• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩১ ডিচেম্বৰ SOP মুক্ত; উৰুকাৰ ভোজৰ নিশা ১০ বজালৈকে; সাধাৰণ লোকে ক্ষোভ উজাৰিলে ফেচবুকত

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
January 8, 2022 9:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওলাল নতুন SOP; কোভিডক লৈ চৰকাৰৰ নতুন SOP

ৰাইজৰ ভীষণ চিন্তা; SOP য়ে পণ্ড কৰিলে ভোগালীৰ উৰুকাৰ আমেজ ।

Apply Now

ক্ষোভ উজৰাৰ স্থান বিচাৰি ল’লে ছ’চিয়েল মেডিয়াত।

চৰকাৰৰ SOP য়ে যেন ভোগালীৰ উত্তাপ নাইকিয়া কৰিলে।

বৰঞ্চ অসমবাসী ৰাইজৰ মনলৈ নামি আহিল শীত।

৩১ ডিচেম্বৰৰ নিশা শিথিল SOP ৰ নিয়ম কিন্তু উৰুকাৰ ভোজ সামৰিব লাগিব নিশা ১০ বজাত।

উৰুকাৰ নিশা ভেলাঘৰত ওৰেটো নিশা ভেলাঘৰত কটোৱাটো অসমীয়াৰ এক পৰম্পৰা। সেই পৰম্পৰা এইবাৰ ম্লান পৰিল। কিয়নো চৰকাৰৰ SOP ৰ নিয়ম।

নিশা ১০ বজাতে ভোজ-ভাত সামৰি ঘৰাঘৰি যাব লাগিব সকলো।

ছ’চিয়েল মেডিয়াত ক্ষোভ উজাৰিছে বিভিন্নজনে। জোনমণি সোণোৱালে লিখিছে যিকেইটাই পৰম্পৰাগতভাৱে বংশ-পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়াৰ লগত মিলি ভেলাঘৰ বনায় পোৱা নাই আৰু উৰুকাৰ ভোজো এনেকৈ লগ লৈ নাখায় মাত্ৰ ডাইনিং টেবুলত খায় সিহঁতে কি বুজিব ভেলাঘৰত উৰুকা নিশা কটোৱা আমেজ।

অমৰজ্যোতি বৰাই লিখিছে বিহুত SOP কঠোৰ ,পূজাত SOP শিথিল

সৌৰভ জ্যোতি বৰাই লিখিছে এই যে বিহুৰ দিনা ৰাতি ১০ টাৰ পাছত কৰ’ণা আহিব, কি যুক্তিত কৈছে কথাষাৰ? ১০ বজাৰ আগত ক’ৰ’ণা শুই থাকে নেকি? বিহু বন্ধ নহয় কৈ থ’লো….

প্ৰশান্ত গোস্বামীয়ে লিখিছে ‘বিহু আহিল লৌতংকী ষ্টাৰ্ট….

ভৱানী কলিতাই লিখিছে আগতে সাঁথৰ আছিল “হাবিত কাঁহে, মাতিলে নাহে” কি??

বৰ্তমানৰ সাঁথৰ “অন্য উৎসৱত নাহে, অকল অসমীয়াৰ জাতীয় উৎসৱত আহে” কি??

চৰকাৰৰ COVID19 SOP ৰ তীব্ৰ বিৰোধিতা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।

“মাঘ বিহুৰ ওপৰত কোনো বাধা নিষেধ মানি লোৱা নহ’ব” : অখিল গগৈৰ স্পষ্ট মন্তব্য।

এনেদৰেই এতিয়া ৰাজ্য চৰকাৰে SOP ৰ নিয়ম অনুসৰি ভোগালীৰ উৰুকা উদযাপন কৰিবলৈ কোৱাৰ পাছতে ক্ষোভ উজাৰিছে ছ’চিয়েল মিডিয়াৰ লগতে সাধাৰণ ৰাইজৰ লগতে জন প্ৰতিনিধিয়েও।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd