• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমষ্টিবাসীক স্বাস্থ্যৰ প্ৰতি সজাগ কৰিবলৈ বিধায়ক অখিল গগৈৰ ব্যতিক্ৰমী পদক্ষেপ

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
February 5, 2022 6:58 pm
Akhil Gogoi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰবাসী ৰাইজক সু-স্বাস্থ্যৱান আৰু স্বাস্থ্যৰ প্ৰতি সজাগ কৰিবলৈ বিধায়ক অখিল গগৈয়ে গ্ৰহণ কৰিছে এক অভিনৱ পদক্ষেপ।

আজি বিধায়ক অখিল গগৈয়ে শিৱসাগৰৰ ঐতিহাসিক বৰপুখুৰী পাৰত অৱস্থিত আনন্দৰাম বৰুৱা উদ্যানত এটা মুকলি আধুনিক মাল্টিজিম নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে।

বিধায়ক পুঁজিৰ দহ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা এই আধুনিক মাল্টিজিমটো অহা তিনি মাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰি ৰাইজৰ বাবে মুকলি কৰি দিব বুলি জনায় অখিল গগৈয়ে।

আনটাইড ফাণ্ডৰ অধীনত উদ্যানখনৰ সৌন্দৰ্য্যবৰ্ধন কৰাৰ লগতে উদ্যানখন পুণঃনিৰ্মান আৰু টয় ট্ৰেনৰ মেৰামতি কৰা হব বুলিও জনায় বিধায়ক অখিল গগৈয়ে।

লগতে তেওঁ এতিয়াৰে পৰা শিৱসাগৰৰ উন্নয়নৰ কাম তৰাম্বিত হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে। বিভিন্ন বিভাগৰ SCEME তৈয়াৰ কৰি চৰকাৰক দিয়া হৈছে বুলিও জানিবলৈ দিয়ে অখিল গগৈয়ে।

তেওঁ শিৱসাগৰে বঞ্চিত হোৱা CIDF ফাণ্ডৰ ১০০ কোটি টকা আগন্তুক ৬ মাহৰ ভিতৰত পোৱাৰ আশা প্ৰকাশ কৰে।

পার্শ্বজোতি গগৈ, শিৱসাগৰ

পার্শ্বজোতি গগৈ, শিৱসাগৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাছিয়াত ৭.১ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পৰ জোকাৰণি; ছুনামী সতৰ্কতা জাৰি

ৰাছিয়াত ৭.১ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পৰ জোকাৰণি; ছুনামী সতৰ্কতা জাৰি

September 13, 2025 10:34 am
বৰ্বৰ! যোগী ৰাজ্যত দলবদ্ধ ধ*ৰ্ষণৰ বলি মূকবধিৰ গৰ্ভৱতী মহিলা, চিকিৎসালয়ত মৃত্যু

বৰ্বৰ! যোগী ৰাজ্যত দলবদ্ধ ধ*ৰ্ষণৰ বলি মূকবধিৰ গৰ্ভৱতী মহিলা, চিকিৎসালয়ত মৃত্যু

September 13, 2025 10:33 am
ভদীয়া প্ৰসাদ খাই বিষক্ৰিয়া : চিকিৎসাধীন ১০ শিশুসহ ৪০ গৰাকী লোক

ভদীয়া প্ৰসাদ খাই বিষক্ৰিয়া : চিকিৎসাধীন ১০ শিশুসহ ৪০ গৰাকী লোক

September 13, 2025 10:08 am
টি-২০ত ইংলেণ্ডৰ ৩০৪ ৰান! ৬০টা বলত অপৰাজিত ১৪১ ৰান ছল্টৰ, গঢ়িলে কমেও ২৮টা অভিলেখ

টি-২০ত ইংলেণ্ডৰ ৩০৪ ৰান! ৬০টা বলত অপৰাজিত ১৪১ ৰান ছল্টৰ, গঢ়িলে কমেও ২৮টা অভিলেখ

September 13, 2025 8:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাছিয়াত ৭.১ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পৰ জোকাৰণি; ছুনামী সতৰ্কতা জাৰি

ৰাছিয়াত ৭.১ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পৰ জোকাৰণি; ছুনামী সতৰ্কতা জাৰি

September 13, 2025 10:34 am
বৰ্বৰ! যোগী ৰাজ্যত দলবদ্ধ ধ*ৰ্ষণৰ বলি মূকবধিৰ গৰ্ভৱতী মহিলা, চিকিৎসালয়ত মৃত্যু

বৰ্বৰ! যোগী ৰাজ্যত দলবদ্ধ ধ*ৰ্ষণৰ বলি মূকবধিৰ গৰ্ভৱতী মহিলা, চিকিৎসালয়ত মৃত্যু

September 13, 2025 10:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd