• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জুৰীয়া আৰক্ষীৰ জালত পৰিল কুখ্যাত নাৰী সৰবৰাহকাৰী চক্ৰ

অসমৰ বহু কিশোৰী, যুৱতীক কেৰেলা, তামিলনাডুৰ ৰেষ্টোৰা, হোটেলত আৱদ্ধ

ৰিদিপ শৰ্মা,কলিয়াবৰ by ৰিদিপ শৰ্মা,কলিয়াবৰ
January 23, 2022 5:25 pm
154
VIEWS
Share on FacebookShare on Twitter

অসমৰ বিভিন্ন ঠাইৰ ঘাইকৈ সংখ্যালঘূ সম্প্ৰদায়ৰ নাবালিকা কিশোৰীৰ পৰা আৰম্ভ কৰি যুৱতী, ন-বিবাহিতা মহিলা আৰু বহিঃৰাজ্যত কৰ্মৰত লোকসকলৰ পত্নীৰ মোবাইলত ফোন যোগে চিনাকি হৈ বিয়াৰ মিছা প্ৰলোভন দি বহিঃৰাজ‍্যলৈ নি বিভিন্ন ৰেষ্টোৰা, হোটেল আৰু আন ধনী ব্যৱসায়ীৰ সৈতে দেহ ব্যৱসায়ত লিপ্ত কৰোৱা এক নাৰী ব্যৱসায়ী চক্ৰৰ মাস্টাৰমাইণ্ডক নগাঁও জিলাৰ ধুপগুৰী পথাৰৰ পৰা আজি জুৰীয়া আৰক্ষীয়ে আটক কৰিছে।

জুৰীয়াৰ কদমনি পথাৰৰ ভুক্তভোগী এগৰাকী যুৱতীক বিয়া পতাৰ প্ৰলোভনেৰে বহিঃ ৰাজ্যলৈ নি বন্দী কৰি অনৈতিক কাৰ্য্যত লিপ্ত কৰাই লাখ লাখ টকা ঘটাৰ সহজ পন্থা অৱলম্বন কৰিছিল ধৃত ফুজাইল আহমেদে।

জুৰীয়াৰ ভুক্তভোগী যুৱতী গৰাকীয়ে জুৰীয়াত থকা দেউতাকৰ সৈতে গোপনে যোগাযোগ কৰি সবিশেষ বৰ্ণনা কৰাত আৰক্ষীৰ সহযোগত তামিলনাডুৰ পৰা যুৱতী গৰাকীয়ক উদ্ধাৰ কৰাৰ লগতে ভুক্তভোগী কিশোৰীৰ অভিযোগৰ ভিত্তিত আটক কৰা হয় নাৰী সৰবৰাহকাৰী ফুজাইল আহমেদক।

নাৰী ব্যৱসায়ী এই চক্ৰৰ কৱলত এতিয়াও অসমৰ বহু যুৱতী বন্দী হৈ আছে বুলিও কিশোৰী গৰাকীয়ে জানিবলৈ দিয়ে।
ইতিমধ্যে জুৰীয়া আৰক্ষীয়ে ধৃত ফুজাইল আহমেদক জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

বিয়াৰ মিছা প্ৰলোভন দি বহিঃৰাজ‍্যলৈ নি দেহ ব্যৱসায়ত লিপ্ত কৰোৱা নাৰী ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু। এই নাৰী ব্যৱসায়ী চক্ৰ শীঘ্ৰে উৎখাত কৰিবলৈ সংগঠনটোৰ নেতৃবৃন্দই আহ্বান জনাইছে।

Recent News

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

আলফা(স্বা)ৰ শিবিৰত ড্ৰোন আক্ৰমণৰ লগত জড়িত নহয় অসম আৰক্ষী : হিমন্ত বিশ্ব শৰ্মা

আলফা(স্বা)ৰ শিবিৰত ড্ৰোন আক্ৰমণৰ লগত জড়িত নহয় অসম আৰক্ষী : হিমন্ত বিশ্ব শৰ্মা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd