• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে গেইলৰ সঞ্চালক ই এছ ৰংগনাথনক; উদ্ধাৰ নগদ ১.২৯ কোটি টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 16, 2022 6:27 pm
ই এছ ৰংগনাথন।

ই এছ ৰংগনাথন।

222
VIEWS
Share on FacebookShare on Twitter

চেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন (চিবিআই)য়ে গেছ অথৰিটি অফ ইণ্ডিয়া লিমিটেড (গেইল)ৰ বিপণন শাখাৰ সঞ্চালক ই এছ ৰংগনাথনক গ্ৰেপ্তাৰ কৰিছে।

শনিবাৰে তেওঁৰ নইডাৰ বাসগৃহত তালাচী চলাই চিবিআইয়ে নগদ ১.২৯কোটি টকাৰ লগতে সোণৰ অলংকাৰ আৰু আন মৃল্যবান সামগ্ৰী উদ্ধাৰ কৰিছে।

এতিয়ালৈকে কেন্দ্ৰীয় অনুসন্ধান সংস্থাটোৱে এই গোচৰত ছয়জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰু এই আটাইকেইজনকে আদালতত হাজিৰ কৰোৱাই তেওঁলোকৰ জিম্মাত বিচাৰিব বুলি জানিব পৰা গৈছে।

অনুসন্ধানকাৰী সংস্থাটোৱে ইয়াৰ পূৰ্বে গেইলে মাৰ্কেটিং কৰা ৰেহাই হাৰত পেট্ৰ’কেমিকেল সামগ্ৰী ক্ৰয় কৰা ব্যক্তিগত কোম্পানীৰ পৰা উৎকোচ গ্ৰহণ কৰাৰ বাবে দুজন মধ্যভোগীৰ সৈতে ৰংগনাথক আটক কৰিছিল।

লগতে পঢ়ক: ভোগালীৰ উছাহৰ মাজতে দুটাকৈ হত্যাকাণ্ডই জোকাৰি গৈছে ওদালগুৰি জিলাৰ কলাইগাঁও

ৰংগনাথনৰ উপৰি এজাহাৰত অন্তৰ্ভুক্ত আনকেইগৰাকীৰ ভিতৰত আছে  ইউনাইটেড পলিমাৰ ইণ্ডাষ্ট্ৰীজৰ পৱন গৌৰ, ৰাজেশ কুমাৰ, এন ৰামকৃষ্ণণ নায়াৰ, সৌৰভ গুপ্তা, আৰু বাঞ্চাল এজেন্সিৰ আদিত্য বাঞ্চাল তথা অন্যান্য।

চিবিআইয়ে নইডা আৰু গুৰুগ্ৰামকে ধৰি এনচিআৰৰ কেইবাটাও স্থানত তালাচী চলাইছিল। এই তালাচীত গুৰুগ্ৰামৰ নায়াৰৰ বাসগৃহৰ পৰা প্ৰায় ৭৫লাখ টকা উদ্ধাৰ কৰে।

চিবিআইৰ সূত্ৰই জানিবলৈ দিয়া মতে ৰাজেশ কুমাৰ আৰু পৱন গৌৰ নামৰ মধ্যভোগী দুজনে ই এছ ৰংগনাথক অবৈধ লেনদেনৰ বাবদ গেইলে মাৰ্কেটিং কৰা পেট্ৰ’কেমিকেল সামগ্ৰীত ক্ৰেতাক কিছু ৰেহাই দিবলৈ কৈছিল।

লগতে পঢ়ক: মাত্ৰ ৩ মিনিটত সামান্থাই ল’লে ৫কোটি টকা! কথাটো কি?

এনে লেনদেনৰ জৰিয়তে ৰাজেশ আৰু পৱনে ক্ৰেতা ব্যক্তিগত কোম্পানীটোৰ পৰা লোৱা ধন ৰংগনাথনক দিছিল।         

Recent News

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd