• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আৰক্ষী বিষয়াক অপমান, কৰ্তব্যত বাধা প্ৰদান কৰা উদণ্ড বিজেপি বিধায়কে শাস্তি লাভ কৰিব নে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 16, 2022 8:46 pm
Amiya Bhuyan
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ উদণ্ড বিধায়ক ডঃ অমিয় কুমাৰ ভূঞা জামিনবিহীন গোচৰত গ্ৰেপ্তাৰ হ’ব নে? উদণ্ড বিধায়ক অমিয় কুমাৰ ভূঞাক কাৰাগাৰত নিক্ষেপ কৰিবলৈ মুখ্যমন্ত্ৰীৰ সাহস হ’ব নে? আৰক্ষী বিষয়াক অপমান, কৰ্তব্যত বাধা প্ৰদান কৰা উদণ্ড বিজেপি বিধায়কে শাস্তি লাভ কৰিব নে?

নে আৰক্ষী বিষয়াক কৰ্তব্যত বাধা কৰা বিধায়কক মুখ্যমন্ত্ৰীয়ে পুৰষ্কৃতহে কৰিব? নে কৰ্তব্যৰত আৰক্ষীক বিষয়াক ভাবুকি দিয়া উদণ্ড বিধায়ক ভূঞাৰ দৰে আন আন বিধায়ককো এনে উদ্ভণ্ডালি কৰিবলৈ উৎসাহিত কৰিব?

এগৰাকী কৰ্তব্যৰত আৰক্ষী বিষয়াক বিজেপিৰ উদণ্ড বিধায়ক ডঃ অমিয় কুমাৰ ভূঞাই ভাবুকি দিয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ প্ৰতি এইসমূহ প্ৰশ্নৰ উত্থাপন হৈছে।

Apply Now

লগতে পঢ়ক: চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে গেইলৰ সঞ্চালক ই এছ ৰংগনাথনক; উদ্ধাৰ নগদ ১.২৯ কোটি টকা

অপৰাধী তথা অভিযুক্তক সুৰক্ষা দিবলৈ বিহপুৰীয়াৰ বিজেপি বিধায়ক ডঃ অমিয় কুমাৰ ভুঞাই এগৰাকী আৰক্ষী উপ পৰিদৰ্শকক ভাবুকি দিয়াই নহয়। আৰক্ষী বিষয়াগৰাকীক কৰ্তব্য পালনতো বলপূৰ্বকভাৱে বাধা দিবলৈ চেষ্টা কৰাৰ অডিঅ’ ক্লীপ ভাইৰেল হৈছে।

এইদৰে এগৰাকী আৰক্ষী বিষয়াক নিজ কৰ্তব্যত বলপূৰ্বক বাধা প্ৰদান কৰিব পাৰি নে? এনেদৰে আৰক্ষী বিষয়াক কৰ্তব্যত বাধা প্ৰদানৰ বিৰুদ্ধে কি শাস্তিৰ বিধান আছে?

হয়, এনেদৰে চৰকাৰী বিষয়াৰ কৰ্তব্যত বলপূৰ্বকভাৱে বাধা প্ৰদান কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত অভিযুক্তক শাস্তি প্ৰদানৰ বিধান আছে।

IPCৰ ৩৫৩ ধাৰাৰ অধীনত চৰকাৰী বিষয়াক বলপূৰ্বকভাৱে কৰ্তব্য পালনত বাধা প্ৰদান কৰা লোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল’ব পাৰি।

লগতে পঢ়ক:ভোগালীৰ উছাহৰ মাজতে দুটাকৈ হত্যাকাণ্ডই জোকাৰি গৈছে ওদালগুৰি জিলাৰ কলাইগাঁও

IPCৰ ৩৫৩ৰ অধীনত চৰকাৰী বিষয়াক বলপূৰ্বকভাৱে কৰ্তব্য পালনত বাধা দিলে জৰিমনাসহ দুবছৰ কাৰাদণ্ড বিহাৰ বিধান আছে। ইমানেই নহয়, আনকি এই ধাৰাত অভিযুক্তক জামিনবিহীন গোচৰত গ্ৰেপ্তাৰ কৰিব পাৰি। অৰ্থাৎ চৰকাৰী বিষয়াক কৰ্তব্যত বাধা আৰোপ কৰাটো হৈছে এটা জামিন অযোগ্য অপৰাধ।

আনহাতে, IPCৰ ধাৰা ১৮৬ৰ অধীনতো তদ্ৰূপ কৰ্তব্যৰত চৰকাৰী কৰ্মচাৰীক বাধা প্ৰদান কৰি ৰাজহুৱা কৰ্তব্য সম্পাদনৰ বিৰত ৰাখিবলৈ চেষ্টা কৰিলে জৰিমনাসহ ৩ মাহৰ কাৰাবাস হ’ব পাৰে।

অডিঅ’টোত স্পষ্ট হৈছে যে এগৰাকী আৰক্ষী উপ পৰিদৰ্শকক কৰ্তব্য পালনত বলপূৰ্বকভাৱে বাধা প্ৰদান কৰিছে বিজেপিৰ বিধায়ক ডঃ অমিয় কুমাৰ ভূঞাই।

এগৰাকী কৰ্তব্যৰত আৰক্ষী বিষয়াক এইদৰে বলপূৰ্বক বাধা প্ৰদান কৰি বিধায়ক ভূঞাই দেখ দেখকৈ দণ্ডনীয় অপৰাধ কৰিছে। আইনী মতে এই অপৰাধৰ বাবে বিধায়ক ভূঞাক কাৰাৰুদ্ধ কৰিব লাগে!

লগতে পঢ়ক:অন্তিম টেষ্টত পৰাজিত ইংলেণ্ড, ৪-০ ব্যৱধানত এছেজ শৃংখলা জয় অষ্ট্ৰেলিয়াৰ

কিন্তু গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উদণ্ড বিধায়ক ভুঞাক কাৰাগৰালৈ নিক্ষেপ কৰিব পাৰিব নে?

মুখ্যমন্ত্ৰীৰ গৃহ বিভাগে এইদৰে দণ্ডনীয় অপৰাধ কৰা বিধায়ক ভূঞাৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব পাৰিব নে?

উদণ্ড বিধায়ক মন্ত্ৰীৰ পৰা কৰ্তব্যৰত চৰকাৰী বিষয়াক আইনীভাৱে মুখ্যমন্ত্ৰীয়ে সুৰক্ষা প্ৰদান কৰিব পাৰিব নে?

এতিয়া ৰাইজ তথা সচেতন মহলে মুখ্যমন্ত্ৰীৰ পৰা এই প্ৰশ্নৰ উত্তৰেই বিচাৰিছে। এই প্ৰশ্নসমূহৰ মুখ্যমন্ত্ৰীয়ে কি উত্তৰ দিয়ে সেয়া লক্ষণীয় হ’ব। 

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd