DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাত্ৰ ৩ মিনিটত সামান্থাই ল’লে ৫কোটি টকা! কথাটো কি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 16, 2022 3:11 pm
Samantha prabhu

সামান্থা প্ৰভু।

543
VIEWS
Share on FacebookShare on Twitter

দক্ষিণৰ চলচ্চিত্ৰ জগতৰ মোহময়ী তথা জনপ্ৰিয় অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৰ অভিনেতা নাগা চৈতন্যৰ সৈতে বিচ্ছেদৰ বাতৰিয়ে শেহতীয়াকৈ বিশেষ চৰ্চা লাভ কৰিছে।

কিন্তু সেই চৰ্চাকো চেৰ পেলাই সামান্থাৰ পাৰিশ্ৰমিক বৃদ্ধিক লৈ অধিক চৰ্চা চলিছে। দৰ্শকে এইটো আগেয়ে জানে যদিও এইবাৰ তাৰ প্ৰমানো পোৱা গ’ল।

অল্লু অৰ্জুনৰ পুষ্পা: দ্য ৰাইজ পাৰ্ট ১’ত মাত্ৰ ৩মিনিট নৃত্য কৰিয়েই ৫ কোটি টকা লৈছে সামান্থাই।

ছবিখনৰ আইটেম ছং ‘অ’ অন্তভ’ত নৃত্য কৰি এই পাৰিশ্ৰমিক লৈছে অভিনেত্ৰীগৰাকীয়ে।

বাতৰি অনুসৰি, সামান্থাৰ প্ৰথম আইটেম ছঙটোৱে ছবিখনত এক নতুন মাত্ৰা আনি দিছে। মাত্ৰ তিনি মিনিট নচাৰ বাবেই সামান্থাক দিয়া হৈছে ৫কোটি টকা।

উল্লেখ্য যে সুকুমাৰ পৰিচালিত ছবিখন তামিল, তেলেগু, মালয়ালম, হিন্দী আৰু কানাড়া ভাষাত যোৱা ১৭ ডিচেম্বৰত মুক্তি পাইছে।

ছবিখনত দুটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অবিনয় কৰিছে ফাহাদ ফাচিল আৰু ৰশ্মিকা মন্ধনাই। অন্ধ্ৰ প্ৰদেশৰ চিত্তোৰ জিলাৰ এটা ভিতৰুৱা অঞ্চলৰ চোৰাং কাৰবাৰক লৈ ছবিখনৰ কাহিনীটো ৰচনা কৰা হৈছে।

ছবিখন মুক্তিৰ পাছত বিশ্বজুৰি বক্স অ’ফিচত ব্যাপক সাফল্য লাভ কৰিছে।            

Recent News

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

HSLC result HS result

জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ দাবী আছুৰ

Dawood Ibrahim is in Karachi

ক’ত আছে আণ্ডাৰৱৰ্ল্ডৰ কুখ্যাত সম্ৰাট ডাউদ ইব্ৰাহিম! নিজ ভাগিনৰ ভাষ্যত বিস্ফোৰক তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd