৰেৰণ কৰা হৈছিল জাননী।

উত্তৰ লখিমপুৰ থানাত উদ্ধৱ ভৰালীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪/৩৭৬(জে)/৩৭৬(কে) ধাৰা আৰু POSCO আইনৰ ৬ ধাৰা অধীনত ১৩৩২/২০২১ নম্বৰত এক গোচৰ ৰুজু হৈ আছে।

এই গোচৰ ৰুজু হোৱাৰ পাছতে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন বিচাৰি আৱেদন কৰে উদ্ধাৱক তথা বিজ্ঞানী উদ্ধৱ ভৰালীয়ে।

তাৰ পাছতে ২৮ ডিচেম্বৰত ২৫ হাজাৰ টকা আমানতত আদালতে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে ভৰালীক।

ভৰালীক উচ্চ ন্যায়ালয়ে বান্ধি দিয়ে কেতবোৰ চুক্তি।

উত্তৰ লখিমপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ অনুমতি অবিহনে জিলাৰ বাহিৰলৈ যাব নোৱাৰিব উদ্ধৱ ভৰালী।

আবেদনকাৰীয়ে ভুক্তভোগীৰ সৈতে কোনোধৰণৰ যোগাযোগ কৰিবলৈ চেষ্টা নকৰিব।

আবেদনকাৰীয়ে তদন্ত প্ৰক্ৰিয়াত বাধা নিদিব।

ইপিনে, লখিমপুৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশে যোৱা ১৮ ডিচেম্বৰ ২০২১ ৰ দিনা গোচৰটো ৰুজু কৰিবলৈ উত্তৰ লখিমপুৰ আৰক্ষীক গোচৰটো ৰুজু কৰিবলৈ নিৰ্দেশ দিয়ে। তথা অহা ৭ জানুৱাৰীত আৰক্ষীক কেচ ডায়েৰী আদালতত জমা দিয়াৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

ইপিনে, স্বনামধন্য তথা পদ্মশ্ৰী বঁটা প্ৰাপক উদ্ভাৱক-বিজ্ঞানী উদ্ধৱ ভৰালীৰ বিৰুদ্ধে উত্থাপিত এই বিস্ফোৰক যৌন নিৰ্য্যাতনৰ ঘটনাৰ পাছতে তেওঁক পুৱাৰে পৰা যোগাযোগ কৰাৰ চেষ্টা কৰা হৈছিল।

কিন্তু তেওঁৰ ফোন চুইটছ অফ দেখায়। এই অভিযোগৰ তদন্তৰ ফলাফল কি হয় সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd