• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাবালিকা ধৰ্ষণৰ অপৰাধত ডুমডুমাত চাহ শ্ৰমিকক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2018 10:49 am
minor Two minor girls hospitalized after spray attack in Kokrajhar

প্ৰতিনিধিত্বমূলক ফটো

125
VIEWS
Share on FacebookShare on Twitter

এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অপৰাধত চাহ বাগিছাৰ এজন শ্ৰমিকক বিশেষ ন্যায়াধীশৰ এখন আদালতে শনিবাৰে দহ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে।

বিশেষ আদালতৰ ন্যায়াধীশ পি জে শইকীয়াই ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত ছিলিখা চাহ বাগিছাৰ পুৰণা লাইনৰ ৰাম কিশোৰ কৰ্মকাৰক অভিযুক্ত কৰি এই ৰায় প্ৰদান কৰিছে। এগৰাকী নাবালিকাক ধৰ্ষণৰ অপৰাধত দোষী সাৱ্যস্ত হোৱাৰ পিছত ন্যায়াধীশগৰাকীয়ে কৰ্মকাৰক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১০,০০০ টকাৰ জৰিমনাৰ ৰায় প্ৰদান কৰে।

বিশেষ আদালতৰ ন্যায়াধীশগৰাকীয়ে লগতে জিলা আইনী সেৱা কৰ্তৃপক্ষক ধৰ্ষণৰ বলি হোৱা নাবালিকাগৰাকীক ৫০,০০০ টকাৰ ক্ষতিপূৰণ আদায় দিয়াৰ নিৰ্দেশ দিয়ে।

এখন সভাত ৰাইজৰ আগত আক্ৰান্ত নাবালিকাগৰাকীয়ে তেওঁৰ গৰ্ভধাৰণৰ বাবে দায়ী অভিযুক্তগৰাকীৰ নাম প্ৰকাশ কৰাৰ পিছত ২০১৩ চনত ডুমডুমা থানাত কৰ্মকাৰৰ বিৰুদ্ধে গোচৰটো ৰুজু কৰা হৈছিল।

আৰক্ষীয়ে নিজাববীয়াকৈ ৩০৭/১৩ নং এটা গোচৰটো ৰুজু কৰিছিল আৰু ঘটনাটোৰ তদন্তৰ কৰি ২০১৫ চনত কৰ্মকাৰৰ বিৰুদ্ধে এখন অভিযোগনামা দাখিল কৰিছিল।

ন্যায়াধীশগৰাকীয়ে তেওঁৰ নিৰ্দেশটোত উল্লেখ কৰিছে যে ১০,০০০ টকাৰ জৰিমনা আদায় দিয়াত ব্যৰ্থ হ’লে অপৰাধীয়ে অতিৰিক্ত এবছৰৰ সশ্ৰম কাৰাদণ্ড ভোগ কৰিব লাগিব।

Recent News

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd