• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Pegasus: ফোনত চোৰাংচোৱাগিৰি কৰাৰ বাবে ইজৰাইলৰ পৰা পেগাছাছ স্পাইৱেৰ ক্ৰয় কৰিছিল মোদী চৰকাৰে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 29, 2022 8:24 pm
Pegasus new
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সন্মুখত বাজেট অধিৱেশন। পুনৰ এবাৰ এই পেগাছাছ ইচ্ছ্যুক লৈ অধিৱেশন উত্তপ্ত হৈ উঠাৰ সম্ভাৱনাই দেখা দিছে।

মাৰ্কিন সংবাদপত্ৰ নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে ২০১৭চনত ইজৰাইল ভ্ৰমণৰ সময়ত ভাৰতৰ সৈতে দেশখনৰ বহুকেইখন প্ৰতিৰক্ষা চুক্তি সম্পাদন হৈছিল।

সেইসমূহ চুক্তিৰ মাজত আছিল ফোনত চোৰাংচোৱাগিৰি কৰাৰ ইজৰাইলী স্পাইৱেৰ পেগাছাছ। ভাৰতে চৰকাৰে এইটো ক্ৰয় কৰিবলৈ ২০০কোটি টকা খৰচ কৰিছিল।

Apply Now

লগতে পঢ়ক: চৰকাৰী চাকৰিৰ পদোন্নতিত সংৰক্ষণৰ বিষয়ত হস্তক্ষেপ নকৰে উচ্চতম ন্যায়ালয়ে

মাৰ্কিন সংবাদপত্ৰৰ  ‘The Battle for the World’s Most Powerful Cyberweapon’ শীৰ্ষক প্ৰতিবেদনত উল্লেখ কৰা মতে ২০১৭চনত ১৫,০০০কোটি টকাৰ এখন চুক্তি হৈছিল। সেই চুক্তিৰ জৰিয়তে ভাৰতে প্ৰতিৰক্ষা তথা গোপন নিৰীক্ষণৰ সঁজুলি ক্ৰয় কৰিব বিচাৰিছিল। পেগাছাছৰ বাবে দিয়া হৈছিল ২০০কোটি টকা।

ইজৰাইলৰ কোম্পানী এনএছও-য়ে এটা দশকৰো অধিক কাল ধৰি বিশ্বৰ বিভিন্ন দেশ তথা নিৰাপত্তা সংস্থাক এই স্পাইৱেৰ বিক্ৰী কৰি আহিছে।

কোনো বেচৰকাৰী বা দেশ অংগ ৰাজ্যক এই স্পাইৱেৰ বিক্ৰী কৰা নহয়।

মাৰ্কিন সংবাদপত্ৰৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতেই দেশৰ বিৰোধী শিৱিৰ পুনৰ সৰৱ হৈ পৰিছে পেগাছাছক লৈ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইট কৰি কৈছে,’’ দেশৰ জনসাধাৰণৰ সৈতে মোদী চৰকাৰে বিশ্বাসঘাতকতা কৰিছে।‘’

ইপিনে, তৃণমূল কংগ্ৰেছ আৰু চিপিআইএমেও ইয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে যদিও বিজেপিয়ে কোনোধৰণে গুৰুত্ব দিব বিচৰা নাই বিষয়টোত।

লগতে পঢ়ক: ধনেই শক্তি! বিজেপিৰ ২০১৯-২০ বৰ্ষত সম্পদৰ পৰিমান ৪,৮৪৭কোটি টকা ঘোষণা

ইজৰাইলী সংস্থা এনএছএ-ৰ স্পাইৱেৰ পেগাছাছৰ জৰিয়তে দেশৰ বহু ৰাজনৈতিক নেতা, আমোলা, সেনাবাহিনীৰ বিষয়া, সমাজকৰ্মী, ন্যায়াধীশৰ ফোন চোৰাংচোৱাগিৰি কৰি টেপ কৰি ৰখা হৈছিল বুলি কেন্দ্ৰৰ বিৰুদ্ধে অভিযোগ উঠিছিল।

বহু বিতৰ্কৰ পাছত উচ্চতম ন্যায়ালয়ে বিষয়টোক লৈ তদন্তৰ বাবে এখন কমিটি গঠন কৰি দিয়ে।

তাৰ মাজতে এইবাৰ মাৰ্কিন সংবাদ পত্ৰৰ প্ৰতিবেদনে আকৌ এবাৰ পেগাছাছ বিতৰ্কক লৈ দেশৰ ৰাজনীতি উত্তাল কৰি তোলাৰ সম্ভাৱনা আছে।   

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd