• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যুদ্ধংদেহী টেট্‌ উত্তীৰ্ণ শিক্ষক: ১ ফেব্ৰুৱাৰীৰ পৰা পুনৰ আন্দোলন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 24, 2022 2:55 pm
283
VIEWS
Share on FacebookShare on Twitter

 আজি “সদৌ অসম প্ৰাথমিক টেট্‌ উত্তীৰ্ণ শিক্ষক সমাজ”ৰ এখন সংবাদমেল অনুষ্ঠিত হয়৷ গুৱাহাটী প্ৰেচ ক্লাৱত অনুষ্ঠিত হোৱা সংবাদমেলত সমাজৰ কেন্দ্ৰীয় তথা জিলা পৰ্যায়ৰ নেতৃত্ব উপস্থিত থাকে|

শিক্ষাৰ অধিকাৰ আইনৰ অধীনত নিযুক্তিপ্রাপ্ত সৰ্বশিক্ষাৰ অন্তৰ্গত প্ৰাথমিক টেট্‌ উত্তীৰ্ণ শিক্ষক সকলক ২০১৩ চনৰ পৰা আৰ.অ.পি অনুযায়ী দৰমহা প্রদান কৰা হৈছিল৷ ইয়াৰ পাছতে পুনৰ ২০২০ চনৰ ১ জুলাইত অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুসৰি ৰাজ্যপালৰ নিৰ্দেশনা প্রকাশ পাইছিল৷ কিন্তু দুৰ্ভাগ্যজনক ভাৱে শিক্ষা বিভাগ তথা সৰ্বশিক্ষাই ৰাজ্যপালৰ নিৰ্দেশনাক ভঙ্গ কৰিছে৷

সদৌ অসম প্ৰাথমিক টেট্‌ উত্তীৰ্ণ শিক্ষক সমাজৰ কেন্দ্ৰীয় সভাপতি ত্ৰৈলোক্য ডেকা, সাঃ সম্পাদকদ্বয় দীপাৰ্নৰ ঘোষ আৰু
মিৰাজুল ৰছিদ তথা মুখ্য সাংগঠনিক সম্পাদক মৃদুল নেওগে সংবাদমেল যোগে শিক্ষা বিভাগৰ এই নীতিৰ বাবে ক্ষোভ প্রকাশ কৰে৷

সৰ্বশিক্ষাৰ অধীনৰ টেট্‌ উত্তীৰ্ণ শিক্ষক সকলে বৰ্ধিত মৰগীয়া বানচ ,বকেয়া, মেডিকেল ৰিন্বাৰ্চমেণ্টৰ সুবিধা,বেংকলোনৰ সুবিধা লাভ কৰিব লাগে যদিও বৰ্তমানেও এই সুবিধাসমূহ প্রদান নকৰি চৰকাৰে নিজৰে কেবিনেট সিদ্ধান্তক তথা ৰাজ্যপাল নিৰ্দেশনাক ভঙ্গ কৰিছে।

উল্লেখযোগ্য যে, সৰ্বশিক্ষাৰ শিক্ষক সকলক কেন্দ্ৰীয় প্রজেক্ট এপ্ৰোভেল বোৰ্ড (পেব) ৰ নিৰ্দেশনা অনুযায়ী দ্বৈত কেডাৰ ভঙ্গ কৰি চাকৰি নিয়মীয়া কৰিব লাগে৷ কিন্তু আজি পৰ্যন্ত ৰাজ্যৰ শিক্ষাবিভাগৰ কোনো সদিচ্ছা দেখা পোৱা নাই ।

সদৌ অসম প্ৰাথমিক টেট্‌ উত্তীৰ্ণ শিক্ষক সমাজে সংবাদমেল যোগে জনায় যে, অতিমাৰীৰ সময়ছোৱাত তথা সাধাৰণ পৰিস্থিতিতো শিক্ষক সমাজে আন্দোলনৰ পন্থা লব নিবিচাৰে৷ চৰকাৰ প্রতিটো কামতে টেট্‌ উত্তীৰ্ণ শিক্ষক সমাজে সহযোগ কৰি আহিছে আৰু আগলৈও সহযোগ কৰি যোৱাৰ বাবে সংকল্পৱদ্ধ ।

কিন্তু বিভাগ তথা বিভাগীয় মন্ত্ৰীৰ অৱহেলাৰ বাবে শিক্ষক সকলে আন্দোলনৰ পথ লবলৈ বাধ্য হৈছে।

সংগঠনে বহুবাৰ বিভাগীয় মন্ত্ৰী :শিক্ষা বিভাগ তথা সৰ্বশিক্ষাক প্ৰাপ্যখিনি নিয়ম অনুযায়ী প্রদানৰ দাবী জনাই আহিছিল যদিও কোনো সঁহাৰি লাভ নকৰিলে যাৰ পৰিপ্ৰেক্ষিতত শিক্ষক সমাজে ৰাজপথত ওলাবলৈ বাধ্য হৈছে।

১ ফেব্ৰুৱাৰীত শিক্ষক সমাজে জিলা মিছন সমন্বয়কৰ কাৰ্যালয়ত অৱস্থান ধৰ্মঘট কৰিব বুলি আজি সংবাদমেলত প্ৰকাশ কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd