• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ, মুঠ ভোটাৰ ১,৭৯,৭৩৫ গৰাকী 

 ৮৮,৮২১ গৰাকী পুৰুষ আৰু ৯০,৯১১ গৰাকী মহিলা,১০০ বছৰ বয়সৰ ওপৰৰ ভোটাৰ আছে ৭গৰাকী

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও by প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও
January 6, 2022 8:36 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বৰ্ষৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে বঙাইগাঁও জিলাৰ ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিতো বুধবাৰে চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে।

এই সন্দৰ্ভত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া ডা:এম এছ লক্ষ্মী প্ৰিয়াই এখন সংবাদ মেল সম্বোধন কৰে। অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজা,সদৰ মহকুমাধিপতি তথা নিৰ্বাচনী বিষয়া(ভাৰপ্ৰাপ্ত)মোগেন নৰহৰ উপস্থিতিত অনুষ্ঠিত সংবাদ মেলত উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে যে ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনামৰ্মে বিশেষ সংক্ষিপ্ত সংশোধনী ২০২২ অনুসৰি বঙাইগাঁও বিধানসভা সমষ্টিত ১২,২৬০ (বাৰ হেজাৰ দুশ ষাঠি)গৰাকী লোকে আবেদন কৰিছিল আৰু তাৰ ভিতৰত ৯,২৬৭(ন হেজাৰ দুশ সাতষষ্ঠি) গৰাকী লোকৰ আবেদন গ্ৰাহ্য হৈছে।

Apply Now

ফটোযুক্ত ভোটাৰ তালিকাত নতুনকৈ নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন পোৱা গৈছিল ৫,৪৬৫ (পাঁচ হেজাৰ চাৰিশ পয়ষষ্ঠি)গৰাকী লোকৰ পৰা আৰু তাৰে ভিতৰত ৩,৬৯৭ (তিনি হেজাৰ ছয় শ সাতান্নব্বৈ) গৰাকী লোকৰ আবেদন গ্ৰাহ্য হৈছিল। নাম কৰ্তনৰ বাবে আবেদন পোৱা গৈছিল ১০২৪ (এহেজাৰ চব্বিশ)গৰাকী লোকৰ পৰা আৰু গ্ৰাহ্য হৈছিল ৭৮৫ (সাত শ পছাশী) গৰাকী লোকৰ আবেদন ৷

সেইদৰে নাম শুধৰণিৰ বাবে আবেদন পোৱা গৈছিল ৪,৫১৮ (চাৰি হেজাৰ পাঁচ শ ওঠৰ) গৰাকী লোকৰ পৰা আৰু আবেদন গ্ৰাহ্য হৈছিল ৩,৯৪০ (তিনি হেজাৰ ন শ চল্লিশ) গৰাকী লোকৰ আবেদন ৷

সমষ্টিৰ ভিতৰতে নাম স্থানান্তৰ কৰাৰ বাবে আবেদন পোৱা গৈছিল ১,২৫৩ (এহেজাৰ দুশ তেৱান্ন ) গৰাকী লোকৰ পৰা আৰু আবেদন গ্ৰাহ্য হৈছিল ৮৪৫ (আঠ শ পঞ্চল্লিশ) গৰাকী লোকৰ। এই বিশেষ সংক্ষিপ্ত সংশোধনীৰ অন্তত চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকাত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৭৯,৭৩৫ (এক লাখ উনাশী হেজাৰ সাতশ পয়ত্ৰিশ) গৰাকী ৷

তাৰে ভিতৰত ৮৮,৮২১ (অষ্টাশী হেজাৰ আঠ শ একৈশ) গৰাকী পুৰুষ ভোটাৰ, ৯০,৯১১ (নব্বৈ হেজাৰ ন শ এঘাৰ) গৰাকী মহিলা ভোটাৰ আৰু ৩ গৰাকী তৃতীয় লিংগৰ ভোটাৰ।

ইয়াৰে ভিতৰত ১,১৩৭ (এহেজাৰ এশ সাতত্ৰিশ) গৰাকী চাৰ্ভিচ ভোটাৰ আৰু ২৪৫ (দুশ পঞ্চল্লিশ) গৰাকী সন্দেহজনক ভোটাৰ ৷ উল্লেখ্য যে বয়স অনুসৰি বিধানসভা সমষ্টিটোত ১৮ বছৰৰ পৰা ১৯ বছৰৰ ভিতৰত ৩,৯২৩ (তিনি হেজাৰ ন শ তেইশগৰাকী), ২০ বছৰৰ পৰা ২৯ বছৰৰ ভিতৰত ৪৯,৯১১ (ঊনপঞ্চাশ হেজাৰ ন শ এঘাৰ) গৰাকী, ৩০ বছৰৰ পৰা ৩৯ বছৰৰ ভিতৰত ৪২, ৯১২ (বিয়াল্লিশ হেজাৰ ন শ বাৰ) গৰাকী, ৪০ বছৰৰ পৰা ৪৯ বছৰৰ ভিতৰত ৩৪,৮২৪ (চৌত্ৰিশ হেজাৰ আঠ শ চব্বিশ) গৰাকী, ৫০ বছৰৰ পৰা ৫৯ বছৰৰ ভিতৰত ২৭,০৩৩ (সাতাইশ হেজাৰ তেত্ৰিশ গৰাকী), ৬০ বছৰৰ পৰা ৬৯ বছৰৰ ভিতৰত ১৪,১৫৪ (চৈধ্য হেজাৰ এশ চৌৱান্ন) গৰাকী, ৭০ বছৰৰ পৰা ৭৯ বছৰৰ ভিতৰত ৫,৩৩১ (পাঁচ হেজাৰ তিনিশ একত্ৰিশ) গৰাকী, ৮০ বছৰৰ পৰা ৮৯ বছৰৰ ভিতৰত ১,৪২৮ (এহেজাৰ চাৰি শ আঠাইশ ) গৰাকী, ৯০ বছৰৰ পৰা ১০০ বছৰৰ ভিতৰত ২০৩ (দুশ তিনি) গৰাকী আৰু ১০০ বছৰ বয়সৰ ওপৰৰ ভোটাৰ আছে ৭গৰাকী।

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd